নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় খাবলৈ দিয়া গৰম পানী কৰ্মচাৰীৰ ওপৰত ঢালিলে চিআৰপিএফৰ বিষয়াই, তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ চিআৰপিএফৰ এজন উপ-মহাপৰিদর্শক (ডিআইজি)ৰ বিৰুদ্ধে কেণ্টিনৰ কৰ্মচাৰীৰ মুখত গৰম পানী ঢলাৰ গুৰুত্বৰ অভিযোগ উঠিছে । উল্লেখ্য যে এই ঘটনা বিহাৰৰ ৰাজগীৰত সংঘটিত হৈছিল । ইপিনে কৰ্মচাৰীজনৰ শৰীৰৰ লগতে মুখৰ কিছু অংশ জ্বলি…

মহানগৰীত অৱসৰপ্ৰাপ্ত অভিযন্তাক নৃশংস হত্যা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মহানগৰীত লোমহৰ্ষক ডকাইতি-হত্যাকাণ্ড। দিছপুৰ আইন মহাবিদ্যালয় পথৰ ২০নং বাসগৃহত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড। পৰেশ চন্দ্ৰ বৰুৱা নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা গৰাকীক হত্যা কৰি ডকাইতে লুটিলে ঘৰৰ সা-সামগ্ৰী। ঘটনাৰ সময়ত…

অস্কাৰলৈ মনোনীত ছবি ‘ৱান লিটল ফিংগাৰ’ত দেৰগাঁৱৰ এজাক শিল্পী

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আমেৰিকা নিৱাসী অসম সন্তান ৰূপম শর্মা প্রযোজিত–পৰিচালিত অস্কাৰলৈ মনোনীত হলীউডৰ ছবি ‘ৱান লিটল ফিংগাৰ’ত ‘নর্থ–ইষ্ট থিয়েটাৰ একাডেমী’, দেৰগাঁৱৰ ১৪গৰাকী ছাত্র–ছাত্রীয়ে অভিনয় কৰাৰ সুযোগ পাইছিল ৷ ছবিখনে ইতিমধ্যে কেইবাটাও…

১৫–৩৭ নং ৰাষ্ট্রীয় পথঃ ২০১৯ বর্ষত ৩৯৩ পথ দুর্ঘটনাত মৃত্যু ১৪১

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মৃত্যুদূতত পৰিণত হৈছে ৰাষ্ট্রীয় ঘাইপথ ৷ শোণিতপুৰ জিলাৰ ১৫নং আৰু ৩৭ (ক) ৰাষ্ট্রীয় ঘাইপথত ২০১৯ বর্ষত সংঘটিত হৈছে ৩৯৩টাকৈ পথ দুর্ঘটনা ৷ এই পথ দুর্ঘটনাসমূহত ১৪১গৰাকী নিহত হোৱাৰ বিপৰীতে আহত হৈছে ২৪০গৰাকী লোক ৷…

মীন বিভাগত ১২ পদ

অসম চৰকাৰৰ মীন বিভাগত খালী হৈছে মীন উন্নয়ন বিষয়াৰ ১২টা পদ৷ ইতিমধ্যে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ উপ–সচিবে এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি মুঠ পদৰ ভিতৰত অসংৰক্ষিত ৫টা,…

ৰঙিয়া আইটিআইত ১১ পদ খালী

ৰঙিয়া ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত খালী হৈছে ভিন্ন বর্গৰ ১১টা পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ৱর্কশ্বপ এটেনডেণ্ট ৩টা ঃ প্রার্থী যিকোনো ট্রেডত এনটিচি/এনএচিৰ প্রমাণ–পত্রধাৰী আৰু ঔদ্যোগিক খণ্ডত…

পবিতৰা অভয়াৰণ্যত মৃত গঁড় উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ পবিতৰা অভয়াৰণ্যত মঙলবাৰে পুৱা এটি গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় ৷ টুপলুং বন শিবিৰৰ সমীপত মৃত অৱস্থাত প্রাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহটো প্রথমে প্রত্যক্ষ কৰে পবিতৰাৰ এটা টহলদাৰী দলে ৷ অৱশ্যে অক্ষত অৱস্থাত আছে গঁড়ৰ খর্গটো…

আইটিআই পাঠশালাত ১১ পদ খালী

পাঠশালা ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত খালী হৈছে ভিন্ন বর্গৰ ১১টা পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ৱর্কশ্বপ এটেনডেণ্ট ৩টা ঃ প্রার্থী যিকোনো ট্রেডত এনটিচি/এনএচিৰ প্রমাণ–পত্রধাৰী আৰু ঔদ্যোগিক…

নগাঁও চৰকাৰী বালক উঃ মাঃ বিদ্যালয়ত নামভর্তি কৰিবলৈ হেতাওপৰা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ যিটো সময়ত বেচৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ আগ্রাসনত অসমত চৰকাৰী অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ প্রত্যাহ্বানৰ সন্মুখীন হৈছে, অভিভাৱক সমাজে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত নিজৰ নিজৰ সন্তানক নামভর্তিৰ…

আছাম ইলেক্ট্ৰ’নিক্স ডেভেলপমেণ্ট কৰ্প’ৰেচনত ৩৫ চাকৰি

আছাম ইলেক্ট্র’নিক্স ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেডত (এমট্রন) খালী হৈছে ৩৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি পৰিচালন সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– প্রজেক্ট মেনেজাৰ–ষ্টেট হেডকোৱার্টাৰ…