নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নাও ধর্ষণ গোচৰ : দোষী সাব্যস্ত নিলম্বিত বিজেপি বিধায়ক কুলদীপ সেনগাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ উত্তৰপ্রদেশৰ উন্নাও জিলাত দুবছৰ পূর্বে শিশুক অপহৰণ আৰু ধর্ষণৰ গোচৰত নিলম্বিত বিজেপি বিধায়ক কুলদীপ সেনগাৰ দোষী সাব্যস্ত হৈছে ৷ দিল্লীৰ জিলা ন্যায়াধীশে উন্নাও ধর্ষণ গোচৰত বিধায়ক কুলদীপ সেনগাৰক দোষী সাব্যস্ত কৰাৰ…

নাগৰিকত্ব আইনৰ বিৰুদ্ধে আবেদনৰ প্ৰথম শুনানি বুধবাৰে

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্যবাসীৰ ধাৰাবাহিক আন্দোলনৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাক কেন্দ্ৰ কৰি আগ্নিগৰ্ভা হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি । ৰাজপথৰ ব্যাপক আন্দোলনক গুৰুত্ব প্ৰদান নকৰি নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ কৰাৰ…

বিপিন ৰাৱটৰ পিছত কোন হ’ব ভাৰতীয় সেনাৰ নতুন মুৰব্বী ?

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানে হ'ব দেশৰ পৰৱৰ্তী ভাৰতীয় সেনাৰ মুৰব্বী। চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ তাৰিখে ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ কাৰ্যকাল অন্ত পৰিব আৰু তাৰ পাছতেই নতুন সেনা প্ৰধানৰ দায়িত্বভাৰ…

বাংলাদেশে নিজেই ঘূৰাই ল’ব অবৈধ বিদেশীকঃ আব্দুল মোমেন

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চল উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদ দেশ-বিদেশৰ ভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হোৱাৰ সময়তে অবৈধ বিদেশীৰ প্ৰসংগত মন্তব্য কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে ।…

“অসম চুক্তি ভালদৰে পঢ়ি চাওক অতুল বৰাই”-প্রফুল্ল কুমাৰ মহন্ত

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ক লৈ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ মজিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে বিভেদ । দেওবাৰে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই এখন সংবাদ মেলযোগে ‘কা’ সন্দর্ভত অগপৰ স্থিতি সন্দর্ভত…

অখিল–তিনি সতীর্থৰ বিৰুদ্ধে ‘নিয়া’ৰ গোচৰ ৰুজু; দীঘলীয়া হ’ব বন্দিত্ব

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল আৰু কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ বিৰুদ্ধে মাওবাদী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগ তুলি গোচৰ…

উত্তৰ-পূব ভ্ৰমণ কৰিবলৈ অমিত শ্বাহক প্ৰত্যাহ্বান ছোনিয়া গান্ধীৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনত দেশৰ প্রান্তে প্রান্তে সংঘটিত হিংসাত্মক ঘটনাৰ লগতে প্রতিবাদৰ জোৱাৰ তীব্রতৰ হৈ উঠাত চৰকাৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰি কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে এক বিবৃতি প্রকাশ…

ইণ্ডিয়া গেটত প্রিয়ংকা গান্ধীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ সদনত কেবৰ বিৰোধিতা কৰা বিৰোধী কংগ্রেছসহ দলসমূহে এতিয়া ‘কা’ৰ বিৰুদ্ধে ৰাজপথত প্রতিবাদত নামি পৰিছে ৷ সোমবাৰে নতুন দিল্লীৰ ইণ্ডিয়া গেটত ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ অংশ ল’লে কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী…

আজিৰে পৰা সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ মঙলবাৰৰ পৰা সমগ্র ৰাজ্যত সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ কৰা হ’ব ৷ দিনৰ ভাগৰ লগতে নিশাৰ ভাগতো আজিৰে পৰা সান্ধ্য আইন প্রযোজ্য নহয় ৷ আনহাতে, কাইলৈৰ পৰাই ব্রডবেণ্ড ইণ্টাৰনেট সেৱাও পুনৰ আৰম্ভ কৰা হ’ব ৷ সোমবাৰে…