নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল শীঘ্ৰেই আৰম্ভ হ'ব ইণ্টাৰনেট সেৱা মহানগৰীৰ ধ্বংস কাৰ্যৰ মেৰামতি শীঘ্ৰেই আৰম্ভ হ'ব অপ্ৰীতিকৰ কাৰ্যৰ অভিযোগত ১৯০জনক গ্ৰেপ্তাৰ ইতিমধ্যে ৰুজু কৰা…

ইণ্টাৰনেট সেৱা বন্ধ প্রত্যাহাৰ নকৰিলে আন্দোলনৰ হুংকাৰ গুৱাহাটী কেব চালক সন্থাৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীকে ধৰি সমগ্র ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন–২০১৯ চমুকৈ ‘কা’বিৰোধী আন্দোলনৰ জুই জ্বলি থকাৰ সময়তে এইবাৰ গুৱাহাটীৰ ৰাজপথত তীব্র আন্দোলন গঢ়ি তোলাৰ লগতে একেলগে ১৫ হাজাৰ বাহন জ্বলাই দিয়াৰ হুংকাৰ দিছে…

অভিনেত্রী, নৃত্য পটীয়সী লীমা দাসৰ সৈতে অন্তৰংগ আলাপ

আমিষ’ আপোনাৰ প্রথম চিনেমা, প্রথম চিনেমাখনেৰে আপুনি কলাৰসিক, চিত্র সমালোচকৰ যথেষ্ট প্রশংসা লাভ কৰিছে৷ ব্যতিক্রমী চিনেমাখনত অভিনয়ৰ সুযোগ কেনেকৈ পালে? - এখন চিনেমাত অভিনয় কৰাৰ ইচ্ছা সৰুৰে পৰা মনত পুহি ৰাখিছিলোঁ৷ সৰুতে যথেষ্ট পৰিমাণে হিন্দী…

মৰুভূমিকৰণৰ চাৰিটা সত্য-

প্রতিবছৰে এক লাখ বিশ হাজাৰ বর্গ কিলোমিটাৰ অঞ্চল মৰুভূমিকৰণৰ দিশে গতি কৰে৷ ৰাষ্ট্রসংঘৰ মতে মৰুভূমিকৰণ জৈৱ বৈচিত্র্যৰ বাবে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান ৷ নীৰৱ ঘাতক ৰূপে পৰিচিত মৰুভূমিকৰণ৷ প্রতিবছৰে নিউ মেক্সিকো অথবা প’লেণ্ডৰ সমপর্যায়ৰ…

সমুজ্জ্বল ভট্টাচাৰ্য আৰু লুৰিণজ্যোতি গগৈক আটক

সমুজ্জ্বল ভট্টাচাৰ্য আৰু লুৰিণজ্যোতি গগৈক আটক দীঘলীপুখুৰীপাৰৰ পৰা আটক আছুৰ প্ৰতিবাদকাৰীক লতাশিলৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ উলিয়াইছিল প্ৰতিবাদী সমদল CAAৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছুৰ গণ সত্যাগ্ৰহ

কয়লা খননৰ বাবে কাটিলে ৪০,০০০ গছ

কয়লা খননৰ এটা প্রকল্পৰ বাবে প্রায় ৪০,০০০ গছ কটা হ’ল ওড়িশাত ৷ আদানি গ্রুপৰ স’তে চুক্তিবদ্ধ নেইভেলি লিগনাইট কর্প’ৰেচন ইণ্ডিয়া লিমিটেড নামৰ কোম্পানীটোৱে এই প্রকল্পৰ বাবদ মুঠ ১,৩০,৭২১ডাল গছ কটাৰ আশংকা আছে ৷ উল্লেখ্য যে ওড়িশাৰ চম্বলপুৰ জিলাৰ…

ইণ্টাৰনেট সেৱা বাতিলঃ পুনৰ ২৪ ঘণ্টালৈ বৃদ্ধি 

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ৰাজ্যৰ দহ জিলাত বাতিল কৰা হৈছিল ইণ্টাৰনেট সেৱা । এইয়া ইণ্টাৰনেট সেৱা বাতিল আজি অৰ্থাৎ সোমবাৰলৈকে আছিল যদিও পুনৰ একক জাননীৰ জৰিয়তে ২৪…

“কোহলি–ৰোহিতে ভাঙিব মোৰ অভিলেখ”-কেৰিবিয়ান কিংবদন্তি ব্রায়ান লাৰা

নিউজডেস্ক, ১৬ ডিচেম্বৰঃ টেষ্ট ক্রিকেটত সর্বাধিক ৪০০ ৰানৰ বিশ্ব অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা অ’পেনাৰ ৰোহিত শর্মাই ৷ এই ভৱিষ্যদ্বাণী কৰিছে টেষ্ট ক্রিকেটৰ সর্বাধিক ৪০০ ৰানৰ অভিলেখৰ গৰাকী ৱেষ্ট ইণ্ডিজৰ…

জল্লাদ হ’বলৈ সাজু শ্বুটাৰ ভার্টিকা সিংঃ তেজেৰে পত্র লিখি অমিত শ্বাহলৈ প্রেৰণ

নিউজডেস্ক, ১৬ ডিচেম্বৰঃ নর্ভয়া গণধর্ষণ কাণ্ডৰ চাৰি অপৰাধীক ফাঁচি দিবলৈ জল্লাদ হ’বলৈ সাজু বুলি গৃহমন্ত্রী অমিত শ্বাহলৈ তেজেৰে লিখা পত্র প্রেৰণ কৰিছে আন্তঃৰাষ্ট্রীয় শ্বুটাৰ ভার্টিকা সিঙে ৷ সংবাদ মাধ্যমৰ সন্মুখত ক্রীড়াবিদগৰাকীয়ে দেওবাৰে কয় যে…

৩১ ডিচেম্বৰৰ পূর্বে বাধ্যতামূলক পান–আধাৰ কার্ডৰ সংযোগ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ পান কার্ডৰ সৈতে আধাৰ কার্ডৰ সংযোগ ৩১ ডিচেম্বৰৰ পূর্বে বাধ্যতামূলক বুলি ঘোষণা কৰিছে আয়কৰ বিভাগে ৷ দেওবাৰে এক বার্তাত বিভাগটোৱে কয় যে আয়কৰ সেৱাৰ অবিৰত উপযোগিতা গ্রহণ কৰিবলৈ চলিত বর্ষৰ ৩১ ডিচেম্বৰৰ পূর্বে পান কার্ড…