নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ‘কা’বিৰোধী প্রতিবাদ : জ্বলিল ৩খন বাছ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন দুয়োখন সদনত গৃহীত হৈ আইনত পৰিণত হোৱাৰ পিছত অসম, উত্তৰ–পূর্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন অঞ্চলত প্রতিবাদী আন্দোলন অব্যাহত আছে ৷ দিল্লী আৰু পশ্চিমবংগতো হিংসাত্মক ‘কা’বিৰোধী প্রতিবাদ সংঘটিত হৈছে…

জামাইকাৰ ভাৰতীয় বংশোদ্ভৱ টনী–এন সিঙৰ শিৰত মিছ ৱর্ল্ড–২০১৯ খিতাপ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ২০১৯ চনৰ মিছ ৱর্ল্ড খিতাপ লাভ কৰিছে জামাইকাৰ ভাৰতীয় বংশোদ্ভৱ টনী–এন সিঙে ৷ শনিবাৰে নিশা লণ্ডনত অনুষ্ঠিত সৌন্দর্য প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডত ২৩ বছৰীয়া জামাইকাৰ সুন্দৰীগৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷…

“আন্দোলনৰ সময়ত হিংসা বিয়পোৱা নেতৃত্বৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব”-জি পি সিং

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসম আৰক্ষীৰ নৱনিযুক্ত অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যলৈ ক্রমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে ৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি আন্দোলনকাৰীসকলক প্রতিবাদী কার্যসূচী…

লখিমপুৰত তচনচ অগপৰ ভেটিঃ দলত অব্যাহত খহনীয়া

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনে লখিমপুৰত খহাই পেলাইছে অগপৰ ভেটি ৷ কেৱল আইনখনৰ বিৰোধিতা কৰিয়েই নহয়, দলীয় নেতৃত্বৰ ভূমিকাত অসন্তুষ্ট হৈ জিলাখনত নিতৌ দল এৰিছে বহু কর্মী তথা বিষয়ববীয়াই ৷ দলত্যাগীসকলে নেতৃত্বকো হুংকাৰ দিয়াৰ…

অসমৰ হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছঃ প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনক কেন্দ্ৰ কৰি অসম, উত্তৰ-পূব আৰু পশ্চিমবংগকে ধৰি ভাৰতৰ বিভিন্ন স্থানত হোৱা তীব্ৰ প্ৰতিবাদ সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰ্কিত আইনখনক লৈ দৃঢ় স্থিতিত অটল আছে ৷ তেওঁ দেওবাৰে ঝাৰখণ্ডৰ…

আন্দোলন প্ৰতিৰোধঃ গুৱাহাটীলৈ আহিল ৰেপিড একচন ফ’ৰ্চৰ ২০০০ জোৱান

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনৰ নামত প্রতিবাদকাৰীৰ বে–আইনী কার্যকলাপ তথা যিকোনো বিক্ষিপ্ত ঘটনা প্রতিৰোধ কৰিবলৈ সষ্টম হৈ উঠিছে আৰক্ষী বাহিনী ৷ বিশেষকৈ গুৱাহাটী মহানগৰীক ‘হট স্পট’ হিচাপে লৈ অসম আৰক্ষীয়ে কেন্দ্রীয় নিৰাপত্তা…

আজিৰ পৰা ৰাজ্যজুৰি আছুৰ তিনিদিনীয়া গণসত্যাগ্ৰহ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দি অহা সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আজিৰ পৰা ৰূপায়ণ কৰিব তিনিদিনীয়া গণসত্যাগ্রহ কার্যসূচী ৷ ৰাজ্যজুৰি আছুৰ উদ্যোগত এই গণসত্যাগ্রহ…

নিজৰ পাৰ্টী খুলিম- জুবিন

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে অসমৰ শিল্পীসমাজে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত শিল্পৰ মাজেৰে সাব্যস্ত কৰে এক ব্যতিক্ৰমী প্ৰতিবাদ । অসমৰ প্ৰতিজন প্ৰতিষ্ঠিত…

বর্ষাপাৰাৰ ভাৰত–শ্রীলংকাৰ টি–২০লৈ অনিশ্চয়তা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত সৃষ্টি হোৱা ব্যাপক প্রতিবাদে ৰাজ্যৰ ক্রীড়া ক্ষেত্রখনকো চুই গৈছে ৷ মঙলবাৰৰ পৰা গুৱাহাটীকে ধৰি সমগ্র ৰাজ্যত গঢ়ি উঠা অভূতপূর্ব প্রতিবাদৰ ফলস্বৰূপে ইতিমধ্যে অসম আৰু ছার্ভিচেছৰ…

অতুল বৰাৰ সমষ্টিত প্রতিবাদৰ দাৱানল

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ বোকাখাতত শনিবাৰে ৰাজপথলৈ ওলাই আহিল দল–সংগঠন তথা সাধাৰণ জনতা ৷ বোকাখাত মহকুমা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ ১০ ঘণ্টীয়া অনশন, বোকাখাতৰ জ্যেষ্ঠ নাগৰিকসকলৰ পৃথক সত্যাগ্রহ…