নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতুল বৰাৰ সমষ্টিত প্রতিবাদৰ দাৱানল

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ বোকাখাতত শনিবাৰে ৰাজপথলৈ ওলাই আহিল দল–সংগঠন তথা সাধাৰণ জনতা ৷ বোকাখাত মহকুমা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ ১০ ঘণ্টীয়া অনশন, বোকাখাতৰ জ্যেষ্ঠ নাগৰিকসকলৰ পৃথক সত্যাগ্রহ…

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ অনশনঃ অভিনেতা অৰুণ হাজৰিকৰো অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ ‘অসমৰ ছাইন বোর্ডত আমি ‘ৰ’টো ফুট থকা ‘ৰ’ হ’বলৈ নিদিওঁ ৷ অভিনেতা হিচাপে আমি নাগৰিকত্ব সংশোধনী আইন নামানো বুলি শনিবাৰে বোকাখাতত মন্তব্য কৰে জনপ্রিয় অভিনেতা অৰুণ হাজৰিকাই ৷ বোকাখাত মহকুমা ছাত্র সন্থা আৰু অসম…

মহানগৰীৰ গণেশগুৰি–চানমাৰিত এছবিআইৰ ভ্রাম্যমাণ এটিএম সেৱা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন–২০১৯ বিৰোধী প্রতিবাদত বিগত চাৰি দিন ধৰি মহানগৰীৰ জনজীৱন ব্যাহত হৈ পৰাত শনিবাৰৰ পৰা কামৰূপ (ম) জিলা আৰক্ষী প্রশাসনে দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰিছে ৷ যাৰ বাবে পুৱাৰে পৰা মহানগৰীৰ প্রায়বোৰ…

প্ৰতিবাদৰ নামত হিংসাঃ চানমাৰি থানাৰ আৰক্ষীৰ ৯ জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদক লৈ মহানগৰীত সংঘটিত হোৱা হিংসাত্মক কার্যকলাপত জড়িত থকাৰ সন্দেহত চানমাৰি থানাৰ আৰক্ষীয়ে ৯ জন যুৱকক গ্রেপ্তাৰ কৰে ৷ চানমাৰি বিভিন্ন ৰাজপথত প্রতিবাদৰ নামত সংঘটিত হোৱা হিংসাত্মক…

ছেম ষ্টেফর্ড–দীপাঞ্জলক শ্বহীদ ঘোষণা আছু, যুৱ–ছাত্রৰ

নিয়মীয়া বার্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ গৈ গুৱাহাটীৰ লাচিত নগৰ আৰু হাতীগাঁৱত নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যুক আঁকোৱালি লোৱা দীপাঞ্জল দাস আৰু ছেম ষ্টেফর্ডক সদৌ অসম ছাত্র সন্থাই শ্বহীদ ঘোষণা কৰিছে ৷…

খানাপাৰাত জব্দ বুজন পৰিমাণৰ মেঘালয়ৰ সুৰা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনে গুৱাহাটী মহানগৰীত জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত নিৰাপত্তা বাহিনী যথেষ্ট সষ্টম হৈ উঠিছে ৷ মহানগৰীত সুৰাৰ বিপণীসমূহ বন্ধ থকাৰ বাবে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা একাংশ লোকে…

প্রতিবাদ অব্যাহত ৰাখিব কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে এতিয়াও হাৰ মনা নাই ৷ আৰক্ষীৰ চৰম বর্বৰতাৰ সন্মুখীন হোৱাৰ পিছতো বিশ্ববিদ্যালয়খনৰ ছাত্র–ছাত্রীসকলে নাগৰিকত্ব সংশোধনী…

নিজ সমষ্টিত মন্ত্রী ফণীভূষণক বিশ্বাসঘাতক আখ্যা; বৰ্জনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল বঙাইগাঁও । শনিবাৰে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যাগত অনুষ্ঠিত সভাত উপস্থিত হাজাৰ হাজাৰ লোকে মন্ত্রী ফণীভূষণ চৌধুৰীক বিশ্বাসঘাতক আখ্যা দি বর্জন কৰাৰ সংকল্প গ্রহণ কৰে ৷…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাসূচী ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাসূচী ঘোষণা ২৩ ডিচেম্বৰৰ পৰা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক পৰীক্ষাসমূহ এই কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই

১৮ ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসমৰ জনসাধাৰণৰ প্ৰতিবাদক নেওচি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা অবৈধ নাগৰিকক ধৰ্মৰ ভিত্তিত ভাৰতত নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে সদৌ অসম…