নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণ বিদ্রোহত আহতৰ খবৰ ল’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা গণ আন্দোলনত অংশগ্ৰহণ কৰি আহত হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে দিনৰ ভাগত গুৱাহাটী চিকিৎসা…

১৬ ডিচেম্বৰলৈকে অসমত বন্ধ থাকিব ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ১৬ ডিচেম্বৰলৈকে বন্ধ কৰি ৰখা হ'ব ইণ্টাৰনেট সেৱা । ছ'চিয়েল মিডিয়াৰ জৰিয়তে হ'ব পৰা অপপ্ৰচাৰ ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ । পূৰ্বৰ ঘোষণা অনুসৰি আজি অৰ্থাৎ ১৪…

৪দিনে গুৱাহাটী ৰে’লৱে ষ্টেচনত আবদ্ধ যাত্ৰী

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ৪দিন ধৰি গুৱাহাটী ৰে'লৱে ষ্টেচনত আবদ্ধ বহু দুৰণিবটীয়া যাত্ৰী। কেইবাখনো ৰে'ল বাতিল কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল খাদ্য সংকট, ধনৰ অভাৱকে ধৰি ৱহু সমস্যাৰ সন্মুখীন হৈ ষ্টেচনতে দিন কটাইছে যাত্ৰীসকলে।…

CABৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ  CABৰ বিৰুদ্ধে ৰাজ্য অগ্নিগৰ্ভা হৈ থকাৰ সময়তে তিনিচুকীয়াত AASU-AJYCPৰ ত নেতৃত্বত প্ৰতিবাদী সমদল। চৰকাৰ বিৰোধী শ্লগানৰে উত্তাল ৰাইপথ। প্ৰতিবাদত অংশ গ্ৰহণ কৰিছে সাধাৰণ জনতাই। কোনো কাৰণতে CAB মানি নোলোৱাৰ হুংকাৰ…

বেটিংক্রমৰ চতুর্থ স্থানত শ্রেয়াছেই উপযুক্ত

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অহা দেওবাৰৰ পৰা আৰম্ভ হ’ব তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো৷ এই শৃংখলাটোত টীম ইণ্ডিয়াৰ বেটিং ক্রমৰ চতুর্থ স্থানটোত প্রতিভাৱান বেটছমেন শ্রেয়াছ আয়াৰে বেটিং কৰাটো বিচাৰিছে…

অষ্ট্ৰেলিয়ান অপেনঃ অংশ লোৱাতো নিশ্চিত জ’ক’ভিছ, ফেডেৰাৰ আৰু নাডালৰ

নিউজডেস্ক, ১৪ ডিচেম্বৰঃ আগন্তুক বৰ্ষৰ ২০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ১১৫ সংখ্যক অষ্ট্ৰেলিয়ান অপেন । এই মেগা ইভেণ্টত ইতিমধ্যে অংশ লোৱাত নিশ্চিতি প্ৰদান কৰিছে টপ টেনিছ খেলুৱৈসকল ক্ৰমে- নভাক জ'ক'ভিছ, ৰ'গাৰ ফেডেৰাৰ আৰু ৰাফেল নাডালে । উল্লেখ্য…

গড়মূৰত অর্ধশতাধিক সন্দেহজনক বাংলাদেশী বনুৱাক গতালে আৰক্ষীক

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ অব্যাহত থকাৰ মাজতে সন্দেহজনক বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে সৰব স্থিতি লৈছে যোৰহাটবাসীয়ে ৷ জিলাখনৰ বিভিন্ন স্থানত চলি থকা নির্মাণ কার্যত যাতে কোনো সন্দেহজনক…

সমষ্টিত বিধায়ক ঋতুপর্ণৰ প্রৱেশ নিষিদ্ধ ঘোষণা প্রতিবাদকাৰীৰ

নিয়মীয়া বার্তা, ১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে লাহোৱালত শুকুৰবাৰে ১০ হাজাৰ লোকে তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত বিভিন্ন জনগোষ্ঠীয় দল–সংগঠনৰ সহযোগত স্থানীয় ৰাইজৰ অংশগ্রহণেৰে লাহোৱাল ৰে’লগেটৰ…

অগপ নেতৃত্বৰ দলত থকাৰ অধিকাৰ নাইঃ বৃন্দাবন গোস্বামী

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ সিদ্ধান্তক অৱমাননা কৰি কেবক সমর্থন কৰাসকলৰ মজিয়াত থকাৰ কোনো অধিকাৰ নাই ৷ আঞ্চলিক দল অসম গণ পৰিষদৰ মন্ত্রী তিনিগৰাকীৰ লগতে ৰাজ্যসভাৰ একমাত্র সাংসদগৰাকীয়ে অসমৰ প্রতিবাদী কণ্ঠক উপেক্ষা…

ফ’ৰ্বছৰ ১০০ প্রভাৱশালী মহিলাঃ স্থান পালে বিত্তমন্ত্রী নির্মলা সীতাৰমনে

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ ফ’ৰ্বছ আলোচনীৰ ২০১৯ চনৰ বিশ্বৰ এশগৰাকী প্রভাৱশালী মহিলাৰ তালিকাত প্রথমবাৰৰ বাবে স্থান লাভ কৰিছে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ৷ এই তালিকাত প্রথমবাৰৰ বাবে স্থান লাভ কৰা আন দুগৰাকী ভাৰতীয় মহিলা হ’ল এইচ চি এল…