নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত মোদী-আবেৰ সন্মিলন বাতিল

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী মোদী- জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবেৰ গুৱাহাটী সন্মিলন বাতিল কৰা হৈছে ৷ ৰাজধানী মহানগৰী গুৱাহাটীত ‘কেব’বিৰোধী আন্দোলন তীব্রতৰ হৈ উঠাত অহা ১৫–১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখন বাতিল কৰা…

টি–২০ ৰেংকিঙৰ শীর্ষত ১০ত স্থান লাভ বিৰাটৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষ ১০ত স্থান লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে সদ্য সমাপ্ত তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত মুঠ ১৮৩ ৰান কৰি ৰেংকিঙত পাঁচটাকৈ স্থান আগুৱায়…

অশান্ত অসমঃ ৰঞ্জি মেচ বাতিল

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ কেবক লৈ বিগত দিন ধৰি কেইবাটাও সংগঠনৰ প্রতিবাদত অস্থিৰ হৈ পৰিছে সমগ্র ৰাজ্যৰ লগতে ৰাজধানী চহৰখনো ৷ যাৰ ফলত প্রশাসনে সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্রতিবাদকাৰীসকলৰ্ উত্তাল প্রতিবাদৰ লগতে…

বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কংগ্রেছ-এআইইউডিএফৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কৰিছে কংগ্রেছ দলে ৷ কংগ্রেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াই বৃহস্পতিবাৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীক সাক্ষাৎ কৰি বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী…

অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰাখি গুৰুজনাই প্রতিষ্ঠা কৰা সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা তথা মূল্যবোধ জীয়াই ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে এক গোহাৰিত…

চানমাৰিৰ পৰাই অহিংস পন্থাৰে আন্দোলন অব্যাহত ৰখাৰ সংকল্প আছুৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । লোকসভা আৰু ৰাজ্যসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাচত বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতিৰ অনুমতি আৰু স্বাক্ষৰ সাপেক্ষে আইনত পৰিণত হ'ল এই বিতৰ্কিত এই বিধেয়ক ।…

গুৱাহাটীৰ পৰা ১৩ খন বিমানৰ যাত্রা বাতিল

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ গুৱাহাটীত অব্যাহত আছে কেব বিৰোধী তীব্র প্রতিবাদ ৷ যাৰ বাবে বৃহস্পতিবাৰে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দেশৰ বিভিন্ন স্থানলৈ যাবলগীয়া ১৩ খনকৈ বিমানৰ যাত্রা বাতিল কৰে কর্তৃপক্ষই ৷ এয়াৰপ’ট অথৰিটী অৱ…

ৰাজ্যত সেনাৰ ৫ টা কোম্পানী মোতায়েন

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ  কেবক কেন্দ্র কৰি সৃষ্টি হোৱা ৰাজ্যখনৰ অগ্ণিগর্ভ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সেনাবাহিনীৰ ৫টা কোম্পানী নিয়োজিত কৰা হৈছে ৷ সংবাদ প্রতিষ্ঠান পি টি আইক সামৰিক বাহিনীৰ লেফটেনেণ্ট কর্নেল পি খংবাইয়ে জনোৱা মতে, ইয়াৰে…

সান্ধ্য আইনৰ সুযোগ লৈ গুৱাহাটীত মুনাফা লুটিছে ব্যৱসায়ীয়ে

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছৰে পৰা ক্রমাৎ তীব্রতৰ হৈ পৰিছে জনতাৰ প্রতিবাদ ৷ কেব বাতিলৰ দাবীত সান্ধ্য আইন উলংঘা কৰি ৰাজপথলৈ ওলাই আহিছে প্রতিবাদী জনতা ৷ যুদ্ধসদৃশ পৰিৱেশত পণবন্দী হৈ পৰিছে গুৱাহাটী…

সন্ধিয়াৰ পৰা বন্ধ থাকিব ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ'ব ইণ্টাৰনেট সেৱা । ছচিয়েল মিডিয়াৰ জৰিয়তে জনমত গঠনৰ প্ৰতি লক্ষ্য ৰাখি সন্ধ্যা ৭ বজাৰ পৰা কাইলৈ সন্ধ্যা ৭ বজালৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত…