নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ ৰঙাপৰাৰ বিজেপি বিধায়ক তথা অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰৰ মঙলবাৰে ১০.২৯ বজাত পৰলোকপ্ৰাপ্তি ঘটে । চিকিৎসাধীন অৱস্থাতে তেজপুৰৰ টাইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কিছুদিন পূর্বে…

নিৰ্ভয়া কাণ্ড উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰ আবেদন দাখিল

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ নিৰ্ভয়া কাণ্ডৰ দোষী তিহাৰত কাৰাবাস খাটি থকা অক্ষয় কুমাৰ সিঙে উচ্চতম ন্যায়ালয়ত পুনৰবিচাৰ আবেদন দাখিল কৰিছে। উল্লেখ্য যে ইয়াৰ আগতেও তিনিজন দোষীয়ে উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰ আবেদন দাখিল কৰিছিল যদিও ন্যায়ালয়ে উক্ত…

কেবঃ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই কেবৰ বিৰোধিতা কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজ ছবিৰ নাম প্ৰত্যাহাৰ কৰে । ৰাজ্যিক চলচ্চিত্ৰ…

বিশ্বত ৪২ হাজাৰ কোটি ডলাৰৰ অস্ত্ৰ বাণিজ্য

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ বিশ্বজুৰি অস্ত্রৰ বাণিজ্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ২০১৮ বর্ষটোত বিশ্বত আগ্ণেয়াস্ত্রৰ বিক্রী বৃদ্ধি পাইছে পূর্বৰ বছৰটোৰ তুলনাত ৫ শতাংশ বেছি৷ শেহতীয়াকৈ ছুইডেনৰ ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইনষ্টিটিউট…

অভিলেখ ৱাছিম জাফৰৰ

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ভাৰতৰ প্রথম শ্রেণীৰ ক্রিকেটত আন এক মাইলষ্ট’নত উপনীত হ’ল প্রবীণ অ’পেনাৰ ৱাছিম জাফৰ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা চলিত ছীজনৰ ৰঞ্জি ট্রফীৰ অন্ধ্রপ্রদেশৰ বিপক্ষে খেলা মেচখনত বিদর্ভৰ হৈ অংশগ্রহণ কৰি এক অনন্য অভিলেখ গঢ়িলে…

বিশ্ব ট্যুৰ ফাইনেলছৰ কঠিন গ্ৰুপত পি ভি সিন্ধু

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ পি ভি সিন্ধুৱে বি ডব্লিউ এফ বিশ্ব ট্যুৰ ফাইনেলছৰ কঠিন গ্রুপত স্থান লাভ কৰিছে৷ অহা ১১ ডিচেম্বৰৰ পৰা গুৱাংজুত হ’বলগীয়া সন্মানীয় প্রতিযোগিতাখনত বিশ্বৰ ষষ্ঠ বাছনিৰ পি ভি সিন্ধুৱে গ্রুপ এত…

পিবিএল মোৰ বাবে হ’ব শিক্ষাস্থলীঃঅস্মিতা

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ চলিত দক্ষিণ এছীয় ক্রীড়া সমাৰোহৰ বেডমিণ্টনত দুটাকৈ স্বর্ণপদক অর্জন কৰি দেশক গৌৰৱ দিয়া অসম কন্যা অস্মিতা চলিহাৰ নতুন লক্ষ্য হ’ল আসন্ন প্রিমিয়াৰ বেডমিণ্টন লীগত সুন্দৰ প্রদর্শন দাঙি ধৰি বিশ্ব স্তৰত নিজক প্রতিষ্ঠা…

অসম সাহিত্য সভা

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ লাইখুঁটা স্থাপন কার্যসূচী অনিবার্য কাৰণবশতঃ ১১ ডিচেম্বৰৰ সলনি ১৩ ডিচেম্বৰত একে সময়তে শুৱালকুছি জ্যোতি ক্ষেত্রত অনুষ্ঠিত হ’ব৷ আদৰণী সমিতিৰ সম্পাদকে এই কথা জানিবলৈ…

ৰাজ্যজুৰি সৰ্বাত্মক বন্ধ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাচতেই এতিয়া আন্দোলন আৰু প্ৰতিবাদত উত্তাল হৈ পৰিছে অসম । মঙলবাৰে নেছ'ৰ উদ্যোগত আৰু আছু সহযোগত আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ কাৰ্যসূচীৰ মাজতে ৰাজ্যৰ ঠায়ে ঠায়ে দেখা গ'ল…

সতীশ মামা-আধুনিক দধীচি

ড০ জয়ন্ত বিশ্ব শৰ্মা  সতীশ (শর্মা) মামা (জন্ম ৮ মার্চ, ১৯৪৯)ৰ আজি (৯ ডিচেম্বৰ, ২০১৯) দেহাৱসান হ’ল৷ মামা আমাৰ মাৰ সম্পর্কীয় খুৰাকৰ ল’ৰা৷ লৰমা গাঁৱৰ একেখন চোতালৰে দুভাগে আতাহঁতৰ ঘৰ৷ সতীশ মামাই ১৯৬৮ চনত পশ্চিম বডিগোগ উচ্চতৰ মাধ্যমিক…