নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত মালবাহী ৰে’ল লাইনচ্যুত হোৱাত ৰে’ল চলাচলৰ পথ সলনি

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ তিনিচুকীয়াৰ পৰা যাত্রা কৰা এখন মালবাহী ৰে’ল দেওবাৰে নিচেই পুৱাতে নাহৰকটীয়া ষ্টেচন পাবলৈ প্রায় এক কিলোমিটাৰ থকা অৱস্থাত লাইনচ্যুত হয় ৷ যাৰ বাবে বাতিল হয় নাহৰকটীয়া হৈ তিনিচুকীয়ালৈ আহ–যাহ কৰিবলগীয়া ৰে’লসমূহৰ চলাচল ৷…

উত্তৰ–পূব ভাৰত ভ্রমণলৈ অহা পর্যটকক সতর্কবাণী

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ উত্তৰ–পূব ভ্রমণৰ ক্ষেত্রত সতর্ক হ’বলৈ গ্রেট ব্রিটেইন আৰু আমেৰিকাই তেওঁলোকৰ নাগৰিকসকলক আহ্বান জনাইছে ৷ দেশ দুখনৰ মতে এই অঞ্চলত বিভিন্ন প্রতিবাদ আৰু হিংসাত্মক ঘটনাই আগুৰি ধৰিছে ৷ ব্রিটেইনৰ ফৰেইন এণ্ড কমনৱেলথ অফিচে…

ধর্ণা–ধর্মঘট কৰিলেই সমস্যাৰ সমাধান নহয়ঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ‘কেব’বিৰোধী আন্দোলনকাৰীৰ প্রতি আক্রমণাত্মক হৈ পৰিল বিত্ত, স্বাস্থ্য, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৷ মন্ত্রী ড০ শর্মাই ‘কেব’বিৰোধী আন্দোলনক তীব্র কটাক্ষ কৰি কয় যে সদায় জুই জ্বলাই জোঁৰ লৈ…

মহানগৰীত নতুনকৈ ৰং কৰা দেৱালত ‘NO CAB’

মহানগৰীৰ ভিন্ন স্থানৰ ৰং কৰা দেৱালত কেব বিৰোধী শ্ল'গান পিক নহয়, এইবাৰ নিশাটোৰ ভিতৰতে মহানগৰীৰ দেৱাল ভৰিল CAB বিৰোধী শ্ল’গানেৰে ৰং কৰা দেৱাল পুনৰ লিখাক লৈ প্ৰতিক্ৰিয়া নিশাৰ ভিতৰতে একাংশ প্ৰতিবাদকাৰীয়ে কৰিলে এই কাৰ্য…

ডিব্রুগড়ত অগপৰ কার্যালয় ভাঙি লণ্ডভণ্ড আছু কর্মীৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে উত্তাল প্রতিবাদ অব্যাহত আছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্রুগড়ত ৷ দেওবাৰে প্রতিবাদী আছু কর্মীসকলৰ ৰোষত পৰে ডিব্রুগড় জিলা অগপৰ কার্যালয় ৷ উল্লেখ্য যে দেওবাৰে…

লোকসভাত বিশেষ বিধেয়ক ৰূপে আজি আহিব ‘কেব’

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ অসমত তীব্র প্রতিবাদ চলি থকাৰ মাজতে আজি লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন ৷ বিধেয়কখন গৃহীত হোৱাটো নিশ্চিত কৰিবলৈ লোকসভাত থ্রী লাইন হুইপ…

পুৱাৰ পৰায়ে অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আজি লোকসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক । এই বিধেয়ক বাতিলৰ দাবীত সোমবাৰে পুৱাৰ পৰায়ে অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে অসমৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ । বিশেষকৈ আক্ৰাছু, চুতীয়া ছাত্ৰসন্থাকে ধৰি…

পলকতে আজিৰ দিনটো-

আজি সোমবাৰ অসমীয়া তাৰিখ অনুসৰি ২২ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ৯ ডিচেম্বৰ, ২০১৯ চন ১৬০৮ ত ইংৰাজ কবি জন মিল্টনৰ জন্ম ১৮২৫ ত চিপাহী বিদ্ৰোহৰ বীৰ তুলাৰামৰ জন্ম ১৮৯৮ ত বংগৰ প্ৰসিদ্ধ বেলুৰ মঠ নিৰ্মাণ ১৯৪৫ ত অভিনেতা…

‘ৰাজপথত আন্দোলন কৰিলেই সুৰক্ষিত নহয় জাতি’ – মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ "ৰাজপথত আন্দোলন কৰিলেই সুৰক্ষিত নহয় অসমীয়া জাতি। অসমীয়া জাতিৰ ক্ষতি কৰিব পৰা কাম এইখন চৰকাৰে নকৰে ।"- ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে দেওবাৰে এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ…

কাইলৈৰ পৰা ৰঞ্জি ট্রফীঃ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অসমৰ প্রথম প্রতিদ্বন্দ্বী ছার্ভিচেছ

নিউজডেস্ক, ৮ ডিচেম্বৰঃ সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব বি চি চি আইৰ সবাতোকৈ মর্যাদাপূর্ণ ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী ৷ প্রতিবছৰৰ দৰে এইবাৰো ৰঞ্জি ছিজনৰ পূর্বে অসম দলক লৈ ক্রিকেটপ্রেমীৰ মাজত আৰম্ভ হৈছে অনেক আশা–প্রত্যাশা আৰু জল্পনা–কল্পনা…