নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াত ভাৰতৰ দিবা-নৈশ টেষ্ট

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ২০২১ত বিশ্বৰ ক্রিকেটপ্রেমীয়ে দুই শক্তিশালী দল ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত দুখন দিবা–নৈশ টেষ্ট মেচৰ পূর্ণাংগ শৃংখলা দেখিবলৈ পোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ ক্রিকেট অষ্ট্রেলিয়াৰ পৰিকল্পনা সঠিক দিশত আগবাঢ়িলে এয়া হ’ব…

জয়ৰ সন্ধানত নৰ্থ ইষ্ট ইউনাইটেড

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত আই এছ এলত জয়ৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব৷ ছখন মেচ খেলাৰ পিছতো অপৰাজেয় হৈ থকা দলটোৱে আজি সৰুসজাই এথলেটিক ষ্টেডিয়ামত কলকাতাৰ এ টি কে এফ চিৰ মুখামুখি হ’ব৷ উল্লেখ্য যে নর্থ ইষ্ট…

আজিৰ দিনটো

আজি অসমীয়া তাৰিখ অনুসৰি ২০ আঘোণ, ১৯৪১ শক আজি ইংৰাজী তাৰিখ অনুসৰি ৭ ডিচেম্বৰ, ২০১৯ চন ১৮৫৬ত দেশত বিধৱা বিবাহ প্ৰচলন ১৯৩২ত সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ জন্ম ১৮৯৮ ত কবি-নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ জন্ম ১৯৭২ত কুৰি…

আজি ৮৮ বছৰত ভৰি দিলে কথাশিল্পী হোমেন বৰগোহাঞিয়ে

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ বিশিষ্ট কথাশিল্পী, লেখক, চিন্তাবিদ, সম্পাদক হোমেন বৰগোহাঞিয়ে আজি ভৰি দিলে ৮৮ বছৰ বয়সত । ছাত্ৰাৱস্থাতে সৃষ্টিশীল ৰচনাৰে অসমীয়া সাহিত্যত সবল আত্মপ্ৰকাশ কৰা বৰগোহাঞিয়ে উচ্চপদস্থ চৰকাৰী চাকৰি ত্যাগ কৰি আৰম্ভ কৰা…

দুধনৈৰ পাছত লক্ষ্য দিল্লীঃ গোৱালপাৰা ক’ৰ্টত হাজিৰ ৩ আইছিছ

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ৩ দুর্ধর্ষ আইছিছ সদস্যক আজি গোৱালপাৰা আদালতত হাজিৰ কৰোৱা হ’ব ৷ যোৱা ২৫ নৱেম্বৰত গোৱালপাৰা চহৰৰ মধুবন লজৰ পৰা বহু বিস্ফোৰক সামগ্রীসহ দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল লুইত জামাল, মুক্কাদিৰ…

প্লাষ্টিক আৱর্জনাত মৃত্যু ৫ লক্ষাধিক কেঁকোৰাৰ

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ প্লাষ্টিক প্রদূষণে সমুদ্রৰ জীৱকুলৰ অস্তিত্বলৈ কঢ়িয়াই আনিছে ভাবুকি ৷ শেহতীয়াকৈ ভাৰত মহাসাগৰীয় দ্বীপ ক’কোছত ৫ লাখ ৮ হাজাৰ দুষ্প্রাপ্য প্রজাতিৰ কেঁকোৰাৰ প্লাষ্টিক আৱর্জনাত আবদ্ধ হৈ মৃত্যু হৈছে ৷ একে সময়তে প্রশান্ত…

ঝাৰখণ্ড নিৰ্বাচনঃ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ আজি ঝাৰখণ্ডৰ ২০টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচন ৷ এই দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে মুঠ ২৬০গৰাকী প্রার্থীয়ে ৷ এই প্রার্থীসকলৰ ভিতৰত আছে ২৯গৰাকী মহিলা ৷ উল্লেখনীয় যে…

ভাৰত–জাপান সম্পর্ক

চলিত মাহতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত–জাপান শীর্ষ সন্মিলনক লৈ সমগ্র উত্তৰ–পূর্বাঞ্চলত আশাৰ সঞ্চাৰ হৈছে৷ অঞ্চলটোৰ আটাইকেইখন ৰাজ্যৰ বাবে জাপানে বিভিন্ন প্রকল্পত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ সম্ভাৱনা আছে৷ জাপানৰ প্রধানমন্ত্রী শ্বিনজো…

উবেৰত দুবছৰত ৬ হাজাৰ যৌন নির্যাতন

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ ২০১৭ আৰু ২০১৮ বর্ষত উবেৰ টেক্সিত প্রায় ৬ হাজাৰ যৌন আতিশয্যৰ ঘটনা সংঘটিত হৈছে আমেৰিকাত । উবেৰ কর্তৃপক্ষই লাভ কৰিছে এই অভিযোগ ৷ উল্লেখনীয় যে ২০১৮ বর্ষটোত উবেৰত যৌন আতিশয্যৰ ঘটনা বৃদ্ধি পাইছে ৷ অৱশ্যে ইয়াৰ হাৰ ১৬…

প্রতিবাদত অংশ ল’ব নোৱাৰিব শিক্ষার্থীয়ে

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ বিভিন্ন সংগঠনে ৰাজ্যত অব্যাহত ৰখা কোনো প্রতিবাদী কার্যসূচীতেই চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীয়ে অংশগ্রহণ কৰিব নোৱাৰিব ৷ শুকুৰবাৰে সকলো চৰকাৰী বিদ্যালয়লৈ এই কঠোৰ নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৷…