নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ আজিৰ দিনটো

মেষঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩, বিয়াৰ প্রস্তাৱ পাব পাৰে৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷ আজি টকা আনক ধাৰলৈ নিদিব৷ চাকৰিয়ালৰ শুভ৷ শিক্ষার্থীৰ বাধা আছে৷ প্রতিকাৰ– শিৱ মন্দিৰত থকা ভিক্ষাৰীক ৰঙা ৰঙৰ ফল বা মিঠাই খুৱাব৷ বৃষঃ শুভ ৰং হালধীয়া, সংখ্যা ৫,…

জন্মদাত্ৰীৰ পাশৱিকতাঃ ডিব্রুগড়ত শিশুক হত্যা কৰি দলিয়ালে শৌচাগাৰলৈ

নিয়মীয়া বার্তা,৭ ডিচেম্বৰঃ এগৰাকী পাষাণ মাতৃয়ে নিজ গর্ভত দহ মাহ দহ দিন লালন কৰাৰ পাছত কিমান পাষাণ হৃদয়ৰ হ’লে গর্ভজাত সদ্যোজাত দেৱশিশুক নিজ হাতে হত্যা কৰিব পাৰে ? এনে কার্য কৰোঁতে এবাৰো বাৰু দেৱশিশুটিৰ নিষ্পাপ মুখখনিয়ে সেই মাতৃগৰাকীক নিষ্ঠুৰ…

হস্তী-মানৱ সংঘাতঃ ৰংহাঙৰ খেতিপথাৰত অষ্ট্রেলিয়াৰ হস্তী গৱেষক ব্রীট্টেড

নিয়মীয়া বার্তা, ৭ ডিচেম্বৰঃ শেহতীয়াকৈ বিদেশী হস্তী গৱেষক, সংৰক্ষক, তথ্যচিত্র নির্মাতা তথা পর্যটকৰ ভিৰ বাঢ়িছে নগাঁও–কার্বি আংলং সীমান্তৱর্তী হাতীখলি–ৰংহাং গাঁৱত৷ প্রসিদ্ধ ফিল্মমেকাৰ মাইক পাণ্ডেৰ পিছত বন্যহস্তীক সুৰক্ষিত কৰাৰ স্বার্থত ৰাইজে…

বিদেশৰ মাটিত শৈক্ষিক বিপ্লৱৰ সূচনা কৰা পাঠশালাৰ ড০ ভাস্কৰ চৌধুৰী

আমাৰ জীৱনত অংকৰ হিচাপ এটা বৰ গুৰুত্বপূর্ণ বিষয় ৷ পাঠ্যগত শিক্ষাৰ উপৰি দৈনন্দিন ব্যৱহাৰিক জীৱনতো অংকৰ প্রভাৱ অপৰিসীম ৷ কিন্তু এই অংকক লৈ বহু লোকে শংকাত ভোগে ৷ বহু ছাত্র–ছাত্রীৰে অংকশাস্ত্রৰ নাম শুনিলেই জ্বৰ উঠে ৷ এনে এটা গুৰুত্বপূর্ণ কিন্তু…

গাহৰি, মুর্গী ফার্মেৰে স্বাৱলম্বিতাৰ প্রয়াসঃ ৰহাৰ দম্পতীৰ অর্থনৈতিক বিপ্লৱ

নগাঁও জিলাৰ ৰহা নগৰৰ এটা দম্পতীৰ কাহিনী ৷ এই দম্পতীটো বর্তমান সময়ত সকলো নিবনুৱা যুৱক–যুৱতীৰ বাবে হৈ পৰিছে এক উৎকৃষ্ট আদর্শ৷ কাৰণ দম্পতীটোৱে গঢ়িছে এক অর্থনৈতিক বিপ্লৱ৷ যিটো সময়ত ৰাজ্যৰ একাংশ শিক্ষিত নিবনুৱা যুৱক–যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি…

টিংখাঙৰ শুকুৰবৰীয়া বজাৰখন

টিংখাঙত নাৰী শক্তিৰ প্রদর্শনৰ এক অঘোষিত প্রতিযোগিতা চলিছে৷ পুৰুষৰ তুলনাত কোনোগুণেই যে নাৰী পিছপৰি থকা নাই, ইয়াৰ সুন্দৰ নিদর্শন দেখিবলৈ পোৱা যায় প্রতি শুকুৰবাৰে টিংখাঙত৷ আমি লাজ কৰিলে নহ’ব, আমি আগুৱাই যাব লাগিব৷ আমি কাম কৰিম, কাম কৰি আগুৱাই…

মাছখোৱা সাংস্কৃতিক প্রকল্পত গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল আৰম্ভ

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ শুকুৰবাৰে মুকলি হ’ল বহু প্রতীক্ষিত গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ চতুর্থ সংস্কৰণ ৷ ৩ দিনীয়া কার্যসূচীৰে শুকুৰবাৰৰ পৰা গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি আইটিএ সাংস্কৃতিক প্রকল্প প্রেক্ষাগৃহত আৰম্ভ হৈছে গুৱাহাটী…

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কি হৈছে?

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা চিপ লোৱা অবস্থাত উদ্ধাৰ প্ৰসূতিৰ মৃতদেহ মৃত মহিলাগৰাকীৰ নাম সাধনা মণ্ডল মঙলবাৰে মহিলাগৰাকীয়ে জন্ম দিছিল এটি সন্তান বৃহস্পতিবাৰৰ পৰাই সন্ধান নাছিল মহিলাগৰাকী এটা কোঠাত চিপ লোৱা…

আদালতলৈ যোৱাৰ পথতে ধৰ্ষিতাক জ্বলাই দিলে অভিযুক্তই

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ উন্নাওত এগৰাকী ধৰ্ষিতা মহিলাই স্থানীয় আদালতলৈ যোৱা পথতেই অভিযুক্তই মহিলাগৰাকীক পেট্ৰ'ল ঢালি জ্বলাই দিয়ে। জামিনত মুক্তি পোৱা দুই অভিযুক্তই আন তিনিজনৰ সৈতে মিলিত হৈ গোচৰৰ বাবে আদালতলৈ গৈ থাকোঁতেই…

পলিথিনেৰেও ঢাকি বচাব নোৱাৰিলে ডিভাইদাৰৰ সৌন্দৰ্য; অন্তিম ভৰসা ‘ফলক’

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ গুৱাহাটী মহনগৰীৰ সৌন্দৰ্যক বচাবলৈ এতিয়া দৈনিক ন ন কৌশল গ্ৰহণ কৰিছে মহানগৰ প্ৰশাসন তথা বিভাগীয় বিভাগসমূহে । সৌন্দৰ্যবৰ্ধনৰ বাবে দিন-ৰাতি একাকাৰ কৰি বিভাগীয় কৰ্তৃপক্ষই সজাইছে আপোনাৰ চহৰ গুৱাহাটীক । কিন্তু একাংশ…