নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবঃ ৰাজ্যসভাত এইবাৰ বিৰোধী অলপ দুর্বল

অসমসহ সাতভনীৰ ভূমিখণ্ডত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৯ৰ বিৰুদ্ধে যিমানেই প্রতিবাদ নহওক কিয়, কেন্দ্রত শাসনাধিষ্ঠিত এন ডি এ চৰকাৰৰ প্রধান দল বিজেপিয়ে বিধেয়কখন সংসদত উত্থাপন নকৰাকৈ নাথাকে ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ইতিমধ্যে সেই কথা…

আজি ৬ ডিচেম্বৰ, আঘোণ মাহৰ ১৯ তাৰিখ

মেষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৬, সম্পত্তিৰ কাৰণে মতবিৰোধ হ’ব পাৰে৷ আর্থিক সংকটে দেখা দিব পাৰে৷ ধাৰে দিয়া টকা পইচা ঘূৰাই পাব৷ ব্যৱসায়িক কাৰণত ভ্রমণ কৰিব লগা হ’ব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– পূজা সেৱা কৰা ব্রাহ্মণ এজনক বগা বস্ত্র আৰু দক্ষিণা দান…

শিৱসাগৰত দিনতে দা লৈ সন্ত্রাস

নিয়মীয়া বার্তা, শিৱসাগৰ, ৬ ডিচেম্বৰঃ কেবৰ বিৰোধিতাৰে জাতি–জনগোষ্ঠীয় দল–সংগঠনৰ প্রতিবাদত শিৱসাগৰ চহৰ উত্তাল হৈ থকাৰ সময়তে বৃহস্পতিবাৰে চহৰৰ মাজমজিয়াত এজন ব্যক্তিয়ে মেচী দা লৈ সন্ত্রাস চলোৱাৰ ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কোনো ব্যক্তিৰ…

দীপৰ বিলৰ সমীপত ৰে’লৰ খুন্দাত আহত বন্যহস্তী

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ শুকুৰবাৰে পুৱাই সংঘটিত হ'ল এক কৰুণ ঘটনা । দীপৰ বিলৰ সমীপৰ চকৰ্দোত মালবাহী ৰে'লে খুন্দিয়ালে এটা বন্যহস্তীৰ পোৱালিক । পুৱা চকৰ্দোত বিলৰ পানী খাবলৈ নামি আহিছিল হাতীৰ এটা জাক । কিন্তু সেই সময়তে এখন মালবাহী…

মাইক্র’ফাইনেঞ্চৰ ঋণৰ বোজাঃ নলবাৰীৰ দুটি পৰিয়ালৰ আত্মগোপন

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্যৰ চৌপাশে কাঠফুলাৰ দৰে গঢ়ি উঠা মাইক্র’ফাইনেঞ্চে বিভিন্ন লোকক ঋণ প্রদানৰ নামত সর্বস্বান্ত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নলবাৰীত শেহতীয়াকৈ ঘটিল এক অঘটন ৷ বিত্তীয় প্রতিষ্ঠানৰ ঋণৰ বোজা সহিব নোৱাৰি নলবাৰীৰ…

শিক্ষা বিভাগৰ টোগলকী কাণ্ডঃ চেঙাত অসমীয়া বিদ্যালয়ত বাংলা ভাষাৰ পুথি

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্রতিবাদত সমগ্র অসম তথা উত্তৰ পূর্বাঞ্চল উত্তাল হৈ থকাৰ সময়তে অসম চৰকাৰৰ শিক্ষা বিভাগৰ কর্মকাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে ৷ এইবাৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ বিদ্যালয়ত…

মুখ্যমন্ত্রীয়ে মুকলি কৰিলে বন বিভাগৰ এণ্টি ডিপ্রেচন স্কোৱাড

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্রান্তত সংঘটিত হৈ থকা মানুহ আৰু বন্যপ্রাণীৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মানুহ আৰু বন্যপ্রাণী সংঘাতপ্রৱণ ১৫ খন জিলাৰ বাবে ১৫ টা এণ্টি…

হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ ৪ অভিযুক্তক এনকাউণ্টাৰ

হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ ৪ অভিযুক্তৰ মৃত্যু আৰক্ষীৰ গুলীত নিহত হয় ধৰ্ষণকাণ্ডৰ ৪ অভিযুক্ত শুকুৰবাৰে পুৱাৰ ভাগতে তদন্তৰ বাবে হত্যাকাণ্ডস্থলীলৈ লৈ যোৱা হৈছিল অভিযুক্তকেইজনক কিন্তু তদন্তৰ মাজতে ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰোতে…

দীপা কলিতাৰ মৃত্যু হত্যা নে আত্মহত্যা !!!!!

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বস্ত্রনগৰী শুৱালকুছিত এগৰাকী নৱবিবাহিত বোৱাৰীয়ে স্বামীৰ গৃহতে ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ প্রাপ্য তথ্য মতে, শুৱালকুছি সাধুতোলৰ প্রয়াত ৰঘু মহন্তৰ পুত্র…

বিলাসী পিয়াঁজৰ যোৰা এতিয়া ২০ টকা : বিকল্প ৰূপে পিয়াঁজ পাত

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ দেশত দৈনিক পিয়াঁজৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ সোধাই অহাৰ পৰতে ৰঙা পিয়াঁজৰ বিলাসী বেহা । এতিয়াৰ পৰা আপুনি পিয়াঁজ কিনিবলৈ চিন্তা কৰিব নালাগে কিয়নো শতকৰ ঘৰ অতিক্ৰম কৰা পিয়াঁজ এতিয়া বিক্ৰী কৰা হৈছে যোৰা হিচাপত…