নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেলিফর্নিয়ালৈ আমন্ত্রিত ‘এ ব্লাইণ্ড ডগ’

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ আমেৰিকাৰ অন্যতম সন্মানীয় ছবি মহোৎসৱ ‘বে’ এৰিয়া ছাউথ এছিয়ান ছবি মহোৎসৱলৈ আমন্ত্রণ লাভ কৰিছে অসমৰ প্রথমখন থ্রী–ডি এনিমেচন ছবি ‘এ ব্লাইণ্ড ডগ’–এ ৷ কেলিফ’র্নিয়াত অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱখনৰ…

বিদ্যুতৰ খুঁটাত খুন্দা যাত্ৰীবাহী বাছৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ধূপধৰাত ভয়াৱহ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দা যাত্ৰীবাহী আল্ট্ৰা বাহনৰ। দুৰ্ঘটনাত আহত বাছখনৰ বহুকেইজন যাত্ৰী। আহত লোকসকলক ধূপধৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটীৰ পৰা…

ঝাৰখণ্ডত কৃষকৰ ঋণ ৰেহাইৰ প্রতিশ্রুতি ৰাহুল গান্ধীৰ

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ মঙলবাৰে ঝাৰখণ্ডত কংগ্রেছৰ হৈ প্রচাৰ অভিযান চলোৱা দলটোৰ নেতা ৰাহুল গান্ধীয়ে কয় যে ছত্তিশগড়ৰ দৰে ঝাৰখণ্ডৰ পৰিস্থিতি সলনি কৰি দিব কংগ্রেছে ৷ ছত্তিশগড়ত ক্ষমতালৈ অহাৰ এবছৰৰ ভিতৰতে কংগ্রেছ চৰকাৰে ৰাজ্যখনৰ প্রগতিৰ…

গণিতজ্ঞ বশিষ্ঠ নাৰায়ণক লৈ নির্মাণ হ’ব বায়’পিক

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ কিংবদন্তি ভাৰতীয় গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ জীৱন আৰু কর্মক লৈ নির্মাণ হ’ব এখন চলচ্চিত্র ৷ এই বায়’পিক নির্মাণ কৰিব ফাৰহান আখতাৰ তথা ৰীতেশ সিধৱানিয়ে ৷ ৰীতেশৰ এক্সেল এণ্টাৰটেইনমেণ্টে সংস্থাটোৰ পৰৱর্তী ছবি বশিষ্ঠ…

ৰঙা পিক ৰোধিবলৈ ডিভাইদাৰত পলিথিন

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰক আদৰিবলৈ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক । যুদ্ধকালীন তৎপৰতাৰে জি এম চি, জি এম ডি এ আৰু জিলা প্ৰশাসনকে ধৰি বিভিন্ন বিভাগে…

অইল ইণ্ডিয়া লিমিটেডত ১৬ পদ পূৰণৰ বিজ্ঞাপন

অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজান মুখ্য কার্যালয়ত খালী হৈছে কেইবাটাও পদ৷ যোগ্য প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ইঞ্জিনীয়াৰ ২টাঃ…

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত একাধিক পদৰ সাক্ষাৎকাৰ

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ শিক্ষানুষ্ঠানখনৰ কেইবাটাও গুৰুত্বপূর্ণ বিভাগত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ এই বিষয়ে বিশ্ববিদ্যালয়খনৰ কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান…

ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত ৭৯টা পদৰ বিজ্ঞাপন

কেন্দ্রীয় চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ নেচনেল ইনভেষ্টিগেচন এজেঞ্চী (এনআইএ) অর্থাৎ ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত খালী হৈছে ৭৯টা পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ…

পাৱাৰ গ্রিডত ৩৫ পদ খালী

দেশৰ শক্তিখণ্ডৰ সম্প্রসাৰণৰ লগতে বিশ্বৰ অন্যতম অগ্রণী বৈদ্যুতিক শক্তি সম্প্রসাৰণকাৰী কোম্পানী পাৱাৰ গ্রিড কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ কোম্পানীটোৰ ইলেক্ট্রিকেল বিভাগত ৩০টা আৰু চিভিল বিভাগত ৫টা পদত অচিৰেই…

উত্তৰ–পূব সীমান্ত ৰে’লৱেত ১২ পদ

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ স্কাউট এণ্ড গাইড বিভাগত খালী হৈছে ১২টা পদ৷ পদকেইটা গ্রুপ–চি আৰু ডি পর্যায়ৰ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি গ্রুপ–চি পর্যায়ৰ পদৰ সংখ্যা ২টা প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে দ্বাদশ উত্তীর্ণ আৰু প্রতি মিনিটত ৩০টা ইংৰাজী…