নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱক-যুৱতীক উলংগ কৰি ভিডিঅ’, তাৰ পিছত ধন দাবী…

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ মৰেল পুলিচৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈছে গোৱালপাৰাৰ কৃষ্ণাইত। এহাল যুৱক-যুৱতী অসামাজিক কাৰ্যত লিপ্ত হৈ থকাৰ অভিযোগত প্ৰহাৰ কৰে একাংশ যুবকে তাৰ পিছতে দুয়োকে উলংগ কৰি ভিডিঅ' কৰে নিকৃষ্ট মানসিকতাৰ কেইজনমান যুৱকে আৰু…

আই এন এক্স মিডিয়াৰ গোচৰত জামিন পি. চিদাম্বৰমৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আই এন এক্স মিডিয়াৰ গোচৰত অভিযুক্ত পি. চিদাম্বৰমৰ উচ্চতম ন্য়ায়ালয়ৰ পৰা জামিন লাভ কৰিছে। এই গোচৰত ই.ডি আৰু চি বি আইয়ে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছিল। চিদাম্বৰমক ২১ আগষ্টত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল। ২২ অক্টোবৰত…

মণিপুৰত ১৬৫ কোটি টকাৰ হেৰোইনৰ ভাণ্ডাৰ জব্দ

নিউজডেস্ক, ৪ ডিচেম্বৰঃ মণিপুৰৰ থৌবাল জিলাৰ ছডা খুম্বী গাঁৱত আৰক্ষী আৰু আছাম ৰাইফলছে যৌথ অভিযান চলাই নিচাযুক্ত দ্ৰব্য প্ৰস্তুতকাৰী এটা বৃহৎ লেবৰেটৰী উৎখাত কৰে । ইয়াৰ লগতে জব্দ কৰে ১৬৫ কোটি টকাৰ হেৰোইনসহ নিচাযুক্ত দ্ৰব্য প্ৰস্তুত কৰা কেঁচামাল…

৯ সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ বুধবাৰে পুৱাই এক ভয়ংকৰ ঘটনা সংঘটিত হয় ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত । ঘটনা অনুসৰি এজন আই টি বি পিৰ জোৱানে গুলীৰে থকা-সৰকা কৰে ৯ জনকৈ সতীৰ্থক । ইয়াৰে ৬ জনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে ৩ জনৰ অৱস্থা সংকটজনক । সতীৰ্থৰ…

আই চি চি টেষ্ট ৰেংকিঙত পুনৰ শীৰ্ষত বিৰাট

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আই চি চি টেষ্ট ৰেংকিঙত বিৰাট কোহলীয়ে পুনৰ শীৰ্ষ স্থান দখল কৰিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ৰেংকিঙ মতে কোহলীয়ে ৯২৮ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক জনে ষ্টিভ স্মিথক অতিক্ৰম কৰি এই লক্ষ্যত…

১০ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব মেট্ৰিক আৰু হাই-মাদ্ৰাছা পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ৩লাখ ৫৭হাজাৰ পৰীক্ষাৰ্থী। বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষাকেন্দ্ৰত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে প্ৰতিটো…

৩ বছৰলৈ হ্রাস হ’ব নির্বাচক মণ্ডলীৰ কার্যকাল

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ নতুন কার্যকাল তিনি বছৰলৈ হ্রাস কৰাৰ চিন্তা–চর্চা কৰিছে বি চি চি আইৰ নতুন সভাপতি সৌৰভ গাংগুলীয়ে৷ নির্বাচকসকলক সময়ৰ সৈতে খাপ খুৱাই ৰখোৱাৰ লক্ষ্যৰে ব’ডৰ মুৰব্বীগৰাকীয়ে ৰাষ্ট্রীয় নির্বাচক…

অনুশীলনলৈ উভতিল যশপ্রীত বুমৰাহ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ পিঠিৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰা টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে আজি অনুশীলন আৰম্ভ কৰিছে৷ মুম্বাই ক্রিকেট সন্থাত প্রশিক্ষক ৰজনীকান্ত শিৱাগনানমৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰা বুলি সন্থাৰ এক সূত্রই…

১২–১৫ ডিচেম্বৰত অসম যোগ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ যোগৰ জৰিয়তে স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্পৰে উত্তৰ–পূর্বাঞ্চলৰ স্বেচ্ছাসেৱী যোগ প্রতিষ্ঠান ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্রৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ…

উত্তৰ–পূবৰ ৰাজ্যক লৈ কেন্দ্রই গঠন কৰিব ‘নেওমা’

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাজ্যক অর্থনৈতিকভাৱে দীর্ঘসময় ধৰি ক্ষতিগ্রস্ত কৰি অহা বান আৰু গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা ৰূপে গ্রহণ নকৰিলেও অসমৰ বান সমস্যাক লৈ কেন্দ্রীয় চৰকাৰ উদ্বিগ্ন ৷ অসমৰ বানক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ পৰিৱর্তে এই…