নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীর্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪ খ্রীষ্টানক নৃশংস হত্যা : বুর্কিনা ফাছোত জেহাদীৰ আক্রমণ

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ পশ্চিম আফ্রিকান ৰাষ্ট্র বুর্কিনা ফাছোত দেওবাৰে ইছলামিষ্ট সন্ত্রাসবাদীয়ে গির্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪গৰাকী খ্রীষ্টান লোকক গুলীয়াই হত্যা কৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে দেশখনৰ পৰিস্থিতি ৷ উল্লেখনীয় যে,…

তেজপুৰত দুৰ্ঘটনাত থিতাতে নিহত ৪জন

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ তেজপুৰৰ বিহগুৰিত শোকাৱহ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা এখন ইণ্ডিগ' মাঞ্জা বাহনৰ। দুৰ্ঘটনাত থিতাতে নিহত ৩জন লোক আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় এজন লোকৰ। জুবিন আৰ্টিষ্ট একাদশ আৰু সাংবাদিক একাদশৰ ফুটবল…

দেশত নিয়মীয়াকৈ হ’ব দিবা–নৈশ টেষ্ট

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ভাৰতৰ মাটিত শেহতীয়াকৈ অনুষ্ঠিত প্রথমখন দিবা–নৈশ টেষ্টলৈ দর্শকৰ অভূতপূর্ব সঁহাৰিয়ে উৎসাহিত কৰিছে বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীক৷ মুম্বাইত কালি অনুষ্ঠিত ব’ডৰ বহু প্রত্যাশিত বার্ষিক সাধাৰণ সভাৰ পিছত সাংবাদিকৰে…

বিশ্বৰ ৩৩ নিযুত লোকৰ নাই খাদ্য নিৰাপত্তা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ জলবায়ু পৰিৱর্তনৰ বিষয় লৈ বিশ্বজুৰি বিভিন্ন পর্যায়ত সজাগতা অভিযান চলি আছে যদিও কোনো এখন দেশৰ চৰকাৰে এই বিষয়টোৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই ৷ শেহতীয়াকৈ ইউৰোপীয় ৰাষ্ট্র স্পেইনৰ ৰাজধানী…

ওদালগুৰিৰ জন্মান্ধ সঞ্জীৱে দেখুৱাইছে আদর্শঃ দিব্যাংগ বিদ্যালয় স্থাপন কৰি দিছে পাঠদান

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ পৃথিৱীৰ পোহৰ দেখি নোপোৱা আৰু ক’লা–বগা–ৰঙা–নীলা আদি কোনো ৰঙৰ পার্থক্য বুজি নোপোৱা এজন বিশেষভাৱে সক্ষম লোক ৷ নাম তেওঁৰ সঞ্জীৱ দাস ৷ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তর্গত কৌপাটি নেপালী গাঁৱৰ এটি দৰিদ্র পৰিয়ালৰ সন্তান…

মহিলাৰ সুৰক্ষা

যিখন দেশত শক্তিৰ অধিষ্ঠাত্রীৰূপে দুর্গা দেৱীক, বিদ্যাৰ অধিষ্ঠাত্রীৰূপে সৰস্বতী দেৱীক, ধন–সম্পদৰ অধিষ্ঠাত্রীৰূপে লক্ষ্মী দেৱীক পূজা–র্চনা কৰা হয় সেইখন দেশতে নিৰাপদ নহয় মহিলাসকল৷ কন্যা শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধাসকলৰ সুৰক্ষাৰ বাবে দেশজুৰি বহু…

১০ ডিচেম্বৰৰ পূর্বেই সংসদত কেব উত্থাপন-গৃহীত হ’বঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ অহা ১০ ডিচেম্বৰৰ পূর্বেই সংসদৰ চলিত অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত হ’ব ৷ সোমবাৰে ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদর্শন কৰিবলৈ অহা ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত…

ৱেব প’র্টেলৰ নামত অতপালিঃ ধন দাবী কৰি আৰক্ষীৰ জালত ২ ভুৱা সাংবাদিক

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ ৱেব প’র্টেলৰ নামত মহানগৰীত ধন দাবীত নামিছে একাংশ ভুৱা সাংবাদিক ৷ অলপতে ব্যৱসায়ীক ধন দাবী কৰি ৱেব প’র্টেলৰ এজন সাংবাদিক বশিষ্ঠ আৰক্ষীৰ জালত পৰাৰ পিছত সোমবাৰে পুনৰ ছয়মাইলৰ ‘এ কাল এভৱ’ নামৰ এখন স্পাত ধন দাবী কৰি…

ব্রহ্মপুত্রত উদ্ধাৰ হোৱা মূর্তি প্রত্যক্ষৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ যোৱা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত আৰক্ষী আৰু এছ ডি আৰ এফ জোৱানে গুৱাহাটীৰ উমানন্দ ঘাটত ব্রহ্মপুত্র নদীৰ পৰা ৪০টাতকৈও অধিক দেৱ–দেৱীৰ বিগ্রহৰ লগতে ধর্মীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা সা–সামগ্রী উদ্ধাৰ কৰিছে আৰু এইসমূহ…

বুর্কিনা ফাছোত জেহাদীৰ আক্রমণ; ১৪ খ্রীষ্টানক নৃশংস হত্যা

নিউজডেস্ক, ৩ ডিচেম্বৰঃ পশ্চিম আফ্রিকান ৰাষ্ট্র বুর্কিনা ফাছোত দেওবাৰে ইছলামিষ্ট সন্ত্রাসবাদীয়ে গির্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪ গৰাকী খ্রীষ্টান লোকক গুলীয়াই হত্যা কৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে দেশখনৰ পৰিস্থিতি ৷ উল্লেখ্য যে স্কুটাৰত…