নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ অনুপ্ৰৱেশকাৰীঃ অধীৰ চৌধুৰী

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অনুপ্ৰৱেশকাৰী আখ্যা দিলে কংগ্ৰেছৰ পৰিষদীয় দলৰ নেতা অধীৰ চৌধুৰীয়ে । দেওবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি দুয়োকে…

আধাৰ দিয়ক আৰু পিঁয়াজ লৈ যাওক

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ৰকেটৰ গতিত পিঁয়াজৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক সংকটত পেলোৱা সময়তে দেশজুৰি চৰকাৰৰ বিৰুদ্ধে সংগঠিত হৈছে প্রতিবাদ৷ অকল কেন্দ্রীয় চৰকাৰেই নহয়, বিভিন্ন ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধেও অভিনৱ প্রতিবাদ সাব্যস্ত হৈছে৷ শেহতীয়াকৈ…

শিলসাঁকো বিলত বেদখলক লৈ উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ আৰক্ষী–প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ গ্রহণ কৰি বিভিন্ন কৌশলেৰে একাংশ অসাধু লোকে গৃহ নির্মাণ কৰি মহানগৰীৰ জলাশয় সংকুচিত কৰি অহাৰ সময়তে দেওবাৰে শিলসাঁকো বিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্রাকৃতিক ভাৰসাম্য আৰু…

আমেৰিকাৰ দক্ষিণ ডাক’টাত বিমান দুর্ঘটনাত নিহত ৯জন

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আমেৰিকাৰ দক্ষিণ ডাক’টাত এখন পিলাটাছ পিচি–১২ বিমান দুর্ঘটনাত পতিত হোৱাৰ ফলত ৯ গৰাকী লোক নিহত হৈছে ৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি শনিবাৰে মাজনিশা সংঘটিত হৈছে এই দুর্ঘটনা ৷ বিমানখনে উৰামৰাৰ কিছুসময় পাছতেই…

বনাঞ্চলত বেদখল

গছ থাকিলেহে মানুহ থাকিব ৷ –এই শ্লোগানেৰে চৰকাৰৰ লগতে বিভিন্ন প্রকৃতি–পৰিৱেশপ্রেম্ সংগঠনে জনসাধাৰণৰ মাজত বছৰৰ পিছত বছৰ ধৰি সজাগতা অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে ইয়াৰ নামত ব্যয় হৈছে ৰাজকোষৰ বৃহৎ পৰিমাণৰ পুঁজি৷ পিছে এনে সজাগতা অভিযান তথা…

আপোনাৰ আজিৰ দিনটো

মেষঃ কর্মক্ষেত্রত নতুন কোনো সমস্যাই দেখা দিব পাৰে৷ মইবৰ ভাব ত্যাগ কৰক৷ দিনটো ভালেই যাব৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷ বৃষঃ আয় বৃদ্ধি, শৰীৰ ভাল৷ বিদ্যাত মধ্যম৷ উৎসাহজনক কথাত যোগদান৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷ মিথুনঃ কোনো…

৯০ শতাংশ ধন ব্যয়ৰ পাছতো নোলাল পানী

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পানী যোগান আঁচনিৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কোটি কোটি টকা ব্যয় কৰাৰ পাছতো ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা…

মহাৰাষ্ট্র বিধানসভাত অধ্যক্ষৰ দায়িত্বত নানা পাটোল

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ মহাৰাষ্ট্র বিধানসভাত অধ্যক্ষ হিচাপে নির্বাচিত হৈছে কংগ্রেছ নেতা নানা পাটোল৷ উল্লেখনীয় যে বিজেপিয়ে অধ্যক্ষ পদৰ বাবে নির্বাচনৰ পৰা মনোনয়ন প্রত্যাহাৰ কৰাৰ পাছতেই বিনা প্রতিদ্বন্দ্বিতাৰে পাটোলে এই পদ লাভ কৰে৷…

অগপৰ স্থিতিৰ বিপৰীত মেৰুত মহন্ত

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক (কেব) লৈ অগপই কৌশলী স্থিতি গ্রহণ কৰাৰ বিপৰীতে দলটোৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই সম্পূর্ণ বিপৰীত মেৰুত অৱস্থান লৈছে ৷ অগপৰ সভাপতি অতুল বৰাকে ধৰি…

জাইকাৰ ৩,৪০০ কোটিত লুণ্ঠনকাৰীৰ শেন চকু

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ ক্রমাৎ শিথিল হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, নিকায়–নিগমত আৰম্ভ হৈছে আঁচনিৰ পুঁজিৰ কমিছনৰ অংক৷ খনিজ–বনজ সম্পদক লৈ…