নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীর্ষ স্থানৰ লক্ষ্যৰে আজি নর্থ–ইষ্টৰ যুঁজ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ আই এছ এলৰ পইণ্ট তালিকাৰ শীর্ষস্থানত উপনীত হোৱাৰ লক্ষ্যৰে আজি সমুখ সমৰত নামিব নর্থ–ইষ্ট ইউনাইটেড এফ চি আৰু জামছেদপুৰ এফ চি৷ জামছেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্রকল্পৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত জয়লাভ কৰা…

২৪লৈ কার্যকাল বৃদ্ধি হ’ব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতিৰ আসনত বংগৰ মহাৰাজা সৌৰভ গাংগুলী ২০২৪ চন পর্যন্ত অধিষ্ঠিত হৈ থকাটো একপ্রকাৰ নিশ্চিত হৈছে৷ বি চি চি আইৰ বার্ষিক সাধাৰণ সভাই ব’ডৰ বিষয়ববীয়াৰ কার্যকালৰ সীমাবদ্ধতা সন্দর্ভত থকা…

আমি নাগৰিকত্ব বিধেয়ক সমর্থন কৰোঁঃ বাঙালী যুৱ–ছাত্র ফেডাৰেচন

নিয়মীয়া বার্তা, ২ ডিচেম্বৰঃ সদৌ অসম বাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ গোৱালপাৰা টাউন সমিতিখন দেওবাৰে গঠন হয় ৷ গোৱালপাৰা চহৰৰ জনতা মধ্য ইংৰাজী বিদ্যালয় প্রাংগণত অনুষ্ঠিত সাধাৰণ সভাত পূর্বৰ সমিতিখন ভংগ কৰি দুবছৰীয়া নতুন সমিতি গঠন কৰে ৷ উক্ত সভাত…

ভূটান সীমান্তত জি বিদাইৰ নেতৃত্বত প্ৰশিক্ষণ শতাধিক কেডাৰক

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ গোৱালপাৰাত ৩ জনকৈ আই এছৰ দৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰে জড়িত জেহাদী গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে ভাৰত-ভূটান সীমান্তত চলা আন এক সন্ত্ৰাসবাদী তৎপৰতা । এন ডি এফ বি (এছ)ৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেতা জি বিদাইৰ…

আজি অসম দিৱস

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আজি অসম দিৱস বা চ্যুকাফা দিৱস । স্বৰ্গদেউ চ্যুকাফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰা ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ মানসেৰে সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ…

“নাগৰিকত্ব বিধেয়কৰ অচিলা লৈ অসমত ভ্রাতৃঘাতী সংঘাতৰ চক্রান্ত ৰচিছে অখিলে”-সুকুমাৰ…

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ বহুপ্রত্যাশিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ উমান পাই কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈয়ে সংবাদ মেলযোগে কৰা মন্তব্যৰ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বাঙালী যৌথ সমন্বয় সমিতি, অসমৰ সভাপতি সুকুমাৰ…

ইজৰাইলৰ বায়’–ফ্লক পদ্ধতিৰে গহপুৰৰ বালিজানৰ উদ্দীপ্ত হাজৰিকাৰ চমক

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ অসমত ইজৰাইলৰ ‘বায়’–ফ্লক’ পদ্ধতিৰে মৎস্য পালন কৰি চমক সৃষ্টি কৰিছে গহপুৰৰ বালিজানৰ এজন উদীয়মান উদ্যোগীয়ে ৷ নাম উদ্দীপ্ত হাজৰিকা ৷ চৰকাৰী চাকৰিৰ বাবে আশা পালি ৰৈ নাথাকি তেওঁ এই নতুন পদ্ধতিৰে মৎস্য পালনত ব্যস্ত হৈ…

আন্তঃৰাষ্ট্রীয়–ৰাষ্ট্রী নাট্য দলেৰে এইবাৰ উজলিব কার্তিক হাজৰিকা নাট মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষুপ্রসাদ ৰাভা, নটসূর্য ফণী শর্মা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ সাংস্কৃতিক সাধনাৰ থলী তেজপুৰত আজিকোপতি নাই এখন বিজ্ঞানসন্মত নাট মঞ্চ আৰু প্রেক্ষাগৃহ ৷ ৰাজ্যৰ বিভিন্ন প্রান্তত…

গুণোৎসৱ বর্জনৰ সিদ্ধান্ত ফিক্সড পে’ শিক্ষকৰ

নিয়মীয়া বার্তা, ২ ডিচেম্বৰঃ ২০০১ চনৰ তদানীন্তন অগপ চৰকাৰৰ আমোলত ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰি শিৱসাগৰ জিলাত নির্ধাৰিত দৰমহা (ফিক্সড পে’)ত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তিপ্রাপ্ত সহকাৰী শিক্ষকসকলৰ চাকৰি সুদীর্ঘ ১৯ বছৰে নিয়মীয়াকৰণৰ…

ৰাহুল ৰাভাৰ গীতে অপমান কৰিছে চুতীয়া জনগোষ্ঠীক

নিয়মীয়া বার্তা, ২ ডিচেম্বৰঃ অসমৰ অন্যতম ভূমিপুত্র চুতীয়া জনগোষ্ঠীক লৈ এটি অশ্লীল গীত পৰিৱেশন কৰি বিতর্কৰ আৱর্তত সোমাই পৰিছে এজন তথাকথিত গায়ক ৷ গোৱালপাৰা জিলাৰ বলধনগৰ, বাপুজী গাঁৱৰ যুৱক এম চি চাইকো ওৰফে ৰাহুল ৰাভা নামৰ তথাকথিত ৰেপ গায়কে…