নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰত ভগৱান ! আৰক্ষী আৰু এছডিআৰএফলৈ পুৰস্কাৰ অসম আৰক্ষী

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ শনিবাৰ আৰু দেওবাৰে ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছিল অৰ্ধশতাধিক দেৱ-দেৱীৰ মূৰ্তিৰ লগত মন্দিৰৰ বহু সামগ্ৰী । এই সামগ্ৰীসমূহ উদ্ধাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা তথা নিষ্ঠাৰে কাম কৰা ১৫ জন আৰক্ষী আৰু এছ ডি আৰএফলৈ দেওবাৰে অসম…

আজিৰে পৰা আৰম্ভ হ’ব নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ আজিৰ পৰা আৰম্ভ হ'ব ২০১৯ বৰ্ষৰ হৰ্ণবিল উৎসৱ । নাগালেণ্ডৰ ঐতিহাসিক কিছমা গাঁৱত দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই উৎসৱ দেওবাৰে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৱে উদ্বোধন…

‘কেব’ৰ বিৰুদ্ধে মাত মাতকঃ আমবাৰী ঘেৰাও কটনিয়ানৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কটনিয়ানে প্ৰতিবাদে অব্যাহত ৰখাৰ মাজতে দেওবাৰে আমবাৰীত থকা অসম গণ পৰিষদৰ কাৰ্যালয় ঘেৰাও কৰে ছাত্ৰ সমাজে । মিত্ৰজোঁট চৰকাৰৰ অন্যতম অগপ দলে বৰ্তমানলৈকে বিধেয়কৰ ক্ষেত্ৰত কোনো ধৰণৰ স্থিতি…

জম্মু-কাশ্মীৰত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

নিউজডেস্ক, ১ ডিচেম্বৰঃ দেওবাৰে পুৱাৰ ভাগত জম্মু-কাশ্মীৰৰ চাপোৰ অঞ্চলৰ দলৰী বনাঞ্চলত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয় । উল্লেখ্য যে ৩২ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ বিশেষ অপাৰেছন গ্রুপৰ যৌথ অভিযানত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ…

দুষ্টচক্ৰৰ ষড়যন্ত্ৰঃ GU ৰ ৱেবচাইটত প’ৰ্ণ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ এইবাৰ দুষ্টচক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট । দেওবাৰে পুৱাৰ পৰা দুপৰীয়া পৰ্যন্ত বিশ্ববিদ্যালয়খনৰ ৱেবচাইটত ক্লিক কৰিলে তথ্যৰ পৰিৱৰ্তে পোনপটীয়াকৈ ইয়াত প্ৰত্যক্ষ কৰা যায় জাপানীজ…

তামুলপুৰত বন্যহস্তীয়ে ভাঙিলে ২৫ পৰিয়ালৰ ঘৰ

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ বাগ্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউলিত শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ এটি বৃহৎ জাকে ২৫টা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে ৷ নিশা ১০ বজাত বনৰীয়া হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰি থৈ যায় নাৰায়ণপুৰ গাঁৱৰ অৱনী সিংহ, গোপাল বর্মন, গজেন…

মৰাভৰলীপাৰত ৩০ ফুটলৈ খননঃ তেজপুৰত অবৈধ খননেৰে শিল–বালিৰ বেহা

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ বন বিভাগৰ প্রত্যক্ষ সহযোগত কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি তেজপুৰত একাংশ অসাধু লোকে চলাই আহিছে ৰমৰমীয়া ব্যৱসায়৷ ধৰিত্রীৰ বক্ষ বিদাৰি ভূগর্ভৰ ২০–৩০ ফুট দকৈ খান্দি দিনে–নিশাই শিল, বালি ডলিয়াই মুকলি বেহা চলাই থকাৰ পিছতো…

ভূমিহীনক ভূমি দিয়াৰ পৰিমাণ হ্ৰাসঃ ৰাজ্যত ৩,২২,৫৫৭ টা ভূমিহীন পৰিয়াল

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ অসম চৰকাৰৰ নতুন ভূমি নীতিত পূৰ্বতে একোজন ভূমিহীন পৰিয়ালক যি পৰিমাণৰ ভূমি চৰকাৰীভাৱে দিয়াৰ ব্যৱস্থা আছিল সেয়া হ্ৰাস কৰা হৈছে । শনিবাৰে বিধানসভাৰ মজিয়াত এই তথ্য দিয়ে ৰাজ্যিক ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই । বিৰোধী দলপতি…

ডেভিছ কাপত পাকিস্তানক ৪-০ ত হৰুৱালে ভাৰতে

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ভাৰতে ডেভিছ কাপৰ ২০২০ ৰ কোৱালিফায়াৰত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে । কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত ডেভিছ কাপ কোৱালিফায়িং মেচখনত চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৪-০ ত শোচনীয়াভাৱে পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ…

এনআইএত ৭৯ পদ খালী

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনস্থ নেচনেল ইনভেষ্টিগেচন এজেঞ্চী চমুকৈ এনআইএত খালী হৈছে ৭৯সংখ্যক পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ খালী পদসমূহৰ ভিতৰত…