নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগৱৈত ভয়াবহ পথ দুৰ্ঘটনা নিহত ৫

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ দেওবাৰে মাজনিশা ডিগৱৈৰ পাৱৈৰ ৩৮ নং ঘাইপথত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ঘটনাস্থলীত ৪ জন লোক নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত এজন লোকৰ মৃত্যু হয়। উল্লেখ্য যে তিনিচুকীয়া মাৰ্ঘেৰিটা অভিমুখী…

নতুন যানবাহন আইনৰ জৰিয়তে ৫৭৭ কোটি টকা জৰিমনা সংগ্ৰহ

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ দেশজুৰি নতুন যান-বাহন আইন প্ৰয়োগ হোৱাৰ পিছৰে পৰা ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৩৮ লাখ চালান কটা হৈছে । অৰ্থাৎ যান-বাহন চালকৰ বিৰুদ্ধে প্ৰশাসনে এই চালানবোৰ ইছ্যু কৰা বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু…

মধ্য প্ৰদেশত ২ টা মূৰ আৰু ৩ টা হাতৰ অদ্ভূত শিশু

নিউজডেস্ক, ২৫ নৱেম্বৰঃ মধ্য প্ৰদেশৰ ভিডিছা চিটিৰ এগৰাকী ২১ বছৰীয়া মহিলাই শনিবাৰে জন্ম দিলে এটা অদ্ভূত শিশু । জিলা হাস্পতালত জন্ম লাভ কৰা এই শিশুটি জন্মৰ পৰায়ে আছে ২ টা মূৰ আৰু ৩ টাকৈ হাত । ইপিনে হাস্পতালখনৰ চিকিৎসকে জনোৱা অনুসৰি চ'নোগ্ৰাফি…

বীৰেন সিংহক আদ্য শৰ্মা স্মাৰক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী বীৰেন সিংহক গুৰুজী আদ্য শৰ্মা স্মাৰক বঁটা- ২০১৯ প্ৰদান কৰা হয় । বৃন্দাবন থিয়টাৰে নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সহযোগত এই বঁটা প্ৰদান কৰে । দেওবাৰে সন্ধিয়া ৮.৩০ বজাত ৰাস…

থলগিৰি–মাটিগিৰি হাতীগিৰিৰ অৱস্থা সংকটতঃ বন বিভাগৰ ছত্রছায়াত হাতীৰ চোৰাং সৰবৰাহ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ৰাজ্যত বন বিভাগৰ ছত্রছায়াতে সংগঠিত ৰূপত অব্যাহত আছে বন্যহস্তীৰ চোৰাং সৰবৰাহ ৷ এটা বিশেষ জাতিৰ ঐতিহ্য মাটিত মিহলাই দিব পৰা ধৰণৰ এক ভয়ানক অভিসন্ধি চলিছে হাতীৰ আন্তঃৰাজ্যিক চোৰাং ব্যৱসায়ৰ জৰিয়তে ৷ সর্বজনবিদিত যে…

ফেচবুক প্ৰেমঃ চাৰিদিনত দুই যুৱতী বিয়া কৰাই অন্তৰ্ধান যুৱক

নিয়মীয়া বার্তা,২৫ নৱেম্বৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰিৰ নিমুৰিৰ প্রশান্ত বৰুৱা নামৰ এজন যুৱকে চাৰি দিনৰ ভিতৰতে দুগৰাকী যুৱতীক বিয়া কৰাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত অন্তর্ধান হৈছে ৷ প্রাপ্ত তথ্য অনুসৰি, ছমাহ পূর্বে নাৰায়ণপুৰৰ কিনাপথাৰৰ এগৰাকী যুৱতীক…

কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্থল-বায়ু-নৌ সেনাই চলাব যৌথ অভিযান

নিউজডেস্ক, ২৫ নৱেম্বৰঃ কাশ্মীৰত সন্ত্ৰাসবাদ নিষ্পত্তি কৰাৰ বাবে ভাৰতীয় সেনাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ বাবে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে স্থল-নৌ আৰু বায়ু সেনাক মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে । তিনি বিশেষ বাহিনী ক্ৰমে…

গেলেকীত চাহ গছ কাটি ৪ টাকৈ পাতগৃহ জ্বলালে নগা দুৰ্বৃত্তই

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । নগা শান্তি চুক্তিৰ পূৰ্বে অসমৰ বহু চাহ বাগিছাসহ অসমৰ বৃহৎ ভূখণ্ড দখলৰ চেষ্টা অব্যাহত ৰাখিছে নগাই । শনিবাৰে পুৱতি নিশা গেলেকী-বৰহোলা…

সেনাৰ নাম লৈ অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং কাৰোবাৰ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অৰুণাচলী সুৰাৰ কোটিটকীয়া চোৰাং ব্যৱসায়ৰ এটাৰ পাছত এটা বিস্ফোৰক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । নাগালেণ্ড আবকাৰী বিভাগৰ তথ্যৰ পৰা ওলাই পৰিছে চোৰা সুৰা সাম্ৰাজ্যৰ বহু গোপন কাহিনী । নাগালেণ্ড আবকাৰী বিভাগে জনোৱা মতে…

বিশ্বনাথ ঘাটত নিৰ্মাণ হ’ব ৰোপ ৱে’

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ দেওবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ ঘাটত উপস্থিত হৈ বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগাং নৈৰ সংগমস্থলীৰ উমাটুমুনি নদীদ্বীপলৈকে নিৰ্মাণ হ'বলগীয়া ৰোপ…