নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটনস্থলী কৰা হ’ব গহপুৰৰ কল্যাণী দেৱালয়ক

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ "যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে গহপুৰবাসীক আমি আশ্বাস দিছিলোঁ যে কল্যাণী দেৱালয়ক পৰ্যটকস্থলীৰূপে প্ৰতিস্থা কৰা হ'ব । আজি আমি এই ঐতিহগাসিক দিনত উপনীত হৈছোঁ । অসম দৰ্পন আঁচনিৰ জৰিয়তে কল্যাণী দেৱালয়ৰ আন্তঃগাথনিৰ লগতে…

অষ্ট্ৰেলিয়াত দিবা-নৈশ টেষ্ট খেলিবলৈ ভাৰতক আহ্বান শ্বেন ৱাৰ্নৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতক দিবা-নৈশ টেষ্ট খেলিবলৈ আহ্বান জনাইছে অষ্ট্ৰেলিয়াৰ একালৰ কিংবদন্তি লেগ স্পীনাৰ শ্বেন ৱাৰ্নে । কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট দিবা-নৈশ ভাৱে আয়োজন কৰাক লৈ বি…

গুলপীয়া টেষ্টত জয়ী হ’ল টীম ইণ্ডয়া

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দেশৰ ক্ৰিকেট ইতিহাসৰ প্ৰথমখন গুলপীয়া বলৰ দিবা-নৈশ টেষ্টত তৃতীয় দিনাই বিজয়ৰ মুখ দেখিলে টীম ইণ্ডয়াই । অধিনায়ক বিৰাট কোহলিৰ অনবদ্য শতকৰ সহায়ত ঘৰুৱা দলটোৱে তৃতীয় দিনাই এটা ইনিংছ আৰু ৪৬…

বিবাহপাশত আবদ্ধ হ’ব ফাৰহান-শিৱানী

নিয়মীয়া বাৰ্তা,২৪ নৱেম্বৰঃ ফাৰহান আখতাৰ আৰু শিৱানী দাণ্ডেকৰৰ প্ৰেমৰ সম্পৰ্কক লৈ বি-টাউনত দীৰ্ঘদিন ধৰি অব্যাহত আছে চৰ্চা । প্ৰেমিক যুগলৰ গোপন সম্পৰ্কৰ গভীৰতা এতিয়া বি-টাউনত অ'পেন ছিক্ৰেট । প্ৰথমে এই সম্পৰ্ক স্বীকাৰ কৰা নাছিল ফাৰহান-শিৱানীয়ে…

কন্দাৰ বাবেই নিজ কন্যাক হত্যা মাতৃৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ তামিলনাডুৰ ভেল্লোৰ জিলাৰ ৱালাজাপেট অঞ্চলত অহৰহ কান্দি থকাৰ বাবে এগৰাকী মাতৃয়ে নিজ কন্যাক হত্যা কৰাৰ দৰে লোমহৰ্ষক ঘটনা সংঘটিত হৈছে । শনিবাৰে আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা মতে বহু সময় ধৰি একেৰাহে কান্দি থকা বাবে ২৫…

কেবৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি জনমতৰ লক্ষ্যৰে দিল্লীত আছু-নেছ’

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠনৰ লক্ষ্যৰে এতিয়া দিল্লীত বাহৰ পাতিছে আছুকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ নেছ'ৰ নেতৃবৃন্দই । ছাত্ৰ নেতাসকলে দিল্লীত কেববিৰোধী…

আজি লাচিত দিৱস

 মহানগৰ, ২৪ নৱেম্বৰঃ আজি লাচিত দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে লাচিত দিৱস। চৰকাৰ-প্ৰশাসন আৰি বিভিন্ন দল-সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছে লাচিত দিৱস। অসমবাসীয়ে স্মৰণ কৰিছে শৰাইঘাট ৰণৰ বীৰনায়ক লাচিত বৰফুকনক। জালুকবাৰীত কেন্দ্ৰীয়ভাৱে…

কিয় ৰেখাৰ প্ৰেম অস্বীকাৰ কৰিছিল অমিতাভে ? মুখ খুলিলে ৰেখাইঃ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ বিগ বি অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৭৬ চনৰ 'দো আনজানে'ৰ শ্বুটিং ছেটত । তাৰ পৰৱৰ্তী সময়ত 'চিলচিলা'কে ধৰি একাধিক ছবিত দুয়ো স্ক্ৰীন 'শ্বেয়াৰ' কৰিছিল । ইপিনে দুয়ো বলীউড দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল…

অসম এৰি স্বদেশলৈ জাকে জাকে বাংলাদেশী

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰে অসমৰ জনগাঁথনি বিঘ্নিত কৰা তথা দেশৰ সাৰ্বভৌমত্ব-অখণ্ডতাৰ প্ৰতি তীব্ৰ ভাবুকিৰ কাৰক হৈ পৰা অবৈধ বাংলাদেশীৰ মাজত এইবাৰ সৃষ্টি হৈছে আতংক । অসমৰ লগতে দেশৰ অন্য স্থানত খোপনি পুতি বহা…

মহানগৰীত অব্যাহত ডকাইতৰ সন্ত্ৰাসঃ ১০ লক্ষাধিক লুট এসপ্তাহত

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হোৱা এটাৰ পিছত আনটো চুৰি-ডকাইতি, হত্যা-হিংসা আৰু অন্যান্য অপৰাধজনিত ঘটনাই মহানগৰবাসীৰ নিদ্ৰাহৰণ কৰিছে…