নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিদ্ৰাৰত জনগণৰ অগোচৰেই দেশত ৰাজনৈতিক পট পৰিৱৰ্তন …

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ সময় তেতিয়া ৫ বাজি ৪৭ মিনিট । শীতৰ উম লৈ নিদ্ৰামগ্ন সকলো জনগণ , কৰবাত কাৰোবাৰ টোপনি হৰিছে যদিও যেন ভ্ৰূক্ষেপ নাই বহিঃজগতৰ আনবোৰ কথালৈ । শেতেলীত নিদ্ৰাচ্ছন্ন হৈ থকাৰ এই পৰতেই ভাৰতত সংঘটিত হ'ল বৃহৎ ৰাজনৈতিক পট…

মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পাচতেই মোডী-শ্বাহৰ শুভকামনা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপি চৰকাৰ গঠন হ'ল মহাৰাষ্ট্ৰত । বিজেপিয়ে চৰকাৰ গঠনৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে বিজেপিৰ নেতা-কৰ্মীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত…

এনচিপিৰ অজিত পাৱাৰক ধন্যবাদ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাচতেই বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাৱিছে ধন্যবাদ জনালে এনচিপিৰ বিধায়ক তথা উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰা অজিত পাৱাৰক । স্থায়ী চৰকাৰ গঠনৰ ক্ষেত্ৰত অজিত…

১২ ঘণ্টা নৌহওঁতেই পট পৰিৱৰ্তন মহাৰাষ্ট্ৰৰঃ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে দেৱেন্দ্ৰ ফাড়নাৱিছে

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে শনিবাৰে পুৱাই বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাৱিছে মুখ্যমন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰে । ইফালে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় এন চি পিৰ অজিত পাৱাৰে । #WATCH Mumbai:…

পলকতে আজিৰ দিনটো

অসমীয়া তাৰিখ অনুসৰি আজি ৬ আঘোণ ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি আজি ২৩ নৱেম্বৰ ২০১৯ চন ১৮৯৭ চনত সাহিত্যিক নিৰদ দি চৌধুৰীৰ জন্ম ১৯১১ ত শিক্ষাবিদ তীৰ্থনাথ শৰ্মাৰ জন্ম ১৯৩৩ ত সাহিত্যি ইমৰান শ্বাহৰ জন্ম ১৯৯৭ চনত প্ৰসাৰ ভাৰতী গঠন 

ভাৰতীয় গণতন্ত্ৰ আৰু ফিৰোজ খান

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা দুৰ্বল হৈ পৰিছে নেকি ? পূৰ্বৰ দৰে ভাৰতীয় গণতন্ত্ৰ এতিয়া শক্তিশালী হৈ থকা নাই নেকি ? যোৱা কেইটামান মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সন্দৰ্ভত যথেষ্ট চৰ্চা হৈছে । বিভিন্ন লেখাত বিশিষ্ট লেখক আৰু বিশেষজ্ঞই ইয়াৰ…

ই-ছিগাৰেট সেৱন কৰা সকল সাৱধান জেল হ’ব পাৰে ১-৩ বছৰ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ যদি আপোনাৰ হাতত ই-ছিগাৰেট আছে তেন্তে সাৱধান। চৰকাৰে এতিয়াৰে পৰা কোনো ধৰণৰ অনুমতি নোহোৱাকৈ আপোনাক তালাচী চলাব পাৰে আৰু যদি ই- ছিগাৰেট জব্দ কৰা হয় তেতিয়া আপোনাৰ ১-৩ বছৰ শাস্তি হোৱাৰ উপৰিও ১-৫ লাখ টকা পৰ্যন্ত জৰিমণা…

ছিঃ ছিঃ ছাৰে এয়া কি কৰিলে!

কৰিমগঞ্জ, ২২ নবেম্বৰঃ শিক্ষক-শিক্ষাৰ্থীৰ সম্পৰ্ক কংলকিত কৰাৰ এক ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত। কৰিমগঞ্জ মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ এজন প্ৰবক্তাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী ছাত্ৰীৰ। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিতেই আজি একাংশ উত্তেজিত…

বেলতলাত গাড়ীৰ ভিতৰত উদ্ধাৰ মৃতদেহ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ বেলতলা অঞ্চলত এখন গাড়ীৰ ভিতৰত এটা মৃতদেহ উদ্ধাৰ কৰা হয় । AS01BM-8136 নম্বৰৰ গাড়ী খন বেলতলা তিনিআলিত পাৰ্কিং কৰি থোৱা আছিল। মৃত ব্যক্তি জনক ৰাজকুমাৰ দেউৰী দিছপুৰৰ নিবাসী বুলি চিনাক্ত…

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাঘগৃহত চি বি আইৰ তালাচী

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে শুকুৰবাৰে কেইবাটাও স্থানত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অকৰাম ইববি সিঙৰ আবাস, কাৰ্যালয়ত বেনামী সম্পত্তিৰ সন্ধানত তালাচী চলায়। বৰ্তমান ইববি সিঙ মণিপুৰ কংগ্ৰেছৰ চি এল পি…