নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্ৰতি ৩ মিনিটত সংঘটিত হয় চুৰি-ডকাইতি

নিউজডেস্ক, ২২ নৱেম্বৰঃ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলাৰ মাজতেই দেশত প্ৰতি তিনি মিনিটত সংঘটিত হয় এটি চুৰি-ডকাইতিৰ ঘটনা । নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'ৰ (এনচিআৰবি) তথ্য মতে, ২০১৭ চনত আৱাসিক চৌহদকে ধৰি বিভিন্ন স্থানত চুৰি, ডকাইতি,…

৭ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰত পাৰবিন চুলতানাৰ সংগীতানুষ্ঠান

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতত এক সুকীয়া আসম দখল কৰা অসম কন্যা পদ্মভূষণ পাৰবিন চুলতানাই অহা ৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। সামাজিক-সাংস্কৃতিক গোষ্ঠী দ্য লাইব্ৰেৰীৰ উদ্যোগত এই…

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট ৬ বছৰীয়া কনমানিৰ

নিউজডেস্ক, ২২ নৱেম্বৰঃ এটি বিস্ময় শিশু । যাক লৈ এতিয়া সৰৱ চৰ্চা সকলোতে । চাৰাহ নামৰ তামিলনাডুৰ মাত্ৰ ৬ বছৰ বয়সতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এইগৰাকী  বিস্ময় বালিকাই । তামিলনাডু কিউব এছোচিয়েশ্যনে ইতিমধ্যে এই ৬…

গুৱাহাটীৰ যান-জঁটক লৈ কঠোৰ উচ্চ ন্যায়ালয়

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ যান-বাহন আৰক্ষীৰ চূড়ান্ত অৱহেলা আৰু অদক্ষতাৰ বাবে ৰাজধানী চহৰ গুৱাহাটীত সৃষ্টি হোৱা যান-জঁটক লৈ কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। যান-বাহন আৰক্ষীৰ অভাৱ, পাৰ্কিঙৰ অব্যৱস্থাপনা, ট্ৰেফিক ছিগনেল লাইটৰ অভাৱ আদি…

ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী

তাৎক্ষণিক তিনি তালাক, জম্মু-কাশ্মীৰৰ পৰা বিশেষ সাংবিধানিক ব্যৱস্থা প্ৰত্যাহাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ়তাৰে সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ দ্ৱিতীয়টো ইনিংছ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্ৱধীন চৰকাৰখনে এইবাৰ দেশজুৰি এন আৰ…

নৌসেনাই পাব অত্যাধুনিক এম কে-৪৫ বন্দুক

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া আমেৰিকা ভ্ৰমণৰ সুফল হিচাপে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত হোৱাইট হাউচৰ পৰা বিশেষ সহযোগীতা লাভ কৰিবলৈ সক্ষম হৈছে নতুন দিল্লী প্ৰশাসনে । মাৰ্কিন বিদেশ দপ্তৰে ভাৰতক ১০০ কোটি ডলাৰৰ…

অসম ৰাইফলচৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ বৃহস্পতিবাৰে মণিপুৰত সন্ত্ৰাসবাদীয়ে ১৯ নং অসম ৰাইফলচৰ আউটপষ্টত আক্ৰমণ চলায়। এই আক্ৰমণৰ ঘটনা সংঘটিত হয় মণিপুৰৰ চান্দেল জিলাত। অৱশ্যে এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত কোনো হতাহত হোৱা নাই।

পিংক টেষ্টত প্ৰথম বেটিং বাংলাদেশৰ

আজিৰ পৰা আৰম্ভ হ'ব ঐতিহাসিক দিবা-নৈশ টেষ্ট ক্ৰিকেট কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব এই টেষ্ট ইতিমধ্যেই ইডেনত উপস্থিত দুয়োটা দল বাংলাদেশে টছত জয়ী হয় বেটিঙৰ সিদ্ধান্ত এই ঐতিহাসিক টেষ্ট মেচত দৰ্শক হিচাপে উপস্থিত আছে বাংলাদেশৰ…

সম্পন্ন হ’ল ভাৰতৰ অন্যতম কনিষ্ঠ সাংসদ আগাথা চাংমাৰ বিয়া

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বৃহস্পতিবাৰে সম্পন্ন হ'ল লোকসভাৰ সাংসদ আগাথা চাংমাৰ বিয়া । দীৰ্ঘদিনৰ প্ৰেমিক ডা০ পত্ৰিক ৰংগমা মাৰাকৰ সৈতে বৃহস্পতিবাৰে বিবাহ পাশত আৱদ্ধ হয় সাংসদগৰাকী। লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিটক চাংমাৰ জীয়ৰী আগাথা হ’ল…

খানাপাৰাত দাওদাওকৈ জ্বলিল নৈশ বাছ

বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জলিল এখন নৈশবাছ গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী আছিল নৈশ বাছখন যান্ত্ৰিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কথা উল্লেখ কৰে বাছ চালকে প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল বাছখনত…