নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিটেনচন কেম্পত আবদ্ধ বঙাইগাঁৱৰ ৭ গৰাকী বন্দীক মুক্তি

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বঙাইগাঁৱৰ বিভিন্ন অঞ্চলৰ মহিলাসহ সাতগৰাকী ডিটেনচন কেম্পৰ বন্দীক বৃহস্পতিবাৰে জামিনত মুক্তি প্ৰদান কৰে । ইয়াৰে তিনিজন যোগীঘোপাৰ । ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰা এই তিনিজন ক্ৰমে ঘোগীঘোপা থানাৰ অন্তৰ্গত ঔডুবিৰ…

কলিয়াবৰত বান সাহায্যৰ নামত প্ৰৱঞ্চনা বন্যাৰ্তকঃ ফাইলতে আবদ্ধ তদন্ত প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ চৰকাৰী মেৰপেঁচত বন্দী হৈ বান সাহায্যৰ ধনো নাপালে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ ৪,৯৪৮ গৰাকী বন্যাৰ্তই । বিগত ২০১৮ বৰ্ষৰ আগষ্ট মাহতেই এই বন্যাৰ্ত লোকসকলৰ মাজত বান সাহায্যৰ ধন অনুমোদনৰ…

নতুন ভূমি নীতি, ২০১৯ আনুষ্ঠানিকভাৱে উন্মোচন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মুখ্যমন্ত্রীৰ সভাকক্ষত ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ছপা কৰি প্রস্তুত কৰি উলিওৱা নতুন ভূমি নীতি, ২০১৯ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ উল্লেখ্য যে যোৱা ২১…

আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত চর্চিত ‘আমিষ’ আজি ছবিগৃহলৈ

গুৱাহাটী, ২২ নৱেম্বৰঃ এটি সুন্দৰ প্রেম কাহিনীক আধাৰ হিচাপে লৈ বলীউদৰ জনপ্রিয় প্রযোজক–পৰিচালক অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ‘আমিষ’ ছবিখন শুকুৰবাৰে ৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব ৷ অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ছবিখনৰ কাহিনী…

পাঁচশ বছৰৰ বিবাদ মাত্ৰ ৪৫ মিনিটতে সমাধান উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ ৫০০ বছৰৰ এক বিবাদ মাত্ৰ ৪৫ মিনিটতেই সমাধান কৰাৰ পাছত মহামান্য উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনালে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । দেশৰ গণতন্ত্ৰ আৰু বিচাৰ ব্যৱস্থা এতিয়াও অধিক শক্তিশালী বুলি উল্লেখ কৰি…

IIT গুৱাহাটীত জাপানৰ ছাত্ৰৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা,২১ নৱেম্বৰঃ গুৱাহাটী আই আই টিৰ লুইত ছাত্ৰাৱাসত জাপানৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ । ক'ট' অ'ন'ডা নামৰ জাপানৰ গিফু বিশ্ববিদ্যালয়ৰ ছাত্ৰজনে আই আই টি গুৱাহাটী ইণ্টাৰ্ণশ্বিপ কৰি আছিল । বৰ্তমানলৈকে ছাত্ৰজনে কি কাৰণে আত্মহত্যাৰ পথ…

বিষয় অধ্যাপক ফিৰোজ খানঃ প্ৰতিবাদৰ মাজতে মুকলি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ দুসপ্তাহৰ পাচত মুকলি হ'ল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ । অৱশ্যে বিভাগ মুকলিৰ পিচতো অব্যাহত আছে ছাত্ৰ সমাজৰ প্ৰতিবাদ । বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ মান বজাত অধ্যাপক সকলৰ উপস্থিতিত বিভাগ মুকলি কৰা হয় যদিও…

সবৰীমালা মন্দিৰ প্ৰশাসনৰ বাবে পৃথক আইন প্ৰণয়ন কৰক

নিয়মীয়া বাৰ্তা ২১ নৱেম্বৰঃ কেৰালাৰ সবৰীমালা মন্দিৰ প্ৰশাসনৰ বাবে এক সুকীয়া আইন প্ৰণয়ন বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ে কেৰালা চৰকাৰক এই বিষয়টো সন্দৰ্ভত আগন্তুক বৰ্ষৰ জানুৱাৰীৰ তৃতীয় সপ্তাহৰ ভিতৰত…

জম্মু-কাশ্মীৰত পৰিস্থিতি স্বাভাৱিক হৈ পৰিছেঃশ্বাহ

নিয়মীয়া বাৰ্তা ২১ নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতি এতিয়া স্বাভাৱিক। বুধবাৰে ৰাজ্যসভাত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি কাশ্মীৰ উপত্যকাত ১৯৫খন আৰক্ষী থানাৰ অধীনস্থ অঞ্চলত ১৪৪ ধাৰা জাৰি…

পাৰমাণৱিক ক্ষমতা সমপন্ন পৃথিৱী-২ মিছাইলৰ সফল পৰীক্ষণ

নিয়মীয়া বাৰ্তাঃ ভাৰতে বুধবাৰে সফলভাৱে উড়িষ্যাৰ উপকূলত দুটা পৃথিৱী-২ পাৰমাণৱিক বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ কৰে। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে এই মিছাইল কেইটা নিৰ্মাণ কৰা হৈছে। ৩০০ কিঃমিঃ দূৰত্বৰে এই পৰীক্ষণ সামৰিক কাৰ্যসূচীৰে সমপন্ন কৰা…