নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

নুমলীগড়, ২১ নৱেম্ৱৰঃ নুমলীগড়ৰ একাংশ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ৰাজ্যত দৈনিক বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে নুমলীগড় যুৱকসকলে লৈছে বিশেষ কাৰ্যসূচী। জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চল ধ্বংসই হস্তীকুললৈ বিপদ মাতি অনাৰ ফলত জনাঞ্চলৈ খাদ্যৰ…

ডিফু মেডিকেল কলেজৰ ফেকাল্টীলৈ সুখবৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ডিফু মেডিকেল কলেজত ফেকাল্টী হিচাপে যোগদান কৰা চিকিৎসকসকলৰ বাবে সুখবৰ । এতিয়াৰে পৰা তেওঁলোকক ২৫ শতাংশ বিশেষ উদগনিমূলক ভাট্টা অতিৰিক্তভাৱে প্ৰদানৰ লগতে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল পাঁচ বছৰ বৃদ্ধি হ'ব । বুধবাৰে জনতা…

চোৰাং সোণ সৰবৰাহৰ অভিকেন্দ্ৰ গুৱাহাটী !

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী চক্ৰৰ অভিকেন্দ্ৰ হৈ পৰিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী । ৰাজনৈতিক আশিসপুষ্ট এই শক্তিশালী চোৰাং সোণ সৰবৰাহকাৰী চক্ৰটোৱে ন ন কৌশলেৰে গুৱাহাটীৰ লগতে দেশৰ বিভিন্ন স্থানলৈ সোণ…

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ সাউকুছিত ভয়ংকৰ অগ্নিকাণ্ড এটা কপাহৰ গুদামত জুইৰ সূত্ৰপাত শ্ৱৰ্ট-চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সন্দেহ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই অগ্নিকাণ্ডৰ ফলত অঞ্চলজুৰি আতংকময় পৰিস্থিতি

আজি গঠন হ’ব ‘অসম ছাত্ৰ পৰিষদ’

নিয়মীয়া বাৰ্তা,২১ নৱেম্বৰঃ আঞ্চলিকতাবাদী দল অসম গণ পৰিষদে বৃহস্পতিবাৰে জন্ম দিব দলটোৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ । আঞ্চলিকতাবাদী দলটো গঠন হোৱাৰ ৩৫ বছৰৰ পাছত অগপই জন্ম দিব এই ছাত্ৰ সংগঠনটো । ছাত্ৰ সংগঠনটো গঠনক লৈ ইতিমধ্য উৎকণ্ঠা বৃদ্ধি…

ৰঙিয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ এপল’ মিলৰ কৰ্মচাৰীৰ

ৰঙিয়া, ২১ নৱেম্বৰঃ ৰঙিয়াৰ এপল' মিলৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। মিলটোৰ সন্মুখত অনশন শ্ৰমিক-কৰ্মচাৰীসকলৰ। প্ৰায় ৩ বছৰে বন্ধ হৈ থকা মিলটোৰ পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত…

কেবলফক্স সন্মানঃ বিশ্বৰ অন্যতম শক্তিশালী মহিলা মিত্ৰা কলিতা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আমেৰিকা নিৱাসী অসমীয়া মহিলা মিত্ৰা কলিতাক বিশ্বৰ অন্যতম ক্ষমতাশালী মহিলা হিচাপে সন্মানীত কৰিছে আগশাৰীৰ মিডিয়া কোম্পানী কেবলফক্স । বিশ্বৰ সংবাদ জগতৰ শীৰ্ষ পদত থকা মহিলাসকলৰ মাজৰ পৰা প্ৰতিবছৰেই কেবলফক্স তেওঁলোকৰ…

পলকতে আজিৰ দিনটো-

আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ৪ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ২১ নৱেম্বৰ, ২০১৯ চন ১৯৬৩ ত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা ১৬৯৪ ত ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ জন্ম ১৮৯৭ ত সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম ২০০৪ ত দিছপুৰত স্থায়ী…

ৰাজপথত কিয় তীক্ষ্ণদৃষ্টি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ

কাজিৰঙা, ২১ নবেম্বৰঃ কাজিৰঙাত অধিক সক্ৰিয় হৈ উঠিছে বন বিভাগ। ৰাজপথত তীক্ষ্ণদৃষ্টি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। উদ্যানখনৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড চালকক নাকী লগাবলৈ কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যান…

“কেব সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটুট আছে অগপ”- কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ "কেব প্ৰসংগক লৈ বিজেপিৰ সৈতে অগপ দলে মিত্ৰতা ভংগ কাৰৰ পাছত পুনৰ মিত্ৰতাত আবদ্ধ হোৱাৰ সময়তে কেব উত্থাপন কৰাৰ সময়ত অগপৰ সৈতে আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল । গতিকে বিজেপিয়ে এতিয়াও বিধেয়কখথন সন্দৰ্ভত অগপৰ সৈতে আলোচনা কৰা…