নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৪৬ গ্ৰাহকৰ আমানত ধন লুট

গুৱাহাটী ২০ নৱেম্বৰঃ বহিঃৰাষ্ট্ৰৰ পৰা চাইবাৰ অপৰাধীয়ে নিয়ন্ত্ৰণ কৰিছে এ টি এম হেকিং চক্ৰ। মঙলবাৰে কলকাতা আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত বহিঃৰাষ্ট্ৰৰ ৪জনকৈ হেকাৰক গ্ৰেপ্তাৰ পিছতে পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য। গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখা…

ৰাজহুৱা বেংকত ৯৫,৭৬০ কোটিৰ প্ৰৱঞ্চনা

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) ৰাজহুৱা খণ্ডৰ বেংকসমূহত সংঘটিত কেলেংকাৰী-অনিয়ম প্ৰতিৰোধৰ বাবে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজহুৱা খণ্ডৰ বেংকত সংঘটিত হৈ আছে প্ৰৱঞ্চনা । ২০১৯-২০ বিত্তীয় বৰ্ষৰ মাৰ্চ মাহৰ সামৰণিত…

সত্ৰীয়া শিল্পীক ভিক্ষাৰীৰ ৰূপত উপস্থাপন বাবুৰ

মাজুলীৰ সত্ৰীয়া সংস্কৃতিক চৰম অপমানৰ পাচতেই সত্ৰাধিকাৰ-ভক্ত বৈষ্ণৱ-সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ দাখিল অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী

বাংলাদেশক বিপদত পেলাব ছামীয়ে

নিউজ ডেস্ক ২০ নৱেম্বৰঃ কলকাতাত হবলগীয়া ঐতিহাসিক দিবা-নৈশ টেষ্টখনত বাংলাদেশৰ বেটছমেনক বিপদত পেলাবলৈ সাজু হৈছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ ছামী। দিবা-নৈশ টেষ্টখনত যাদুকৰী বলিঙেৰে বিপক্ষ দলটোৰ বেটছমেনসকলক বিপদত পেলাবলৈ সক্ষম হ'ব বুলি…

৪ টকাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ পূৰবী গাখীৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলত দুগ্ধজাত সামগ্ৰীৰ উৎপাদনেৰে শ্বেত বিপ্লৱৰ সৃষ্টি কৰা জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবী ডায়েৰীয়ে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰত ৪ টকাকৈ মূল্যবৃ্দ্ধি কৰিছে । আনহাতে গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই…

অসমত পুনৰ হ’ব এন আৰ চি

নিউজ ডেস্ক ২০ নৱেম্বৰঃ সংসদত চলি থকা শীতকালীন অধিৱেশনত আজি ৰাজ্যসভাত এন আৰ চিক আৰু নাগৰিকত্ব সংশোধনী বিল সমন্ধক লৈ সোধা এক প্ৰশ্ন উত্তৰত অমিত শ্বাহে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত পাৰ্থক্য বুজাই দিয়ে। এন আৰ চি ৰ সন্দৰ্ভত চৈয়দ…

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন চি নেতা শাৰদ পাৱাৰৰ

নিউজ ডেস্ক ২০ নৱেম্বৰঃ মহাৰাষ্ট্ৰ চৰকাৰ গঠনক লৈ চলি থকা শিৱসেনা, এন চি পি, আৰু কংগ্ৰেছৰ মাজত চলি থকা কুচকাৱাজৰ মাজতেই এন চি পিৰ নেতা শাৰদ যাদৱে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। উল্লেখ্য যে এই সাক্ষাৎকাৰৰ সময়ত কেৱল…

পিষ্টল লৈ টিক-টক ভিডিঅ’ আৰু তাৰ পাছতে ৰঙাঘৰলৈ গ’ল ২ যুৱক

নিউজডেস্ক, ২০ নৱেম্বৰঃ মধ্য প্ৰদেশত টিক-টক ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি জেললৈ গ'ল ২ জন যুৱক । ঘটনা অনুসৰি ২ জন যুৱকে এটা পিষ্টল লৈ চলন্ত বাইকত উঠি টিক-টক ভিডিঅ' নিৰ্মাণ কৰিছিল । যাৰ পাছতে আৰক্ষীয়ে তেওঁলোক ৰাহুল আৰু কানহায়া নামৰ…

সদ্য বিবাহিত কইনাই পাব এতোলাকৈ সোণ

দিছপুৰত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ সংবাদমেল কেবিনেট বৈঠক সন্দৰ্ভত সংবাদমেল বৈঠকত গৃহীত 'অৰুন্ধতী আঁচনি' সদ্য বিবাহিতা কইনাক দিয়া হ'ব এতোলাকৈ সোণ বিবাহ পঞ্জীয়ন হ'লে কইনাই পাব এতোলাকৈ সোণ এই আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব ৮০০কোটি…

আজিৰে পৰা কাশ্মীৰত সম্পূৰ্ণকৈ খুলিল দোকান-পোহাৰ

নিউজডেস্ক, ২০ নৱেম্বৰঃ কাশ্মীৰত বুধবাৰৰ পৰা সম্পূৰ্ণকৈ দিনটোৰ বাবে দোকান-পোহাৰ খোলা প্ৰক্ৰিয়া আৰম্ভ হ'ব । সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত যোৱা ৭ আগষ্টৰ পৰা কেৱল পুৱা আৰু গধূলি কেইঘণ্টামানৰ বাবে কাশ্মীৰৰ দোকান খুলিছিল । কিন্তু তিনি মাহৰ…