নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিয়াচিনত ৪ জন জোৱানসহ ২ জন নাগৰিক নিহত

নিউজডেস্ক, ১৯ নৱেম্বৰঃ ছিয়াচিন হ'ল বিশ্বৰ ভিতৰতে আটাইতকৈ উচ্চ যুদ্ধক্ষেত্ৰ । এই যুদ্ধক্ষেত্ৰত ভাৰতীয় সেনাই ১৬ ৰ পৰা ২০ হাজাৰ ফুট উচ্চতাত আন্তঃৰাষ্ট্ৰীয় সীমাৰ সুৰক্ষা প্ৰদান কৰে । কিন্তু সোমবাৰে ছিয়াচিন গ্লেছিয়েৰৰ এটা সেনাচাউনীত হিমবাহে…

গুৱাহাটীত বন্ধ গুটখা-পাণমচলাৰ বিক্ৰী

গুৱাহাটী ১৯ নৱেম্বৰঃ নৱপ্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়াৰ লগতে জনস্বাথ্যলৈ ভাবুকি কঢ়িয়াই অনা গুটখা, পাণমচলা আৰু জৰ্দাকে ধৰি অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ সময়তে বৃহত্তৰ গুৱাহাটী পাণদোকানী ব্যৱসায়ী সন্থাই এক গুৰুত্বপূৰ্ণ…

ৰঙিয়াত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা

ৰঙিয়াঃ ৰঙিয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নলবাৰীৰ পৰা ৰাস চাই ওভটাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো। ৰৈ থকা ট্ৰাকত খুন্দা মাৰুতি ভানৰ। দুৰ্ঘটনাটোত থিতাতে নিহত প্ৰদীপ কলিতা নামৰ এজন লোক। নিহত লোকজনৰ ঘৰ ওদালগুৰিৰ বেংবাৰীত আনহাতে…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলত অধ্যাপক নিযুক্তিত অনিয়ম

নিয়মীয়া বাৰ্তা , ১৯ নৱেম্বৰঃ উচ্চ শিক্ষাৰ অধিক সম্প্ৰসাৰণ আৰু সকলোৰে উচ্চ শিক্ষা লাভৰ সপোন দিঠকত পৰিণত কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান বা চমুকৈ আইডলত সহকাৰী অধ্যাপক নিযুক্তিৰ নামত সংঘটিত…

সমুখ সমৰত হাতী আৰু মানুহ

নুমলীগড়ঃ সমুখ সমৰত হাতী আৰু মানুহ। নুমলীগড়ৰ মৰঙী মৌজাত অব্য়াহত হাতী-মানুহৰ সংঘাত। এটা বৃহৎ বন্যহস্তীৰ জাকে অৱস্থান কৰিছে মৰঙী চাহ বাগিচাৰ মাজত। দীৰ্ঘদিন ধৰি অঞ্চলটোত হাতীৰ জাকে চলাই আহিছে উপদ্ৰৱ। হাতীৰ উপদ্ৰৱত অতিষ্ঠ নুমলীগড়ৰ মৰঙীবাসী।…

গোৱালপাৰাত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

গোৱালপাৰাঃ গোৱালপাৰাত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। লাডেন অৰ্থাৎ কৃষ্ণৰ মৃত্যুৰ পাছত উদ্ধাৰ হাতীটোৰ মৃতদেহ। দৰংগিৰিৰ চেঁচাপানী কইনাকুছিৰ ধাননি পথাৰত উদ্ধাৰ হাতীটোৰ মৃতদেহ। বন বিভাগৰ মতে ধাননি পথাৰত সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি…

লাচিতৰ প্ৰতি অৱহেলাঃ অদৃশ্য জালুকবাৰীৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তি

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ নৰিয়া গাৰে মোগলক পৰাস্ত কৰি অসমক পৰাধীনতাৰ পৰা ৰক্ষা কৰা বীৰ সেনানী লাচিত বৰফুকনৰ স্মৃতিদিৱস সমগ্ৰ ৰাজ্যজুৰি ২৪ নৱেম্বৰত পালন কৰা হ'ব । চৰকাৰী পক্ষৰ উপৰি বিভিন্ন দল-সংগঠনে সেইদিনা বীৰজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিব ।…

২০২২ কাটাৰ বিশ্বকাপঃ আজি যোগ্যতা নিৰ্ণায়ক ৰাউণ্ডত মৰণপণ যুঁজ ভাৰতৰ

নিউজডেস্ক, ১৯ নৱেম্বৰঃ কাটাৰত ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক ৰাউণ্ডত আশা জীয়াই ৰাখিবলৈ মঙলবাৰে শক্তিশালী ওমানৰে মৰণপণ যুঁজত অৱতীৰ্ণ হ'ব ভাৰত । এইপৰ্যন্ত খেলা চাৰিখন মেচত জয়ৰ মুখ নেদেখা সুনীল ছেত্ৰী নেতৃত্বাধীন…

ফ্ৰান্সত সম্বৰ্ধিত অধ্যাপক ড০ অভিজিত দত্ত

নিয়মীয়া বাৰ্তা,১৯ নৱেম্বৰঃ পানীখাইতিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগী ডীন ড০ অভিজিত দত্ত সম্বৰ্ধিত হৈছে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ফিজিঅ' থেৰাপিষ্ট, ফিজিকেল ৰিহেবিলিটেচন আৰু স্পৰ্টছ মেডিচিন শীৰ্ষক দ্বিতীয় বিশ্ব সন্মিলনত । ইন'ভাইন…

শ্বহিদী দিৱসত ধুবুৰীত সমৱেত হ’ব ৩০ সহস্ৰাধিক ভক্ত

নিয়মীয়া বাৰ্তা,১৯ নৱেম্বৰঃ অহা ২৯ নৱেম্বৰৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত শিখসকলৰ নৱম গুৰু টেগ বাহুাদুৰৰ স্মৃতিত অনুষ্ঠিত হ'বলগীয়া ৩৪৪ সংখ্যক শ্বহিদী দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত…