নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলকতে আজিৰ দিনটো-

আজি মঙলবাৰ অসমীয়া তাৰিখ অনুসৰি ২ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৯ নৱেম্বৰ, ২০১৯ চন ১৯৮২ চনত উত্তৰ-পূৰ্বাঞ্চলত টেলিভিছন সম্প্ৰচাৰ ১৮২৮ ত ঝাঁচীৰ ৰাণী লক্ষ্মীবাঈৰ জন্ম ১৯১২ ত চিকিৎসাৰ ন'বেল বঁটা বিজয়ী জৰ্জ এমিল পালাডেৰ জন্ম…

স্বীকৃতি লাভৰ দিশে অসমীয়াৰ স্বাভিমান চেনেহৰ গামোচা

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ অসমবাসীৰ বাবে সুখবৰ । কোমল চাউল, মুগাৰ পাচত অসমীয়াৰ স্বাভিমান গামোচাই ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগ পোৱাৰ দিশে অগ্ৰসৰ হৈছে । এই কথা জানিবলৈ দিছে গামোচাক জি আইৰ স্বীকৃতিৰ বাবে আবেদন কৰা গোলাঘাটৰ ইনষ্টিটিউট অৱ…

আলহী পক্ষীৰ কাকলিৰে মুখৰ নগাঁও মহাবিদ্যালয়ঃ কংক্ৰিটৰ নগৰীত পক্ষীক সুৰক্ষা এদল ছাত্ৰ-ছাত্ৰীৰ

নিয়মীয়া বাৰ্তা,১৯ নৱেম্বৰঃ নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত নগাঁও মহাবিদ্যালয়ৰ চৌহদত থকা প্ৰায় এক হেক্টৰ বৰ্গৰ জলাশয়টোলৈ শীতৰ আগমনৰ লগে লগে অগণন দেশী-বিদেশী পক্ষীৰ আগমন ঘটিছে । প্ৰতিবছৰেই শীতত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসৰ কাষতে অৱস্থিত এই…

ৱেব মিডিয়াক নিয়ন্ত্ৰণ কৰক

সমগ্ৰ দেশৰ লগতে অসমতো ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে । ১৯৬৬ চনত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া (পিচিআই) ৰ জন্মদিনটোকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰূপে পালন কৰা হয় । দেশৰ সংবাদপত্ৰ তথা সংবাদ সেৱাক শৃংখলাবদ্ধ কৰাত পিচি আইৰ বিশেষ ভূমিকা…

আজি মণিপুৰ বন্ধ; মেঘালয়ত দুদিনীয়াকৈ নৈশ পথ অৱৰোধ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনৰ সময়ছোৱাতে সংসদত উত্থাপন হোৱাটো নিশ্চিত হৈ পৰাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল । অসম তথা উত্তৰ-পূবাঞ্চলৰ…

নতুন দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ শাৰদ পাৱাৰৰ

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ সোমবাৰে এন চি পিৰ প্ৰমুখ শাৰদ পাৱাৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক নতুন দিল্লীক সাক্ষাৎ কৰে। এই সাক্ষাৎৰ সময়ত পাৱাৰে ছোনিয়া গান্ধীৰ লগত মহাৰাষ্ট্ৰত চলি থকা শেহতীয়া ৰাজনৈতিক সংকটৰ কথা আলোচনা কৰে। আলোচনাৰ শেষত…

১ কিলো প্লাষ্টিকৰ বিনিময়ত লাভ কৰক ১ কিলো চাউল

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ দেশত এককালীন ব্যৱহাৰযোগ্য প্লাষ্টিকক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ পাচতে এজন উপায়ুক্তৰ এক বিশেষ পদক্ষেপে দেশজুৰি সৃষ্টি কৰিছে আলোড়ণ । তেলেংগানা ৰাজ্যৰ মুলুগো জিলাৰ উপায়ুক্ত চি নাৰায়ণ ৰেড্ডীয়ে এইবাৰ প্লাষ্টিক…

ঐতিহাসিক দিবা-নৈশ টেষ্টলৈ সাজু কলকাতাৰ ইডেন গাৰ্ডেন

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ভাৰতৰ মাটিত হ'বলগীয়া প্ৰথম দিবা-নৈশ টেষ্টৰ সফল আয়োজনৰ বাবে সাজু হৈ উঠিছে ইডেন গাৰ্ডেন। বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীৰ গৃহচহৰত অনুষ্ঠিত হ'ব লগীয়া গুলপীয়া বলৰ ঐতিহাসিক মেচখনৰ বাবে ইডেনৰ উইকেট আটকধুনীয়াকৈ সজাই তুলিছে…

দলং খহি ৬ টি শিশুৰ মৃত্যু

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ বিহাৰত ভয়ংকৰ ঘটনা । সোমবাৰে ৬ টি শিশুৱে এখন দলঙৰ তলত খেলি থকা অৱস্থাত সাবটি ল'বলগীয়া হয় কৰুণ মৃত্যুক । গোপালগঞ্জৰ এখন দলঙৰ তলত ওমলি থাকোতেই দলং খহি মৃত্যু হয় ছয়টি শিশুৰ ।

পোছাক সলনি হ’ল ৰাজ্যসভাৰ মাৰ্শ্বালৰ

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই ৰাজ্যসভাৰ সদস্যসকলে নতুন ৰূপত দেখিবলৈ পালে অধ্যক্ষৰ কাষত থকা দুয়োজন মাৰ্শ্বালক । পূৰ্বে ভাৰতীয় সাজসজ্জাৰে থকা এই দুই মাৰ্শ্বালক বৰ্তমান দেখা পোৱা গৈছে সামৰিক পোছাকত । বৰ্তমানৰ এই…