নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদ

সাম্প্ৰতিক বিশ্বত সৰ্বাধিক চৰ্চিত বিষয়সমূহৰ অন্যতম হ'ল প্ৰদূষণ । বিশেষকৈ গোলকীয় উষ্ণতাৰ সমান্তৰালকৈ বায়ুমমণ্ডলত বিয়পি পৰা বিষবাষ্পই মানুহ তথা জীৱকুললৈ অশনি সংকেত কঢ়িয়াই আনিছে । বিগত সময়ছোৱাত বায়ু প্ৰদূষণ, জল প্ৰদূষণ, শব্দ প্ৰদূষণ আদি ৰোধ…

মাৰ্চত বিক্ৰী হ’ব এয়াৰ ইণ্ডিয়া-ভাৰত পেট্ৰ’লিয়াম

নিউজডেস্ক, ১৮ নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ভয়াৱহভাৱে নিম্নগামী হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান ব্যক্তিগত মালিকৰ ওচৰত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে । চৰকাৰৰ এনে তৎপৰতাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে…

৪৮ বছৰীয়া হ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ সোমবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন । ১৯৭২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে আজি ৪৮ বছৰত ভৰি দিলে । প্ৰিয় শিল্পীজনৰ জন্মদিনটোৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন অনুৰাগীসকলে আয়োজন কৰিছে বিভিন্ন…

মেঘালয়ত ৯৫ বছৰ পুৰণি গিৰ্জাত জুইঃ দম্পতীৰ মৃত্যু

নিউজডেস্ক, ১৮ নৱেম্বৰঃ মেঘালয়ৰ ৯৫ বছৰ পুৰণি এটা গিৰ্জাঘৰত দেওবাৰে সন্ধ্যা অগ্নিকাণ্ড সংঘটিত হয় । ৰাজ্যখনৰ কুৱালাপট্টি অঞ্চলত থকা এই গিৰ্জাত জুই লগাৰ পাছত কাষতে বাস কৰা এক দম্পতীৰ জুই আৰু ধোঁৱাৰ মাজত উশাহ-নিশাহ বন্ধ হৈ মৃত্যুমুখত পৰে ।…

মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব ল’লে এছ এ ব’বডেই

নিউজডেস্ক, ১৭ নৱেম্বৰঃ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল'লে জেষ্ঠ ন্যায়াধীশ শাৰদ অৰবিন্দ ব'বডেই । দেওবাৰে অৱসৰ গ্ৰহণ কৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰা দায়িত্ব গ্ৰহণ কৰে এছ এ ব'বডেই । মহাৰাষ্ট্ৰৰ নাগপুৰত…

চিৰাঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক ১ জন

চিৰাং, ১৯ নৱেম্বৰঃ চিৰাঙত নিশা ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দহলাপাৰাস্থিত টোলগেটৰ পৰা ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এজন যুৱকক আটক কৰে স্থানীয় ৰাইজে । আটকাধীন ব্যৱসায়ীজনৰ পৰা স্থানীয় ৰাইজে ৫২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে ৷ পৰৱৰ্তি সময়ত…

পলকতে আজিৰ দিনটো

আজি সোমবাৰ অসমীয়া তাৰিখ অনুসৰি ১ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৮ নৱেম্বৰ, ২০১৯ চন স্থলসেনা দিৱস ১৯৭২ চনত গায়ক জুবিন গাৰ্গৰ জন্ম ১৯০১ চনত চলচিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ জন্ম বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু ৰূপে স্বীকৃতি প্ৰদান…

আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নেছ’ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ বাজিছে ৰণদুন্দুভি । সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত নতুন ৰূপত নাগৰিকত্ব সংশোধনী উত্থাপন হোৱাটো নিশ্চিত হোৱাৰ পাছতে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল…

বাদ পৰিল পাক গায়ক ৰাহাত ফাতেহ আলীৰ গান

ছলমান খানৰ দাবাং থ্ৰীত শুনা নাযাব পাকিস্তানী গায়ক ৰাহাত ফাতেহ আলী খানৰ গান। ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত আৰু উত্তেজনাৰ পৰিপ্ৰেক্ষিততেই ছলমান খানৰ দাবাং ছিৰিজৰ এই ছিকুৱেল ছবিখনৰ পৰা পাক গায়কগৰাকীৰ গান বাদ দিয়া বুলি শেহতীয়াকৈ জানিব পৰা…

বলীউডত অজয় দেৱগনৰ শততম ছবি তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰ

নিউজডেস্ক, ১৭ নৱেম্বৰঃ ছত্ৰপতি শিৱাজীৰ ৰাজত্বকালত সংঘটিত এখন যুদ্ধ, এক বাস্তৱ কাহিনীৰ ভিত্তিত বলীউডত শেহতীয়াভাৱে নিৰ্মাণ চলি আছে এখন বিগ বাজেটৰ ছবি- তনাজিঃ দ্য আনচাং ৱাৰিঅ'ৰ । ঐতিহাসিক পটভূমিত নিৰ্মিত ছবিখনৰ মুখ্য ভূমিকাত দেখা যাব বলীউডৰ…