নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ দুৰ্ঘটনা

দেৰগাঁওঃ দেওবাৰে দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল চাৰিচকীয়া বাহন। দুৰ্ঘটনাটোত আহত হয় ৫জনকৈ লোক। আহত এজনৰ অৱস্থা সংকটজনক। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে যোৰহাট অসামৰিক চিকিৎলয়ত ।

গুগল পে’ৰ বাবেই যুৱতীয়ে হেৰুৱালে ১.২৩ লাখ টকা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ গুগল পে' ব্যৱহাৰকাৰীসকল সাৱধান । আপুনিও যদি গুগল পে' ব্যৱহাৰ কৰে তেনেহ'লে ট্ৰেনজেকঞ্চন কৰাৰ আগত সাৱধান হওক । কাৰণ মহানগৰীত চাইবাৰ অপৰাধী চক্ৰই বৃহৎ জাল মেলিছে । শেহতীয়াকৈ গুৱাহাটী মহানগৰীত চাইবাৰ অপৰাধজনিত দুই…

অযোধ্যা বিবাদৰ ওপৰত স্পৰ্শকাতৰ টুইট কৰি সাংবাদিক গ্ৰেপ্তাৰ

নিউজডেস্ক, ১৭ নৱেম্বৰঃ অযোধ্যা ৰায় আৰু হিন্দু মহাসভাৰ প্রাক্তন নেতা কমলেশ তিৱাৰী হত্যাৰ ঘটনাৰ সন্দৰ্ভত ক্ষতিকাৰক টুইট প'ষ্ট কৰাৰ অভিযোগত শনিবাৰে দিল্লীৰ এগৰাকী ৩৫ বছৰীয়া সাংবাদিকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে…

ৰাণুৰ সৌন্দৰ্যক লৈ দেশজুৰি তীব্ৰ চৰ্চা; পিচে এইবাৰ সৌন্দৰ্যক লৈ চৰ্চা কিয় ?

নিউজডেস্ক, ১৭ নৱেম্বৰঃ দেশজুৰি পুনৰবাৰ চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াযোগে জনপ্ৰিয় হৈ পৰা ন-চেলিব্ৰেটি ৰাণু মণ্ডল । সঘনাই চৰ্চালৈ অহা ৰাণু মণ্ডল পিচে এইবাৰ চৰ্চালৈ অহাৰ কাৰণটো বেলেগ । উত্তৰ প্ৰদেশৰ এখন বিউটিপাৰ্লাৰৰ মুকলিৰ বাবে যোৱা ৰাণুৰ…

লখিমপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ঢকুৱাখনা-লখিমপুৰত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা। ঢকুৱাখনাত পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন। মুকলি কৰিলে বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ। মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰও মুকলি কৰে মন্ত্ৰীজনে। ঢকুৱাখনা অসামৰিক হাস্পতালত হ'ব…

গুৱাহাটী ষ্টেচনত ড্ৰাগছসহ মণিপুৰী যুৱকক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা দেওবাৰে চৰকাৰী ৰে'ল আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ এজন সৰবৰাহকাৰী যুৱকক গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন ইম্ফল সেনাপতি জিলাৰ লিভিংষ্টন চি কে । ধৃত সৰবৰাহকাৰীটোৰ পৰা…

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত মণিপুৰত ৪ আৰক্ষীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ দেওবাৰে মণিপুৰৰ এটা ঘৰত উদ্ধাৰ হয় ৩৪ টা কেটামিন ইঞ্জেকশ্বনৰ বটল । এই ঘটনাৰ সৈতে ৪ আৰক্ষী জড়িত থকাৰ অভিযোগত মণিপুৰ আৰক্ষী থানাৰ ৪ জন আৰক্ষীক নিলম্বন তথা গ্ৰেপ্তাৰ কৰা হৈছে । ইতিমধ্যে ধৃত নিলম্বিত আৰক্ষী…

দুঃখবৰ ! কৃষ্ণ আৰু নাই

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ গোৱালপাৰাত ত্ৰাসৰ সৃষ্টি কৰা লাডেন ওৰফে কৃষ্ণ আৰু নাই । দেওবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয় লাডেনৰ । উল্লেখ্য যে, যোৱা সোমবাৰে গোৱালাপাৰাত বিধায়ক পদ্ম হাজৰিকাই অভিযান চলাই উদ্ধাৰ কৰা লাডেনক পৰৱৰ্তী সময়ত ওৰাং…

পলকতে আজিৰ দিনটো

আজি দেওবাৰ অসমীয়া তাৰিখ অনুসৰি ৩০ কাতি , ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৭ নৱেম্বৰ, ২০১৯ চন ১৯৮২ চনত ক্ৰিকেটাৰ ইউছুফ পাছানৰ জন্ম ১৯৩৯ চনত চৈয়দ ছাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ১৯৩২ চনত তৃতীয় আৰু অন্তিম ঘূৰণীয়া মেজমেল…

নগাঁৱৰ পেট্ৰ’ল পাম্পত ডকাইতি কাণ্ড

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ নগাঁৱৰ পুৰণিগুদামত থকা ৰিলায়েন্স পেট্ৰল পাম্পত পুৱতি নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড । ১৪-১৫ জনীয়া ডকাইতৰ দলে নগদ ৬০ হাজাৰ টকাসহ কম্পিউটাৰ, চিচি টিভি কেমেৰা আৰু ডিভি আৰ চেট লুটি লৈ যায় । পুৰণিগুদামৰ কাষৰী গাঁৱৰ এই…