নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিটেনচন কেম্পৰ পৰা মুকলি হোজাইৰ ১০ বিদেশী ঘোষিত নাগৰিক

হোজাইঃ হোজাইৰ বিদেশী ঘোষিত ১০গৰাকী লোকক অৱশেষত মুকলি আকাশৰ তলত। উল্লেখ্য যে ডিটেনচন কেম্পত ৩বছৰৰ অধিক কাল কটোৱা বিদেশীক চৰ্ত সাপেক্ষে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। সেই মৰ্মে শুকুৰবাৰে গোৱালপাৰা, তেজপুৰ, কোকৰাঝাৰ ডিটেনচন…

২৪ ঘণ্টাৰ পাচত উদ্ধাৰ দেৱযানীৰ মৃতদেহঃ মাতৃক শাস্তিৰ দাবী স্থানীয় ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দিখৌ নদীত উদ্ধাৰ দেৱযানী দাস নামৰ ৭ বছৰীয়া শিশুটিৰ মৃতদেহ । প্ৰথম শ্ৰেণীত অধ্যয়নৰত শিশুটিৰ মৃতদেহ শনিবাৰে দিনৰ ১১.৩০ বজাত উদ্ধাৰ হোৱাৰ পাচতেই এতিয়া কন্যা হত্যাকাৰী মাতৃ অনুপমা দাসৰ কঠোৰতম শাস্তিৰ দাবী তুলিছে…

ৰাহুল গান্ধীৰ মিথ্যাচাৰঃ ক্ষমা খোজাৰ দাবীত দেশজুৰি বিজেপিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ ৰাফেল যুদ্ধবিমান চুক্তিৰ তদন্ত বিচাৰি পুনৰীক্ষণ আবেদন খাৰিজ কৰি বৃহস্পবতিবাৰে উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰক ক্লীনশ্বীট দিয়াৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি । ৰাফেল যুদ্ধবিমানক লৈ…

দুৰ্ঘটনাত মৃত্যু হৈছিল মহাত্মা গান্ধীৰ !

নিউজ ডেস্ক, ১৬ নৱেম্বৰঃ জাতিৰ জনক মহাত্মা গান্ধীৰ মৃত্যু হৈছিল দুৰ্ঘটনাত । এই কথা আমাৰ নহয় , ওড়িশাৰ চৰকাৰী বিদ্যালয়ৰ পুস্তিকাত মহাত্মাৰ মৃত্যু দুৰ্ঘটনা বুলি প্ৰকাশ পোৱাৰ পিছতেই এতিয়া ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । ৰাজনৈতিক নেতা তথা…

শীঘ্ৰেই ৰীমা দাসৰ ‘ছানছাইন ড্ৰীমাৰ্ছ’ৰ প্ৰিমিয়াৰ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নিৰ্মাতা অসম কন্যা ৰীমা দাসৰ নতুন ছবি 'ছানছাইন ড্ৰীমাৰ্ছ'ৰ শীঘ্ৰেই প্ৰিমিয়াৰ অনুষ্ঠিত হ'ব । ব্ৰাজিলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছবি পৰিচালকগৰাকীয়ে সদৰী কৰিছে এই তথ্য । উল্লেখ্য যে,…

পলকতে আজিৰ দিনটো

আজি শনিবাৰ অসমীয়া তাৰিখ অনুসৰি ২৯ কাতি ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৬ নৱেম্বৰ , ২০১৯ চন ১৮৯৪ চনত বুৰঞ্জীবিদ-সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম ১৯৫২ চনত কোকৰাঝাৰত বড়ো সাহিত্য সভা গঠন ১৮৩৫ চনত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ বাৰাণসীত জন্ম…

বিশেষ কাৰ্যসূচীৰে আজি ধেমাজিলৈ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিনযোৰা কাৰ্যসূচীৰে আজি ৰাওনা হৈছে ধেমাজিলৈ । পুৱা ১০.৩০ বজাত বৰঝাৰস্থিত বিমানবন্দৰৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হোৱাৰ পাচত বগীবিল…

সচিবালয়ত স্থাপন হ’ব ভাস্কৰ বৰ্মা-চুকাফা-নৰনাৰায়ণৰ প্ৰতিমূৰ্তিঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ সংস্কৃত আমাৰ সভ্যতা , সংস্কৃত ভাষাৰ এটা দৈৱিক গুণ এয়ে যে সংস্কৃত এবাৰ পঢ়িলে মনত থাকে । অসম সচিবালয় চৌহদত নৰনাৰায়ণ , চুকুফা আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । এই…

কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰথমখন কৰ্কট হাস্পতাল হ’ব ডিফু অসামৰিক চিকিৎসালয়

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ অসমৰ সপ্তমখন চিকিৎসা মহাবিদ্যালয় ৰূপে ৰাজ্যৰ স্বাস্থ্যখণ্ডত অহা বৰ্ষত সংযোজন ঘটিব ডিফু চিকিৎসা মহাবিদ্যালয়ৰ । কাৰ্বি আংলং জিলাৰ ডিফুত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে । অহা ২৫ নৱেম্বৰত…

গাজা ষ্ট্ৰীপত নতুন সংকট

মধ্যপ্ৰাচ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল যুদ্ধ-সংঘৰ্ষ আৰু অশান্তজৰ্জৰ পৰিস্থিতিয়ে নতুন মাত্ৰা লাভ কৰিছে । ইৰাণ আৰু আমেৰিকাক কেন্দ্ৰ কৰি পাৰস্য উপসাগৰীয় অঞ্চলত অস্থিৰতা তুংগত উঠাৰ সময়তে ইজৰাইল-পেলেষ্টাইনৰ সংকটে নতুন মাত্ৰা লাভ কৰিছে ।…