নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত জঘন্য ঘটনা

আঞ্চলিকঃ শিৱসাগৰৰ নামদাঙত জঘন্য ঘটনা। ৭ বছৰীয়া কন্য়াক দিখৌত দলিয়ালে স্ৱয়ং মাতৃয়ে। কন্যাক দিখৌত দলিয়াই মাতৃগৃহত উপস্থিত হ'লগৈ অনুপমা দাস নামৰ মহিলাগৰাকী। কন্য়া শিশুটিৰ সন্ধানত SDRF বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান। কিন্তু কিয় মাতৃগৰাকীয়ে এনে…

পুনৰ জামিন আবেদন খাৰিজ পি. চিদাম্বৰমৰ

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ আই এন এক্স মিডিয়া গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমৰ ন্যায়ালয়ৰ দ্বাৰা পুনৰ মুখ ঠেকেচা। দিল্লী উচ্চ ন্যায়ালয়ে পি.চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰিছে। দিল্লী উচ্চ ন্যায়ালৰ ন্যায়াধীশ সুৰেশ কেথে মন্তব্য…

ভাৰতৰ বিৰুদ্ধে পাকৰ শিশুসুলভ অপপ্ৰচাৰ

ইছলামাবাদঃ UNESCOৰ ৪০সংখ্য়ক সাধাৰণ সন্মিলনত পাকিস্তানৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা ভাৰতীয় প্ৰতিনিধিৰ। ৩৭০ অনুচ্ছেদৰ বিলুপ্তি, অযোধ্যাৰ ভূমি-বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা ঐতিহাসিক ৰায়দানৰ ঘটনাক লৈ পাকিস্তানে শিশুসুলভ অপপ্ৰচাৰ চলাই থকা…

৩ টা কণীৰ দাম ১৬৭২ টকা !!!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ আপুনি বাৰু কিমান টকাৰ বিনিময়ত দোকানীৰ পৰা এটা কণী খাই পাইছে ? নিশ্চয়কৈ তাৰ উত্তৰ ৫ ৰ পৰা ১০ টকাৰ ভিতৰতে হ'ব । কিন্তু আপুনি জানি আচৰিত হ'ব যে ৩ টা কণীৰ দাম হৈছে ১৬৭২ । হয় বলিউডৰ বিখ্যাত সংগীত পৰিচালক শেখৰ ৰাভজিয়ানীয়ে ৩…

কেবৰ বিৰুদ্ধে আছুৰ আন্দোলন ঘোষণা

গুৱাহাটী ১৫ ডিচেম্বৰঃ লোকসভাৰ শীতকালীন অধিৱেশনত উত্থাপন কৰা হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। যাৰ পৰিপেক্ষিতত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় য়ে এই আইন কেতিয়াও মানি লব…

৬ ডিচেম্বৰৰ পৰা চতুৰ্থ গুৱাহাটী থিয়েটাৰ মহোৎসৱ

গুৱাহাটী ১৫ নৱেম্বৰঃ তিনিটাকৈ সফল সংস্কৰণৰ পিছত অহা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল, ২০১৯। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলযোগে এই কথা সদৰি কৰে থিয়েটাৰ ফেষ্টিভেলৰ উদ্যোক্তা তথা গুৱাহাটীৰ…

ডঃ উদ্ধৱ ভৰালীলৈ ২০১৯ বৰ্ষৰ মহাবীৰ লাচিত বঁটা

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীলৈ আগবঢ়োৱা হৈছে ২০১৯ বৰ্ষৰ মহাবীৰ লাচিত বঁটা । অহা ২৪ নৱেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰিব তাই আহোম যুৱ পৰিষদে । বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰি পৰিষদৰ প্ৰচাৰ…

চন্দ্ৰপৃষ্ঠৰ গাঁতৰ থ্ৰী ডি চিত্ৰ মুকলি ইছৰ’ৰ

নতুন দিল্লীঃ চন্দ্ৰপৃষ্ঠত এটা গাঁতৰ থ্ৰী-ডি আলোকচিত্ৰ মুকলি কৰি দিছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰ')ই। চন্দ্ৰযান-২ৰ পৰা আলোকচিত্ৰ সংগ্ৰহ কৰা হৈছে। চন্দ্ৰপৃষ্ঠৰ কক্ষপথৰ ১০০ কিমি নিলগৰ পৰা এই আলোকচিত্ৰ সংগ্ৰহ কৰা হৈছে। বৃহস্পতিবাৰে এই থ্ৰী…

১০ ডিচেম্ৱৰত ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ শুনানি

নতুন দিল্লীঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু-কাশ্মীৰৰ পুনৰ গঠনৰ জৰিয়তে উপত্যকা প্ৰদেশখনক দুই কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ ঘটনাক প্ৰত্য়াহ্ৱান জনাই উচ্চতম ন্যায়ালয়ে জনোৱা এলানি আৱেদনৰ শুনানি সাংবিধানিক বিচাৰপীঠে…

স্বচ্ছ, সেউজ আৰু প্লাষ্টিকমুক্ত মাজুলী ৰাসোৎসৱ প্ৰতিযোগিতাৰ পুৰস্কাৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলীত আয়োজন কৰা স্বচ্ছ, সেউজ আৰু প্লাষ্টিকমুক্ত ৰাসোৎসৱ প্ৰতিযোগিতাৰ বিজয়ী আয়োজক সমিতি সমূহক শুকুৰবাৰে পুৰস্কাৰ প্ৰদান কৰা হয়। এই পুৰস্কাৰ সমূহ…