নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাত নিৰ্মাণ হ’ব ৰামৰ 151 মিটাৰ ওখ মূৰ্তি

নিয়মীয়া বাৰ্তাঃ ৰাজনৈতিক ভাৱে অত্যন্ত সংবেদনশীল ৰাম জনমভূমি- বাবৰি মছজিদ বিবাদ গোচৰৰ ঐতিহাসিক ৰায়দানৰ এটা দিন পাছতে অযোধ্যাৰ মেয়ৰে মন্তব্য কৰিছে যে এই প্ৰাচীন পৱিত্ৰ ভূমিক দেশৰ বৃহৎ তীৰ্থনগৰীলৈ উন্নীত কৰা হ'ব । অযোধ্যাৰ মেয়ৰ ঋষিকেশ…

অযোধ্যাৰ ৰায়ৰ পিছত ভাৰতক ৰক্তাক্ত কৰাৰ চেষ্টা পাকিস্তানী সন্ত্ৰাসবাদীৰ

নতুন দিল্লীঃ পাকিস্তানী সন্ত্ৰাসবাদীৰ টাৰ্গেট দিল্লাী-উত্তৰ প্ৰদেশ-হিমাচল প্ৰদেশসহ ৱহু গুৰুত্ৱপূৰ্ণ স্থান। ভাৰতৰ ইতিহাসৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভূমি বিবাদৰ গোচৰটো শান্তিপূৰ্ণভাবে নিস্পত্তি হোৱা কাৰ্যক সহজভাবে লৱ পৰা নাই চিৰবৈৰী…

অযোধ্যাৰ ৰাম মন্দিৰ

ভাৰতবৰ্ষৰ ইতিহাসত ৰাজনৈতিকভাৱে অতি স্পৰ্শকাতৰ ৰূপে চিহ্নিত অযোধ্যা ভূমি বিবাদ গোচৰৰ শুনানি একেৰাহে ৪০ দিন ধৰি গ্ৰহণ কৰাৰ অন্তত যোৱা ১৬ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায় সংৰিত ৰখাৰ পিছৰ ৰা একপ্ৰকাৰ ৰুদ্ধশ্বাস উৎকণ্ঠাৰ সৃষ্টি…

উন্মুক্ত সীমান্তত নাওসহ জব্দ ৭৩টা গৰু

দক্ষিণ শালমাৰা,১১ নৱেম্বৰঃ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত চৌকিচৰৰ বাংলাদেশ সীমান্তৰ লগতে সুখচৰ থানাৰ অন্তৰ্গত মহামায়া আৰু হাতীৰচৰৰ বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে দুখন যন্ত্ৰচালিত নাওসহ ৭৩ টা চোৰাং গৰু জব্দ কৰে । সোমবাৰে পুৱতি নিশা প্ৰায়…

অংকুৰ ৰঞ্জন ফুকন আৰু মনোৰঞ্জন বড়িলৈ মুনীন বৰকটকী বঁটা

নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ মুনীন বৰকটকী ন্যাসে নতুন প্ৰজন্মৰ লেখক সকলক উৎসাহিত কৰাৰ মানসেৰে ১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা মুনীন বৰকটকী বঁটা চলিত বৰ্ষত আগবঢ়োৱা হৈছে যুৱ কবি অংকুৰ ৰঞ্জন ফুকন আৰু গল্পকাৰ মনোৰঞ্জন বড়িলৈ । সোমবাৰে মুনীন বৰকটকী…

আমগুৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ-ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, আমগুৰি, ১১ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যাগত সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা হয় । যুৱ ছাত্ৰৰ…

গুৱাহাটীৰ বিভিন্ন স্থানত বিকল ষ্ট্ৰীট লাইট

গুবাহাটীঃ নিশা হলেই অন্ধাকাৰত ডুব যায় মহানগৰীৰ বিভিন্ন অঞ্চল। জি এছ ৰোড, চানমাৰী, হেঙেৰাবাৰী, ডাউন টাউনকে ধৰি কামাখ্য়ালৈকে বিভিন্ন স্থানত বিকল হৈ পৰিছে ষ্ট্ৰীট লাইট সমূহ। বিগত কিছুদিন ধৰি লাইটসমূহ জ্ৱলা নাই যদিও খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ…

দেশজুৰি আৰ্থিক মন্দাৱস্থা, হ্ৰাস বিদ্যুতৰ চাহিদা

নিউজডেস্ক, ১১ নৱেম্বৰঃ আৰ্থিক মন্দাৱস্থাৰ পাছত দেশত অভাৱনীয়ভাবে হ্ৰাস পাইছে বিদ্যুতৰ চাহিদা। চৰকাৰী তথ্য়মতে সুদীৰ্ঘ ১২ বছৰৰ ভিতৰত অক্টোবৰ মাহত সবাতোতকৈ নিম্নগামী হৈছে বিদ্য়ুতৰ চাহিদা। দেশজুৰি অক্টোবৰ মাহত হ্ৰাস পাইছে ১৩.২ শতাংশ বিদ্যুতৰ…

মধ্যাহ্ন ভোজন প্ৰসংগঃ চৰাইদেউত দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ এজাহাৰ

সোণাৰি, ১১ নৱেম্বৰঃ বেচৰকাৰী প্ৰতিষ্ঠানক চৰকাৰে মধ্যাহ্ন ভোজন যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ সমান্তৰালকৈ সোমবাৰে শিক্ষামন্ত্ৰী, শিক্ষা বিভাগৰ আয়ুক্ত আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে দুৰ্নীতি…