নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু কিমান বিতুমণিৰ মৃত্যু হ’ব?

অসমীয়া সমাজত এজনী ছোৱালী বিয়া দিবলৈ বৰ বিশেষ চিন্তা কৰিব লগা নাছিল। গাঁৱৰ এজন জীয়ৰীক উলিয়াই দিওঁতে আগতে কেইটামান বিশেষ বস্তু লগত দি পঠিয়াইছিল। তাৰ ভিতৰত বাঁহৰ বাঢ়নি, খেৰৰ সূঁতা, যঁতৰ, তাঁতৰ শাল, এখন বিচনা, দুখন কাঁহি, বঁটা, ভাতৰ চৰু আৰু…

দুই শিল্পীৰ জীৱন সংগ্ৰামেৰে নিৰন্তৰ প্ৰেমৰ শাশ্বত কাহিনী…

প্ৰেমৰ এই জীৱন। হেঁপাহৰ এই সংসাৰ। দুয়ো শিল্পী। এজনৰ জীৱন মানে গান, আনজনৰ জীৱন মানে ছবি। ছবি তেওঁৰ বাবে জীৱিকা নহয়। মৰুময় বালিত বিয়পি থকা এক সংবেদনৰ সত্তা। সপোন তেওঁ আজিও দেখে। সৃষ্টিৰ উন্মাদনাই তেওঁক অস্থিৰ কৰি ৰাখে। দুটা দেহ কিন্তু এটা…

হঠাৎ আপোনাৰ গোপন ফটো ভাইৰেল হ’লে কি কৰিব?

জ্ঞান লাভৰ বাবে এতিয়া আৰু হাজাৰ পৃষ্ঠাৰ বিশ্বকোষৰ পাত লুটিয়াই ফুৰাৰ কোনো প্ৰয়োজন নাই। হাতত থকা মোবাইল ফোনটোৰেই যেতিয়াই যি তথ্যৰ প্ৰয়োজন হয় তেতিয়াই সেয়া লাভ কৰাতো সম্ভৱ হৈ পৰিছে। ডিজিটেল প্ৰযুক্তিৰ সুবিধা এয়াই যে ই সদায় দুটা বিষয়ক অধিক…

ইতিহাস ৰচি অভিলেখ গঢ়িলে আমাৰ মেৰী কমে…

বক্সিঙৰ ৰিঙত তেওঁ সদায় অদ্বিতীয়। মনোবল তেওঁৰ সদায় উচ্চ শিখৰত। কোনোদিনেই তেওঁ সেয়ে বিফলতাৰ মুখ দেখা নাই। অপ্ৰতিৰোধ্য, এক সত্তাৰ গৰাকী তেওঁ। যিমানেই অভিজ্ঞতা বাঢ়িছে, সিমানেই তেওঁ বক্সিঙৰ পৃথিৱীত উজ্বলি উঠিছে। উফৰি পৰা এটা পাঞ্চে বিপক্ষৰ সপোন…

হঠাৎ এন এইচ পি চিৰ অধ্যক্ষসহ উচ্চপদস্থ বিষয়াবৰ্গ গুৱাহাটীত কিয়?

২৭ আগষ্টত ৮ ৰাজ্যৰ শক্তিমন্ত্ৰী, মুখ্য সচিবৰে গুৱাহাটীত কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰ বৈঠক। তাৰ পূৰ্বেই তৎপৰ এন এইচ পি চিৰ একাংশ উচ্চপদস্থ বিষয়াবৰ্গ। এন এইচ পি চিৰ পৰিচালক সঞ্চালক, মানৱ সম্পদৰক্ষী বিষয়া, গেৰুকামুখ প্ৰকল্প মুখ্য প্ৰবন্ধক সহ…