নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিবাদৰ নামত হিংসাঃ চানমাৰি থানাৰ আৰক্ষীৰ ৯ জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদক লৈ মহানগৰীত সংঘটিত হোৱা হিংসাত্মক কার্যকলাপত জড়িত থকাৰ সন্দেহত চানমাৰি থানাৰ আৰক্ষীয়ে ৯ জন যুৱকক গ্রেপ্তাৰ কৰে ৷ চানমাৰি বিভিন্ন ৰাজপথত প্রতিবাদৰ নামত সংঘটিত হোৱা হিংসাত্মক…

ছেম ষ্টেফর্ড–দীপাঞ্জলক শ্বহীদ ঘোষণা আছু, যুৱ–ছাত্রৰ

নিয়মীয়া বার্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ গৈ গুৱাহাটীৰ লাচিত নগৰ আৰু হাতীগাঁৱত নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যুক আঁকোৱালি লোৱা দীপাঞ্জল দাস আৰু ছেম ষ্টেফর্ডক সদৌ অসম ছাত্র সন্থাই শ্বহীদ ঘোষণা কৰিছে ৷…

খানাপাৰাত জব্দ বুজন পৰিমাণৰ মেঘালয়ৰ সুৰা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনে গুৱাহাটী মহানগৰীত জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত নিৰাপত্তা বাহিনী যথেষ্ট সষ্টম হৈ উঠিছে ৷ মহানগৰীত সুৰাৰ বিপণীসমূহ বন্ধ থকাৰ বাবে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা একাংশ লোকে…

প্রতিবাদ অব্যাহত ৰাখিব কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে এতিয়াও হাৰ মনা নাই ৷ আৰক্ষীৰ চৰম বর্বৰতাৰ সন্মুখীন হোৱাৰ পিছতো বিশ্ববিদ্যালয়খনৰ ছাত্র–ছাত্রীসকলে নাগৰিকত্ব সংশোধনী…

নিজ সমষ্টিত মন্ত্রী ফণীভূষণক বিশ্বাসঘাতক আখ্যা; বৰ্জনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল বঙাইগাঁও । শনিবাৰে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যাগত অনুষ্ঠিত সভাত উপস্থিত হাজাৰ হাজাৰ লোকে মন্ত্রী ফণীভূষণ চৌধুৰীক বিশ্বাসঘাতক আখ্যা দি বর্জন কৰাৰ সংকল্প গ্রহণ কৰে ৷…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাসূচী ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাসূচী ঘোষণা ২৩ ডিচেম্বৰৰ পৰা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক পৰীক্ষাসমূহ এই কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই

১৮ ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসমৰ জনসাধাৰণৰ প্ৰতিবাদক নেওচি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা অবৈধ নাগৰিকক ধৰ্মৰ ভিত্তিত ভাৰতত নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে সদৌ অসম…

অখিল গগৈৰ বিৰুদ্ধে এন আই এৰ গোচৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলনত নামি পৰা অখিল গগৈৰ বিৰুদ্ধে এন আই এয়ে গোচৰ ৰুজু কৰিছে ৷ যোৱা ১০ ডিচেম্বৰত ডিব্রুগড়ত অনুষ্ঠিত এখন সংবাদ মেলত ৰাষ্ট্রবিৰোধী কার্যত উচটনি দিয়াৰ অভিযোগত এন আই এয়ে…

কলকাতাৰ বিশ্ব ভাৰতীত অসমীয়া ছাত্র–ছাত্রীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন–২০১৯ ৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন স্থানৰ লগতে কলকাতাৰ অন্যতম বিশ্ববিদ্যালয় বিশ্ব ভাৰতীতো অসমীয়া ছাত্র–ছাত্রীসকলে প্রতিবাদ সাব্যস্ত কৰিছে ৷ অসমীয়া মানুহৰ স্বার্থৰ বিৰুদ্ধে যোৱা এই আইন মানি নলওঁ…

ভুবনেশ্বৰ চহৰত একত্রিত হ’ল প্রবাসী অসমীয়া

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ শনিবাৰে ওড়িশাত থকা শ শ প্রবাসী অসমীয়া আৰু উত্তৰ–পূর্বাঞ্চলৰ লোকে ভুবনেশ্বৰ চহৰৰ মাজমজিয়াত একত্রিত হৈ সম্পূর্ণ গণতান্ত্রিক প্রক্রিয়াৰে নাগৰিকত্ব সংশোধনী আইন–২০১৯ৰ বিৰোধিতা কৰে ৷ দমনমূলক নীতিৰে অসমীয়া প্রতিবাদী…