নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মর্গত এন্দুৰে ভক্ষণ কৰিলে মৃতদেহঃ শিৱসাগৰত উত্তেজনা 

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাংকান নগৰৰ সমীপত সোমবাৰে সন্ধিয়া সংঘটিত ভয়াৱহ পথ দুর্ঘটনাটোত আহত দুর্লভ হাজৰিকা ওৰফে বাবলু হাজৰিকাৰ (২৬) নিশা ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ সোমবাৰে…

গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ‘ছুপাৰ থার্টী’খ্যাত আনন্দ কুমাৰক

নিয়মীয়া বাৰ্তা,  ২৭ নৱেম্বৰঃ ‘ছুপাৰ থার্টী’ খ্যাত আনন্দ কুমাৰক বৃহস্পতিবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ‘ছুপাৰ থার্টী’ সন্দর্ভত ৰুজু হোৱা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ অজয়…

গছপুলি ৰুই ফটো উঠাৰ প্রৱণতা ত্যাগ কৰা উচিতঃ যাদৱ পায়েং

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ ‘পৃথিৱীখনক সেউজ কৰি ৰখাৰ বাবে সমাজৰ সকলো শ্রেণীৰ মানুহে একেলগে কাম কৰিব লাগিব ৷ এইক্ষেত্রত শিক্ষক তথা ছাত্র সমাজে সর্বাধিক ভূমিকা গ্রহণ কৰিব পাৰে ৷ জ্ঞান যাত্রাৰ দৰে কার্যসূচী আমি বনৰ মাজত ৰূপায়িত কৰিব পাৰোঁ ৷…

১৯৭১ ৰ পিছত অহা বাংলাদেশীক ভূমি দিব মমতাই

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ পশ্চিমবংগত তিনিটাকৈ বিধানসভা সমষ্টিৰ উপ–নির্বাচন চলি থকা সময়তে মুখ্যমন্ত্রী মমতা বেনার্জীৰ কেবিনেটে ১৯৭১ ৰ যুদ্ধৰ পিছত অহা বাংলাদেশী লোকসকলক ভূমিৰ অধিকাৰ প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ লক্ষণীয়ভাৱে ’৭১ৰ যুদ্ধৰ…

বহিঃৰাজ্যলৈ মানৱ সৰবৰাহঃ বাংগালুৰুত উদ্ধাৰ অসমৰ ৩ কিশোৰী

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ ৰাজ্যখনত অতিসম্প্রতি বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰী ৷ নিবনুৱা সমস্যাৰ গইনা লৈ দুষ্টচক্রই প্রতিদিনে অসমৰ ভিতৰুৱা অঞ্চলৰ পৰা সৰবৰাহ কৰি আহিছে মানৱ সম্পদ ৷ এনে এক ঘটনা সংঘটিত হৈছে বাগ্সা জিলাৰ নাগ্রীজুলিত ৷ প্রাপ্ত…

উচ্চ ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ অনাশিক্ষকৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যৰ ৩০৬ খন অপ্রাদেশীকৃত মাধ্যমিক শিক্ষানুষ্ঠানৰ ১০২৮ গৰাকী অনাশিক্ষক–কর্মচাৰী পদ প্রাদেশিকীকৰণৰ দাবী উত্থাপন কৰিছে সদৌ অসম প্রাদেশিকীকৰণ যোগ্য অনা শিক্ষক–কর্মচাৰী সন্থাই ৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন…

আই চি চি টেষ্ট ৰেংকিঙত ক্ৰিকেটত ভাৰতীয় খেলুৱৈৰ দপদপনি

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেট ত শতক অৰ্জন কৰি বিৰাট কোহলীয়ে আই চি চিৰ ৰেংকিঙত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ অতিক্ৰম কৰিবলৈ মাত্ৰ ৩ পইণ্টৰ ব্যৱধানত পিছ পৰি আছে। আই চি চি ৰ ৰেংকিঙত ষ্টিভ স্মিথে ৯৩১ পইণ্টেৰে প্ৰথম…

তেজপুৰৰ হলেশ্বৰত শোকাৱহ দুৰ্ঘটনা

তেজপুৰ, ২৬ নবেম্ৱৰঃ তেজপুৰৰ হলেশ্বৰত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু ইনভা বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক। থিতাতে নিহত লোকজনৰ নাম মনজুৰ আলী। পুত্ৰ আৰু ভতিজাকক বিদ্যালয়ৰ পৰা অনাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত দুই…

নিৰ্ভয়া গণধৰ্ষণৰ গোচৰৰ নতুন আদালতলৈ স্থানান্তৰৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ দিল্লীৰ পাটিয়ালা হাউছ আদালতে সোমবাৰে শিহৰণকাৰী নিৰ্ভয়া গণধৰ্ষণ গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰাৰ অনুমতি প্ৰদান কৰিছে। ২০১২ চনৰ ১৬ ডিচেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীত এখন বাছৰ ভিতৰতে ৬ দুৰ্বৃত্তই নিৰ্ভয়াৰ ওপৰত…

কাশ্মীৰ বিশ্ববিদ্যালয় প্ৰৱেশদ্বাৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আজি গ্ৰেণেড আক্ৰমণ কৰে। এই আক্ৰমণত দুজন স্থানীয় লোক আহত হয়। নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদীক বিচাৰ কৰি জোৰদাৰ আন্দোলন কৰিছে।…