নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ পাক সন্ত্ৰাসবাদীৰ

নিউজডেস্ক, ২৬ নৱেম্বৰঃ কটকটীয়া নিৰাপত্তা বেহুৰ মাজত কাশ্মীৰ সীমান্তৰ বিকল্প পথেৰে ভাৰতত এইবাৰ প্ৰৱেশ ঘটিছে পাক সন্ত্ৰাসবাদীৰ । জইচ-ই-মহম্মদকে ধৰি পাক সন্ত্ৰাসবাদী সংগঠনসমূহে এইবাৰ কাশ্মীৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছে নেপাল সীমান্তক ।…

শিক্ষা বিভাগৰ বঞ্চনাঃ দুবছৰে বন্ধ চাইকেল যোগান

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণৰ লগতে সঠিক ৰূপায়ণৰ বাবে প্ৰয়োজন পুঁজি যোগান ধৰি আহিছে । নিৰ্দিষ্ট বিত্তীয় বৰ্ষতো যাতে আঁচনিসমূহ ৰূপায়ণ হয়, সেই সম্পৰ্কতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,…

অসমৰ প্ৰতিখন জিলাত একে সময়তে ‘গৰু’ৰ পোষ্টাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ এজনী মুগা ৰঙৰ গাইগৰু হেৰুৱাক লৈ ছ'চিয়েল মিডিয়াত ব্যাপক আলোচনা হোৱাৰ লগতে অসমৰ সংবাদ মাধ্যমতো খবৰটোৱে চৰ্চা লাভ কৰিছিল । অৱশেষত সকলোৱে জানিব পাৰিলে যে এয়া এখন চিনেমাৰ প্ৰচাৰহে আছিল । ক্ৰেয়ন ট্ৰী প্ৰডাকচনে নিবেদন…

‘কেব’ৰ বিৰুদ্ধে পোষ্টাৰিং কটন কলেজ ছাত্ৰ সমাজৰ

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ কটন চৌহদত ব্যাপক হাৰত পোষ্টাৰিং কৰিছে কটনিয়ানসকলে । নিশা ছাত্ৰসকলে…

‘কেব’ গৃহীত হ’লে বাঙালীৰ আগ্রাসন হ’বঃ নেকিবুৰ জামান

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ "গৰিয়া–মৰিয়া দেশী জনগোষ্ঠীৰ উন্নয়ন আৰু প্রাপ্য দিয়াৰ বাবে চৰকাৰৰ দায়িত্ব আছে ৷ অসমৰ ইতিহাসত ৰাভা, বডো, তিৱাকে ধৰি সকলো জনগোষ্ঠীৰ সমান্তৰালভাৱে এই জনগোষ্ঠীয়ে অসমৰ প্রতিটো দুর্যোগৰ সময়ত আগুৱাই আহিছিল ৷ তাৰ ইতিহাস…

লাভ জেহাদঃ শৰ্মা উপাধিৰে কিশোৰীক জালত পেলাই ৰঙাঘৰলৈ মাইনুল

নিয়মীয়া বার্তা, ২৬নৱেম্বৰঃ বিশ্ব হিন্দু পৰিষদৰ পদক্ষেপ আৰু নলবাৰী আৰক্ষীৰ উদ্যোগত পুনৰ এজন লাভ জেহাদী আটক হৈছে ৷ সোমবাৰে এটা বিবৃতিত বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি ঈশ্বৰ চন্দ্র গোস্বামী আৰু সাধাৰণ সম্পাদক কমলেশ্বৰ ৰাজবংশীয়ে…

“ডেৰশ বছৰত অসমত মুছলমানৰ সংখ্যা ১.৭৪ লাখৰ পৰা ১.১২ কোটিলৈ বৃদ্ধি”-কলিতা সন্মিলনী

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ ৬০ লাখ বাংলাদেশী (মুছলমান)ৰ আগ্রাসনক প্রতিৰোধ কৰাৰ নামত আছু আৰু গণ সংগ্রাম পৰিষদৰ যৌথ নেতৃত্বত ১৯৭৯ চনৰ পৰা অসমত বাস কৰা খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ স্থায়িত্ব আৰু একক পৰিচয় অক্ষুণ্ণ ৰখাৰ স্বার্থত চলা অসম আন্দোলনৰ…

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনঃ ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ পদক্ষেপ গ্রহণ

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ মাজত মাত্র ৬৫ দিন বাকী ৷ ইতিমধ্যে অধিৱেশনৰ প্রস্তুতি পূর্ণোদ্যমে চলিছে ৷ আদৰণী সমিতিৰ প্রতিখন উপ–সমিতিয়ে নিজৰ নিজৰ কামত অগ্রসৰ হৈছে ৷ ইতিমধ্যে ৰাজ্যৰ গড়কাপ্টানী বিভাগে…

ৰান্ধনীৰ ৰন্ধন গেছত চকু মাইক্র’ফাইনেঞ্চৰঃ কিস্তিৰ ধন নাপাই নিলে চিলিণ্ডাৰ

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মাইক্র’ফাইনেঞ্চ কোম্পানীৰ দৌৰাত্ম্য অব্যাহত আছে ৷ গাঁৱৰ মহিলাক স্বাৱলম্বী কৰাৰ নামত অত্যধিক সুদত জধেমধে ঋণ দিয়াৰ ফলত সর্বস্বান্ত হৈছে গাঁৱৰ মহিলাসকল ৷ কিস্তি সময় মতে দিব নোৱাৰাৰ বাবে…

বাঁহৰ টুকুৰাৰে অভিনৱ ভাস্কর্য জামুগুৰিহাটৰ তজিৰুলৰ

নিয়মীয়া বার্তা, জামুগুৰিহাট, ২৬ নৱেম্বৰঃ জামুগুৰিহাটৰ এগৰাকী প্রচাৰবিমুখ যুৱ ভাস্কর্য শিল্পী ৷ নাম তজিৰুল হক ৷ যিগৰাকী যুৱ ভাস্কর্য শিল্পীৰ হাতৰ পৰশত এতিয়া প্রাণ প্রাই উঠিছে বাঁহৰ টুকুৰাই ৷ জামুগুৰিহাটৰ বাকোলা গাঁৱৰ এইগৰাকী ভাস্কর্য শিল্পী…