তেজপুৰত যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় লাচিত দিৱসত ড০ চন্দন কুমাৰ শর্মা
নিয়মীয়া বাৰ্তা, তেজপুৰ, ২৫ নৱেম্বৰঃ সাম্প্রতিক অৱস্থাত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত সংহতিৰ অভাৱ ঘটিছে৷ যাৰ বাবে জাতীয় জীৱনৰ ধূসৰ ছবিখন পৰিস্ফুট হৈ পৰিছে৷ লাচিত বৰফুকন আছিল সংহতিৰ প্রতীক৷ তাহানি অসমৰ সকলো শ্রেণীৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি…