নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰুপত ফটো উঠাৰ মাজতে বিৰাট কোহলিয়ে ট্ৰফী হাতত তুলি দিলে কে এছ ভৰতক । পিচে কোন এই কে এছ ভৰত ?

নিউজডেস্ক, ২৫ নৱেম্বৰঃ শেহতীয়াকৈ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে দুখনীয়া টেষ্ট মেচত ২-০ ব্যৱধানত হোৱাইট ৱাশ্ব কৰিলে বাংলাদেশক । এই বিজয়ৰ পাছতে ভাৰতীয় দলৰ সকলো সদস্যই ট্ৰফীৰ সৈতে ফটো উঠে । কিন্তু ইয়াৰ মাজতে দেখা গ'ল অধিনায়ক কোহলিয়ে বিজয়…

হাত-ভৰিত ৩২ আঙুলি , মানুহে কয় ডাইনী …

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ এগৰাকী ৬৫ বছৰীয়া মহিলা । নাম নায়ক কুমাৰী । সচৰাচৰ মানুহৰ হাত আৰু ভৰিত থকা মুঠ আঙুলিৰ ২০ টাৰ পৰিৱৰ্তে ৩২ টা আঙুলি থকাৰ বাবে এতিয়া চৰ্চালৈ আহিছে এইগৰাকী বয়োজ্যেষ্ঠ মহিলা । জন্মৰ পৰাই দুই ভৰিৰ আঙুলি ২০ আৰু দুয়োটা…

মহিলা ভোটাৰেই নিৰ্ণয় কৰিব ৰঘুবৰৰ ভাগ্য

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ঝৰখণ্ডত এইবাৰ কেইবাটাও বিধানসভা সমষ্টিত মহিলা ভোটাৰেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। লক্ষণীয়ভাৱে ৰাজ্যখনত পূৰ্বতকৈ মহিলা ভোটাৰাৰৰ ভোটদানৰ হাৰ বেছি। পূৰ্বৰ নিৰ্বাচনবোৰত মহিলা ভোটাৰৰেই ৰাজ্যখনত ব্যাপক হাৰত ভোটদানৰ হাৰ…

অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু !

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ তেজপুৰবাসীৰ লগতে মিচন চাৰিআলিৰে দৈনিক যাতায়ত কৰা লোকসকলৰ বাবে সুখবৰ । কাৰণ অচিৰেই মিচন চাৰিআলিত নিৰ্মাণ হ'ব এখন উৰণীয়া সেঁতু । এইকথা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত…

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত মহানগৰবাসী

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগাৰ সমান্তৰালকৈ কৃত্ৰিম বান আৰু তীব্ৰ যান-জঁটৰ লগতে অন্যান্য সমস্যাৰ সৈতে সহাৱস্থান কৰা মহানগৰবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । যি সময়ত গুৱাহাটী মহানগৰীক…

ঝাৰখণ্ড নিৰ্বাচনঃ ৫৫ জন কোটিপতি প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ আগন্তুক ৩০ নৱেম্বৰৰ পৰা ঝাৰখণ্ডত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ১৮৯ গৰাকী প্ৰাৰ্থীৰ ৫৫ গৰাকীয়েই হৈছে কোটিপতি । এছ'চিয়েন ফ'ৰ ডেম'ক্ৰেটিক ৰিফ'ৰ্মছ…

ডিগৱৈত ভয়াবহ পথ দুৰ্ঘটনা নিহত ৫

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ দেওবাৰে মাজনিশা ডিগৱৈৰ পাৱৈৰ ৩৮ নং ঘাইপথত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ঘটনাস্থলীত ৪ জন লোক নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত এজন লোকৰ মৃত্যু হয়। উল্লেখ্য যে তিনিচুকীয়া মাৰ্ঘেৰিটা অভিমুখী…

নতুন যানবাহন আইনৰ জৰিয়তে ৫৭৭ কোটি টকা জৰিমনা সংগ্ৰহ

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ দেশজুৰি নতুন যান-বাহন আইন প্ৰয়োগ হোৱাৰ পিছৰে পৰা ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৩৮ লাখ চালান কটা হৈছে । অৰ্থাৎ যান-বাহন চালকৰ বিৰুদ্ধে প্ৰশাসনে এই চালানবোৰ ইছ্যু কৰা বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু…

মধ্য প্ৰদেশত ২ টা মূৰ আৰু ৩ টা হাতৰ অদ্ভূত শিশু

নিউজডেস্ক, ২৫ নৱেম্বৰঃ মধ্য প্ৰদেশৰ ভিডিছা চিটিৰ এগৰাকী ২১ বছৰীয়া মহিলাই শনিবাৰে জন্ম দিলে এটা অদ্ভূত শিশু । জিলা হাস্পতালত জন্ম লাভ কৰা এই শিশুটি জন্মৰ পৰায়ে আছে ২ টা মূৰ আৰু ৩ টাকৈ হাত । ইপিনে হাস্পতালখনৰ চিকিৎসকে জনোৱা অনুসৰি চ'নোগ্ৰাফি…

বীৰেন সিংহক আদ্য শৰ্মা স্মাৰক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী বীৰেন সিংহক গুৰুজী আদ্য শৰ্মা স্মাৰক বঁটা- ২০১৯ প্ৰদান কৰা হয় । বৃন্দাবন থিয়টাৰে নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সহযোগত এই বঁটা প্ৰদান কৰে । দেওবাৰে সন্ধিয়া ৮.৩০ বজাত ৰাস…