নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্থল-বায়ু-নৌ সেনাই চলাব যৌথ অভিযান

নিউজডেস্ক, ২৫ নৱেম্বৰঃ কাশ্মীৰত সন্ত্ৰাসবাদ নিষ্পত্তি কৰাৰ বাবে ভাৰতীয় সেনাই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ বাবে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে স্থল-নৌ আৰু বায়ু সেনাক মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে । তিনি বিশেষ বাহিনী ক্ৰমে…

গেলেকীত চাহ গছ কাটি ৪ টাকৈ পাতগৃহ জ্বলালে নগা দুৰ্বৃত্তই

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ শিৱসাগৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস । নগা শান্তি চুক্তিৰ পূৰ্বে অসমৰ বহু চাহ বাগিছাসহ অসমৰ বৃহৎ ভূখণ্ড দখলৰ চেষ্টা অব্যাহত ৰাখিছে নগাই । শনিবাৰে পুৱতি নিশা গেলেকী-বৰহোলা…

সেনাৰ নাম লৈ অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং কাৰোবাৰ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অৰুণাচলী সুৰাৰ কোটিটকীয়া চোৰাং ব্যৱসায়ৰ এটাৰ পাছত এটা বিস্ফোৰক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । নাগালেণ্ড আবকাৰী বিভাগৰ তথ্যৰ পৰা ওলাই পৰিছে চোৰা সুৰা সাম্ৰাজ্যৰ বহু গোপন কাহিনী । নাগালেণ্ড আবকাৰী বিভাগে জনোৱা মতে…

বিশ্বনাথ ঘাটত নিৰ্মাণ হ’ব ৰোপ ৱে’

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ দেওবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ ঘাটত উপস্থিত হৈ বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগাং নৈৰ সংগমস্থলীৰ উমাটুমুনি নদীদ্বীপলৈকে নিৰ্মাণ হ'বলগীয়া ৰোপ…

পৰ্যটনস্থলী কৰা হ’ব গহপুৰৰ কল্যাণী দেৱালয়ক

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ "যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে গহপুৰবাসীক আমি আশ্বাস দিছিলোঁ যে কল্যাণী দেৱালয়ক পৰ্যটকস্থলীৰূপে প্ৰতিস্থা কৰা হ'ব । আজি আমি এই ঐতিহগাসিক দিনত উপনীত হৈছোঁ । অসম দৰ্পন আঁচনিৰ জৰিয়তে কল্যাণী দেৱালয়ৰ আন্তঃগাথনিৰ লগতে…

অষ্ট্ৰেলিয়াত দিবা-নৈশ টেষ্ট খেলিবলৈ ভাৰতক আহ্বান শ্বেন ৱাৰ্নৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতক দিবা-নৈশ টেষ্ট খেলিবলৈ আহ্বান জনাইছে অষ্ট্ৰেলিয়াৰ একালৰ কিংবদন্তি লেগ স্পীনাৰ শ্বেন ৱাৰ্নে । কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট দিবা-নৈশ ভাৱে আয়োজন কৰাক লৈ বি…

গুলপীয়া টেষ্টত জয়ী হ’ল টীম ইণ্ডয়া

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দেশৰ ক্ৰিকেট ইতিহাসৰ প্ৰথমখন গুলপীয়া বলৰ দিবা-নৈশ টেষ্টত তৃতীয় দিনাই বিজয়ৰ মুখ দেখিলে টীম ইণ্ডয়াই । অধিনায়ক বিৰাট কোহলিৰ অনবদ্য শতকৰ সহায়ত ঘৰুৱা দলটোৱে তৃতীয় দিনাই এটা ইনিংছ আৰু ৪৬…

বিবাহপাশত আবদ্ধ হ’ব ফাৰহান-শিৱানী

নিয়মীয়া বাৰ্তা,২৪ নৱেম্বৰঃ ফাৰহান আখতাৰ আৰু শিৱানী দাণ্ডেকৰৰ প্ৰেমৰ সম্পৰ্কক লৈ বি-টাউনত দীৰ্ঘদিন ধৰি অব্যাহত আছে চৰ্চা । প্ৰেমিক যুগলৰ গোপন সম্পৰ্কৰ গভীৰতা এতিয়া বি-টাউনত অ'পেন ছিক্ৰেট । প্ৰথমে এই সম্পৰ্ক স্বীকাৰ কৰা নাছিল ফাৰহান-শিৱানীয়ে…

কন্দাৰ বাবেই নিজ কন্যাক হত্যা মাতৃৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ তামিলনাডুৰ ভেল্লোৰ জিলাৰ ৱালাজাপেট অঞ্চলত অহৰহ কান্দি থকাৰ বাবে এগৰাকী মাতৃয়ে নিজ কন্যাক হত্যা কৰাৰ দৰে লোমহৰ্ষক ঘটনা সংঘটিত হৈছে । শনিবাৰে আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা মতে বহু সময় ধৰি একেৰাহে কান্দি থকা বাবে ২৫…

কেবৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি জনমতৰ লক্ষ্যৰে দিল্লীত আছু-নেছ’

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠনৰ লক্ষ্যৰে এতিয়া দিল্লীত বাহৰ পাতিছে আছুকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ নেছ'ৰ নেতৃবৃন্দই । ছাত্ৰ নেতাসকলে দিল্লীত কেববিৰোধী…