নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্য বিবাহিত কইনাই পাব এতোলাকৈ সোণ

দিছপুৰত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ সংবাদমেল কেবিনেট বৈঠক সন্দৰ্ভত সংবাদমেল বৈঠকত গৃহীত 'অৰুন্ধতী আঁচনি' সদ্য বিবাহিতা কইনাক দিয়া হ'ব এতোলাকৈ সোণ বিবাহ পঞ্জীয়ন হ'লে কইনাই পাব এতোলাকৈ সোণ এই আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব ৮০০কোটি…

আজিৰে পৰা কাশ্মীৰত সম্পূৰ্ণকৈ খুলিল দোকান-পোহাৰ

নিউজডেস্ক, ২০ নৱেম্বৰঃ কাশ্মীৰত বুধবাৰৰ পৰা সম্পূৰ্ণকৈ দিনটোৰ বাবে দোকান-পোহাৰ খোলা প্ৰক্ৰিয়া আৰম্ভ হ'ব । সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত যোৱা ৭ আগষ্টৰ পৰা কেৱল পুৱা আৰু গধূলি কেইঘণ্টামানৰ বাবে কাশ্মীৰৰ দোকান খুলিছিল । কিন্তু তিনি মাহৰ…

মহানগৰীত শিক্ষামিত্ৰ সন্থাৰ প্ৰতিবাদ

মহানগৰীঃশিক্ষা বিভাগৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। মধ্যাহ্ন ভোজনক কৰ্মীকে ধৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে সংযোগী শিক্ষা মিত্ৰ সন্থাই। মহানগৰীৰ কাহিলীপাৰাত সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰে। শিক্ষামিত্ৰ সকলৰ…

IITগুৱাহাটী গৱেষকৰ নতুন উদ্ভাৱন

মহানগৰীঃ গাখীৰৰ শুদ্ধতাক লৈ আপুনি হয়তু বহু সয়মত বিপাঙত পৰিছে। মহানগৰীত ভেজালযুক্ত গাখীৰৰ বিৰুদ্ধে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযানে কিছু সকাহ দিছিল কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই কাৰণ দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান IITগুৱাহাটীৰ…

‘ৰত্নাকৰ’ক লৈ নলবাৰীত উত্তেজনা; পিচে কিয় এই উত্তেজনা !

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে দুখনকৈ অসমীয়া জনপ্ৰিয় বোলছবি প্ৰদৰ্শনত দৰ্শকৰ সঁহাৰি আছিল চমকপ্ৰদ । সম্প্ৰতি প্ৰদৰ্শিত হৈ থকা 'ৰত্নাকৰ' ছবিখনক লৈ নাট্যমন্দিৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।…

কিতাপ আৰু অধ্যয়ন

যোৱা কেইটামান দিনৰ পৰা অসমত কিতাপৰ উৎসৱ আৰম্ভ হৈছে আৰু উৎসৱমুখৰ পৰিবেশক বিভিন্ন মহলে অসমীয়া সাহিত্যৰ মতান্তৰে কিতাপৰ ব্যৱসায়ৰ বাবে উৎসাহজনক খৱৰ হিচাপে বিবেচনা কৰিছে। গ্ৰন্থমেলাৰ আঁতধৰিয়েই অসমৰ ভালেমান ঠাইত নতুন নতুন কিতাপ ছপা হৈছে, উন্মোচিত…

পলকতে আজিৰ দিনটো

আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ৩ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ২০ নৱেম্বৰ, ২০১৯ চন ১৯২৯ ত ভাৰতীয় এথলীট মিলখা সিঙৰ জন্ম ১৯৯৭ ত কল্পনা চাওলাৰ মহাকাশলৈ যাত্ৰা ১৭৫০ চনত টিপু চুলতানৰ জন্ম ১৯২৩ ত সাহিত্যিক নাদিন গাৰ্ডিমাৰৰ জন্ম…

ডিব্ৰুগড়ত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিব্ৰুগড়ঃ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা গুলীচালনাত নিহত হয় ওম প্ৰকাশ আগৰৱালা নামৰ এজন ব্যবসায়ী। বাসগৃহৰ পৰা প্ৰায় ১০০ মিটাৰ আঁতৰত সংঘটিত হয় এই ঘটনা। দুৰ্বৃত্তই হত্যা কৰি লোকজনৰ পৰা কাঢ়ি নিছিল…

২০২০ চনত ৩৫ দিন চৰকাৰী বন্ধ পাব ৰাজ্যিক কৰ্মচাৰীয়ে

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ অহা ২০২০ চনত মুঠ ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধৰ দিন হিচাপে অনুমোদন জনাইছে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকে । মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে অহা ২০২০…

মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ

মহানগৰীঃ দিছপুৰ ঘেৰাও সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ কৰ্মী সন্থা। মধ্যাহ্ন ভোজনৰ দায়িত্ৱ NGOক দিয়াৰ প্ৰতিবাদত দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰ্মীসকলৰ। মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে কৰ্মীসন্থাৰ লগত আলোচনাত বহাৰ দাবী কৰ্মীসকলৰ লগতে পূৰ্বৰ ব্যবস্থা…