বৰকুৰাত ৭০ কোটি টকীয়া ৰে’লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা ডঃ শৰ্মাৰ
নলবাৰী, ১২ নৱেম্বৰঃ বহু প্ৰতীক্ষিত নলবাৰী সমষ্টিৰ বৰকুৰাত সোমবাৰে প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নলবাৰী-বৰকুৰা পথৰ ৰে'লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰা হয় । এই ৮২০ মিটাৰ দৈঘ্যৰ ৰে'লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে…