দুই শিল্পীৰ জীৱন সংগ্ৰামেৰে নিৰন্তৰ প্ৰেমৰ শাশ্বত কাহিনী…
প্ৰেমৰ এই জীৱন। হেঁপাহৰ এই সংসাৰ। দুয়ো শিল্পী। এজনৰ জীৱন মানে গান, আনজনৰ জীৱন মানে ছবি। ছবি তেওঁৰ বাবে জীৱিকা নহয়। মৰুময় বালিত বিয়পি থকা এক সংবেদনৰ সত্তা। সপোন তেওঁ আজিও দেখে। সৃষ্টিৰ উন্মাদনাই তেওঁক অস্থিৰ কৰি ৰাখে। দুটা দেহ কিন্তু এটা…