৩ টা কণীৰ দাম ১৬৭২ টকা !!!
নিউজডেস্ক, ১৫ নৱেম্বৰঃ আপুনি বাৰু কিমান টকাৰ বিনিময়ত দোকানীৰ পৰা এটা কণী খাই পাইছে ? নিশ্চয়কৈ তাৰ উত্তৰ ৫ ৰ পৰা ১০ টকাৰ ভিতৰতে হ'ব । কিন্তু আপুনি জানি আচৰিত হ'ব যে ৩ টা কণীৰ দাম হৈছে ১৬৭২ । হয় বলিউডৰ বিখ্যাত সংগীত পৰিচালক শেখৰ ৰাভজিয়ানীয়ে ৩…