নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ শিক্ষা আৰু গৱেষণাত চৌর্যবৃত্তি

স্বাধীনোত্তৰ সময়ৰ পৰাই ভাৰত্বর্ষত উচ্চ শিক্ষাৰ বিকাশৰ ওপৰত বিশেষভাৱে অগ্রাধিকাৰ দি আহিছে৷ সাধাৰণতে উচ্চ শিক্ষা লিলে বিশ্ববিদ্যালয়ৰ শিক্ষাকে বুজা যায়৷ বিশেষকৈ বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পর্যায়ৰ লগতে গৱেষণাৰ বাবে অধ্যয়ন কৰা কার্যক উচ্চ শিক্ষাৰ অন্তর্গত লি গণ্য কৰা হয়৷ ১৯৮৬ চনৰ ৰাষ্ট্রীয় শিক্ষা নীতিত উচ্চ শিক্ষাৰ সম্প্রসাৰণৰ ােব মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্রয়োজনীয় সা–সুবিধা দৃঢ় কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছিল৷ ইয়াৰ লগতে ১৯৮৬ চনৰ ৰাষ্ট্রীয় শিক্ষা নীতিত জটিল সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক আদি বিষয়েবাৰত দৃষ্টিপাত কৰাত ডচ্চ শিক্ষাই সহায় কৰ্বি পাৰে লি উল্লেখ কৰিছে৷ উল্লেখযোগ্য যে শিক্ষার্থীৰ সংখ্যাৰ দিশৰ পৰা ভাৰতৰ ডচ্চ শিক্ষা ৱস্থা আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ পিছতে বিশ্বৰ ভিতৰতে তৃতীয় হত্তম শিক্ষা ৱস্থা৷ অনুদান আয়োগৰ ২০২০ চনৰ প্রতিেবদন অনুসৰি সাম্প্রতিক সময়ত ভাৰতত প্রায় ১৩৫খন বিশ্ববিদ্যালয়, ৪৫,০০০খনৰো মহাবিদ্যালয় আৰু ২৩খন আই আই টিৰ দৰে ডচ্চ শিক্ষানুষ্ঠান আছে৷ তথাপি গুণগত শিক্ষাৰ দিশৰ পৰা ভাৰতৰ উচ্চ শিক্ষাব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্র, চীন, কানাডা আৰু অষ্ট্রেলিয়াৰ তুলনাত হুত পাছ পৰি আছে৷ উল্লেখযোগ্য যে ২০২০ চনত প্রকাশিতQ.S. World University Rankingত বিশ্বৰ ২০০খন স্বশ্রেষ্ঠ উচ্চ শিক্ষানুষ্ঠানৰ তালিকাত ভাৰতৰ মাত্র তিনিখন উচ্চ শিক্ষানুষ্ঠানে স্থান লাভ কৰ্বিলৈ সক্ষম হৈছে৷ সেইকেইখন হ’ল যথাক্রমে – আই আই টি ম্বে, আই আই টি, দিল্লী আৰু আই আই এছ চি, েবংগালুৰু৷ শিক্ষাৰ গুণগত মানৰ দিশৰ পৰা ভাৰতৰ ডচ্চ শিক্ষা ব্যৱস্থা পাছ পৰি থকাৰ মূল কাৰণ হ’ল ভাৰতবর্ষই অন্যান্য ডন্নত দেশৰ তুলনাত ডচ্চ শিক্ষাৰ বিকাশৰ ােব যথেষ্ট কম বিনিয়োগ কৰে৷ প্রণিধানযোগ্য যে চুবুৰীয়া চীনে জি ডি পিৰ ১৫ শতাংশ শিক্ষাৰ সম্প্রসাৰণৰ ােব বিনিয়োগ কৰাৰ বিপৰীতে ভাৰতে জি ডি পিৰ মাত্র ৪ৰ পৰা ৭ শতাংশহে উচ্চ শিক্ষাৰ ােব বিনিয়োগ কৰিছে৷ ইয়াৰ ফলত ভাৰতত উচ্চ পর্যায়ৰ গৱেষণাৰ ােব সুস্থ পৰিৱেশ গঢ়ি ডঠ্বি পৰা নাই৷ একেদৰে উচ্চ শিক্ষানুষ্ঠানসমূহত উচ্চ পর্যায়ৰ অধ্যয়ন আৰু গৱেষণাৰ ােব পর্যাপ্ত সা–সুবিধাৰ অভাৱ হোৱা দেখা যায়৷ সেইকাৰণে ভাৰতৰ পৰা হুতো ছাত্র–ছাত্রীয়ে ডচ্চ শিক্ষা গ্রহণৰ কাৰণে বিদেশলৈ যায়৷ এই প্রসংগতে ক’ বিচাৰোঁ যে পি এইচ ডি Ph D) আৰু ইয়াৰ সমপর্যায়ৰ ডিগ্রীৰ উচ্চ শিক্ষা গ্রহণৰ ােব ভাৰতৰ শিক্ষানুষ্ঠানসমূহত প্রয়োজনীয় আসনৰ অভাৱ হোৱা দেখা যায়৷ আনহাতে ডচ্চ শিক্ষাৰ লগত জডিত মাত্র ৫ শতাংশ গৱেষকেহে গৱেষণামূলক কার্যৰ ােব সন্মানীয় ছাত্র বৃত্তি fellowship) লাভ কৰে৷ অসমৰ ক্ষেত্রত দেখা গৈছে যে ৰাজ্যিক বিশ্ববিদ্যালয়কেইখন অধ্যয়ন কৰি থকা েবছিভাগ গৱেষকে কোনো ছাত্র ত্তি নোহোৱাকৈয়ে অতি কষ্টেৰে গৱেষণা কার্য চলাব লগা হয়৷ ইয়াৰ ফলত ভাৰতত গৱেষণাৰ মান নিম্নগামী হৈছে৷
সেইদৰে তমান সময়ত শৈক্ষিক গৱেষণাৰ ক্ষেত্রত দেখা দিয়া আন এক গুৰুতৰ সমস্যা হ’ল গৱেষণা সম্পর্কীয় কার্যৰ লগত জডিত ক্তিসকলৰ মাজত গৱেষণাৰ নৈতিকতা Research Ethics) সম্পর্কে প্রয়োজনীয় জ্ঞানৰ অভাৱ৷ সাম্প্রতিক সময়ত শৈক্ষিক গৱেষণাৰ ক্ষেত্রত চৌর্য্বৃত্তি Plagiarism) ৰ ঘটনা দিনকদিনে দ্ধি পাইছে৷ নিঃসন্দেহে ই ভাৰতৰ শৈক্ষিক গৱেষণাৰ ােব অতি চিন্তনীয় বিষয়৷ চৌর্য্বৃত্তি Plagiarism)ৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ েবনেডিক্টিন বিশ্ববিদ্যালয়ে সংজ্ঞা আগ্বঢ়াইছে এনেদৰে– Plagiarism- in an academic exercise, adopting, reproducing or representing the ideas of statements of another as one’s own, without proper acknowledgement. প্রকৃততে, চৌর্য্বৃত্তি Plagiarism) হ’ল এজন ক্তিয়ে যেতিয়া আন এজন ক্তিৰ গৱেষণাৰ কাম–কাজ া ধাৰণাক নিজৰ লি ৈবধভাৱে ডপস্থাপন কৰে আৰু সেই ক্তিজনৰ ধাৰণা া কার্যাৱলীক কোনোধৰণৰ স্বীকৃতি নিদিয়ে৷ চৌর্য্বৃত্তি ইচ্ছাকৃত া অনিচ্ছাকৃতভাৱেও হ’ পাৰে৷ চৌর্য্বৃত্তি হ’ল এক প্রকাৰৰ গুৰুতৰ অপৰাধ, জালিয়াতি আৰু একাডেমিক অখণ্ডতাৰ ডলংঘন৷ সাম্প্রতিক সময়ত চৌর্য্বৃত্তিৰ ােব েবৌদ্ধিক সম্পত্তি চুৰি হোৱা ঘটনা সংঘটিত হোৱা দেখা গৈছে৷ ই অনৈতিক কাৰণ, ইয়াৰ ফলত চৌর্য্বৃত্তিৰ লগত জডিত ক্তিজন ক্রমান্বয়ে সেই চুৰিকার্যৰ পৰা লাভান্বিত হয়৷ আনহাতে এনেধৰণৰ চৌর্য্বৃত্তি ৰোধ কৰ্বিৰ ােব ভালেমান চিনাক্তকৰণ ছফ্টৱেৰ সৰঞ্জামৰ ৱহাৰ কৰ্বি পৰা যায়৷ সেইসমূহৰ ভিতৰত অন্যতম হ’ল –Urkund, Turnitin, Dupli checker, Plagscan আদি৷ বিশেষকৈ গৱেষণা–পত্রৰ কপীৰাইট চিনাক্তকৰণৰ বাবে সাধাৰণতেUrkund-ক ব্যৱহাৰ কৰে ৷
সেইদৰে তমান সময়ত প্রতাৰণামূলক া লুণ্ঠনকাৰী ভুৱা প্রকাশনবিলাকে কিছুমান নকল গৱেষণা–পত্রিকা Clone Journal)ৰ প্রকাশ কৰি শৈক্ষিক গৱেষণাৰ ক্ষেত্রখনলৈ গভীৰ সংকট নমাই আনিছে৷ বিশেষকৈ এনে নকল গৱেষণা–পত্রিকাই চিকিৎসা বিজ্ঞানৰ গৱেষণা ক্ষেত্রখনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ এনেধৰণৰ প্রতাৰণামূলক া লুণ্ঠনকাৰী প্রকাশনে Predatory Publishers) কিছুমান গৱেষণা–পত্রিকা Journal)ৰ প্রকাশ কৰে আৰু ইয়াত গৱেষণা–পত্রৰ প্রকাশৰ নামত গৱেষকৰ পৰা হৎ পৰিমাণৰ মূল্য আদায় কৰে৷ ইয়াতকৈ ভয়ংকৰ কথাটো হ’ল তমান সময়ত এনেকুৱা প্রকাশন বিলাকে কিছুমান নকল গৱেষণা–পত্রিকা Clone Journal)ৰ প্রকাশ কৰি শৈক্ষিক গৱেষণা ক্ষেত্রখনলৈ ডাঙৰ বিপদ নমাই আনিছে৷ এনে লণ্ঠনকাৰী গোষ্ঠীবিলাকে প্রকৃত ৈবধ গৱেষণা–পত্রিকা Legitimate Journal)ৰ পৰিচয় চুৰ কৰি কিছুমান ভুৱা নকল গৱেষণা–পত্রিকাৰ প্রকাশ Clone Journal) কৰে আৰু এনেধৰণৰ ভুৱা গৱেষণা–পত্রিকাবিলা সহজে ইণ্টাৰনেটত ডপলব্ধ হয়৷ এনেধৰণৰ লুণ্ঠনকাৰী গোষ্ঠীবিলাকে প্রকাশ কৰা ভুৱা গৱেষণা–পত্রিকাৰ বাবে ৈবধ গৱেষণা–পত্রিকা Legitimate Journal)ৰISSN নম্বৰ, সূচ কাংক Index) আদি ভুৱাকৈ ইণ্টাৰনেটত ডপস্থাপন কৰে, যাতে সহজে গৱেষকসকলক আকৃষ্ট কৰ্বি পাৰে৷ তমান সময়ত ভাৰত আৰু অসমৰ চাকৰিপ্রত্যাশী ভালেমান ছাত্র–ছাত্রী, গৱেষকে এনেধৰণৰ লুণ্ঠনকাৰী নকল গৱেষণা–পত্রিকাত নিজৰ গৱেষণা–পত্র প্রকাশ কৰিছে৷ এই প্রসংগতে ক’ বিচাৰোঁ যে ডেনভাৰৰ কলোৰাডো বিশ্ববিদ্যালয় গ্রন্থাগাৰবিদ জেফ্রি েবলে প্রথম্বাৰৰ ােব ‘লুণ্ঠনকাৰী গৱেষণা পত্রিকা’ Predatory Journals)ৰ তালিকা তৈয়াৰ কৰিছিল৷ ডল্লেখযোগ্য যে গৱেষকৰ বাবে এনেকুৱা ধৰণৰ ভুৱা া নকল গৱেষণা–পত্রিকাৰ চিনাক্ত কৰাটো অতি কঠিন কাম৷ সাধাৰণতে এনে লুণ্ঠনকাৰী ভুৱা গৱেষণা–পত্রিকাৰ সম্পাদকীয় ’ডত কিছুমান অপৰিচিত ভুৱা ক্তিৰ নাম জডিত হৈ থাকে আৰু গৱেষণা–পত্রখনৰ সঠিক সূচক া ইনডেক্সিং নাথাকে৷ তমানUGC-য়ে এনেধৰণৰ ভালেমান গৱেষণা–পত্রৰ চিনাক্তকৰণ কৰাৰ লগতেUGCCarelisted Journal’ৰ তালিকা তৈয়াৰ কৰিছে৷ এই প্রসংগতে পুনৰ ক’ লাগ্বি যে ডচ্চ শিক্ষানুষ্ঠান, বিশেষকৈ মহাবিদ্যালয়ত অধ্যাপক–ধ্যাপিকা নিযুক্তি ক্ষেত্রত গৱেষণা– পত্রিকাত গৱেষণা–পত্রৰ প্রকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ অসমৰ মহাবিদ্যালয়ত অধ্যাপক–ধ্যাপিকা নিযুক্তিৰ গাইডলাইনত স্ক’পাছ Scopus) আৰু ৱ্বে অৱ ছায়েঞ্চ Web of Science)ত সূচক(Index) থকা গৱেষণা–পত্রিকাত ৩ নম্বৰ দিয়াৰ ৱস্থা আছে৷ কিন্তু দুর্ভাগ্যজনক কথাটো হ’ল স্ক’পাছ আৰু ৱ্বে অৱ ছায়েঞ্চ Web of Science)ৰ গৱেষণা–পত্রিকাৰ বিষয়ে েবছিভাগ ছাত্র–ছাত্রী, গৱেষকৰ প্রয়োজনীয় জ্ঞান নাই, যাৰ ফলত ভুৱা স্ক’পাছ আৰু ৱ্বে অৱ ছায়েঞ্চ Web of Science) গৱেষণা–পত্রিকাৰ পয়োভৰ দিনকদিনে দ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ কাৰণে কম–েবছি পৰিমাণে গৱেষণাৰ লগত জডিত প্রতিগৰাকী ক্তিয়ে দায়ী বুলি ক’ব পাৰি৷ নতুন প্রজন্মৰ চাকৰিপ্রত্যাশী গৱেষকসকলক প্রত্যক্ষভাৱে ইয়াৰ কাৰণে দোষাৰোপ কৰিব নোৱাৰি৷ কাৰণ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ অথ্বা পি এইচ ডি Ph D)ৰ ক’ছৱর্কৰ সময়ত স্ক’পাছ আৰু ৱ্বে অৱ ছায়েঞ্চ ইনডেক্সিঙৰ বিষয়ে কোনোধৰণৰ শিক্ষা প্রদান কৰা নহয়৷ ইয়াৰ ডপৰি দেখা গৈছে যে অসমৰ ডচ্চ শিক্ষানুষ্ঠানৰ লগত জডিত অতি কমসংখ্যক ব্যক্তিয়ে SAGE’ অথ্বা Routledge-Taylor & Francis Group’ৰ দ্বাৰা প্রকাশিত গৱেষণা–পত্রিকাত গৱেষণা–পত্র প্রকাশ কৰ্বিলৈ সক্ষম হৈছে৷ ডল্লেখযোগ্য যে এই দুই প্রকাশন গোষ্ঠীৰ দ্বাৰা প্রকাশিত েবছিভাগ গৱেষণা–পত্রিকাৰ স্ক’পাছ আৰু ৱ্বে ছায়েঞ্চৰ ইনডেক্সিং আছে৷ স্ক’পাছ Scopus) হ’ল নেদাৰলেণ্ডৰ এলছেভিয়াৰ দ্বাৰা নিয়ন্ত্রিত ডাটােবছ া বিভিন্ন গৱেষণা–পত্রৰ তথ্যৰ ভঁৰাল৷ ২০০৪ চনত স্ক’পাছৰ আৰম্ভণি হৈছিল আৰু তমান সময়ত ১,০০০তকৈ অধিক আন্তর্জাতিক প্রকাশনৰ প্রায় ৮,০০০ গৱেষণা–পত্রক স্ক’পাছে শিৰোনাম coverage) কৰিছে৷ সেইদৰে যিকোনো গৱেষকে স্ক’পাছৰ লিংকত গৈ ইয়াৰ অন্তর্ভুক্ত গৱেষণা–পত্রিকাৰ বিষয়ে জান্বি পাৰে আৰু লগতে কোনো নির্দিষ্ট গৱেষকৰ কিমানখন গৱেষণা–পত্র স্ক’পাছে শিৰোনাম বা কভাৰেজ কৰা গৱেষণা–পত্রিকাত প্রকাশ হৈছে সেই সম্পর্কেও তথ্য আহৰণ কৰ্বি পাৰে৷ স্ক’পাছৰ দৰে আন এক ডাটােবছ া তথ্যৰ ভঁৰাল হ’ল ৱ্বে অৱ ছায়েঞ্চ Web of Science)৷ পূবতে ইয়াক ৱ্বে অৱ নলেজ Web of Knowledge) নামে জনা গৈছিল৷ ৱ্বে অৱ ছায়েঞ্চক আমেৰিকা যুক্তৰাষ্ট্রৰ ক্লেৰিভেট এনালেটিক্স নামৰ প্রতিষ্ঠানটোৱে নিয়ন্ত্রিত কৰে৷ েবৱ অৱ ছায়েঞ্চে বিজ্ঞান, চাৰুকলা, সামাজিক বিজ্ঞান আদিকে ধৰি ২৫৬টা শাখাৰ বিভিন্ন গৱেষণা–পত্রিকাক শিৰোনাম coverage) কৰে৷ ৱ্বে অৱ ছায়েঞ্চৰ মূলতঃ ছয়টা অনলাইন ডাটােবছ আছে৷ সেইসমূহ হ’ল–Science citation Index Expanded, Social Sciences Citation Index, Arts and Humanities Citation Index, Emerging Sources Citation Index, Book Citation Index আৰু Conference Proceedings Citation Index৷ এনে গৱেষণা–পত্রিকাত এখন উচ্চ গৱেষণা–পত্র প্রকাশ কৰিবলৈ ৬ মাহৰ পৰা এক বছৰ সময় লাগিব পাৰে৷ কাৰণ গৱেষণা–পত্রিকাত দীর্ঘ সময়ৰ বাবে জমা দিয়া গৱেষণা–পত্রৰ পীয়েৰ ৰিভিউ Peer Review) কৰা হয় ৷ ইংৰাজীত পীয়েৰ ৰিভিউ Peer Review) মানে হ’ল‘a process of subjecting an researcher’s scholarly manuscript or research ideas to the scruitiny of others who are also experts in the same research areas.’ সেইদে SAGE অথবা‘Routledge-Taylor & Francis Group’ৰ দ্বাৰা প্রকাশিত গৱেষণা–পত্রিকাত নিজৰ গৱেষণা–পত্র জমা দিয়া সময়ত অ’ আৰ চি আই ডি ORCID)ৰ আই ডি বিচাৰে৷ চমুকৈ, অ’ আৰ চি আই ডি ORCID)ৰ সম্পূৰ্ণ নাম হ’ল–‘Open Researcher and Contributor ID’৷
শেষত ক’ব বিচাৰোঁ যে উচ্চ শিক্ষানুষ্ঠান আৰু গৱেষণা কার্যৰ লগত জডিত ক্তিসকল সজাগ হ’ৰ সময় হ’ল৷ গৱেষণাৰ মান উন্নততৰ কৰ্বি ােব এনে অনৈতিক কার্যকলাপক ৰোধ কৰ্বি লাগ্বি৷ নহ’লে গৱেষণাৰ মানৰ অৱনতি হোৱাৰ সম্ভাৱনাই অধিক৷ সেইদৰে চৰকাৰেও গৱেষণা কার্যৰ লগত জডিত ব্যক্তিসকলে বিত্তীয়(Funding) অসুবিধা সন্মুখীন নহয় তাৰ কাৰণে কিছুমান নির্দিষ্ট নীতি–নিয়মৰ মাজেদি বিত্তীয় সাহায্য প্রদান কৰাৰ ব্যৱস্থা কৰ্বি লাগে৷ এইখিনিতে ক’ বিচাৰোঁ যে উচ্চ শিক্ষানুষ্ঠানৰ নিযুক্তিৰ ক্ষেত্রত প্রার্থীজনৰ গৱেষণামূলক দক্ষতাৰ ওপৰত গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ই আমাৰ উচ্চ শিক্ষা ব্যৱস্থাক উন্নত দেশসমূহৰ সমপর্যায়লৈ নিয়াত সহায় কৰিব৷

You might also like