এইবাৰ অসম বিধানসভা র্ন্বিাচন হুকেইটা দিশৰ পৰাই গুৰুত্বপূর্ণ৷ ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটক অসমৰ ৰাইজে চৰকাৰ গঠনৰ ােব র্ন্বিাচিত কৰিলে৷ প্রথম্বাৰৰ ােব ৰাষ্ট্রীয় দল বিজেপিয়ে অসমৰ শাসন ক্ষমতা গ্রহণ কৰ্বিলৈ সমর্থ হ’ল৷ বিগত পাঁচ ছৰত অসমৰ জনসাধাৰণে চৰকাৰখনৰ কাম–কাজ দেখিলে৷ এইখন চৰকাৰৰ দিনতেই ‘কা’বিৰোধী আন্দোলনে তীব্র ৰূপ ল’লে৷ তাৰ পৰিণতিত কেইবাটাও নতুন নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মর্চা আদি গঠন হ’ল৷ এই নতুন নতুন দলেবাৰেও র্ন্বিাচনত প্রতিদ্বন্দ্বিতা আগ্বঢ়াব৷ গতিকে এইবাৰৰ র্ন্বিাচনৰ গুৰুত্ব অতি েবছি৷ কাৰণ ইয়াৰ ভিত্তিতেই নির্ধাৰিত হ’ নতুন নতুন ৰাজনৈতিক দলেবাৰৰ প্রাসংগিকতা আৰু হু ৰথী–মহাৰথী, জ্যেষ্ঠ ৰাজনীতিকৰ লগতে ছাত্রনেতাৰ পৰা ৰাজনৈতিক নেতালৈ ৰূপান্তৰ হোৱা হুকেইজন নেতাৰ ভৱিষ্যৎ৷
এনে এক পৰিস্থিতিত শাসনাধিষ্ঠিত দল বিজেপি আৰু মিত্রজেজাটে এশখনতকৈ অধিক আসন পাব লি দাবী কৰিছে আৰু ইয়াৰ ােব মৰণপণ যুঁজত নামি পৰিছে৷ আনপিনে, মহাজোঁট নেতৃত্বাধীন কংগ্রেছ দলেও এশতকৈ অধিক শাসন লাভ কৰাৰ ােব সংকল্প লৈছে৷ র্ন্বিাচনৰ সময়ত যিকোনো দলেই নিজৰ ইচ্ছামতে আসন লাভ কৰাৰ দাবী কৰ্বি পাৰে া আশা কৰ্বি পাৰে৷ এই দাবীয়ে প্রার্থীসকলৰ লগতে কার্যকর্তাসকলৰ মনত সাহস দিয়ে৷ সেইসকলৰ আত্মবিশ্বাস দ্ধি পায়৷ কিন্তু াস্তৱ সম্পূর্ণ ওলোটা৷ আশা কৰা মতেই সকলোেবাৰ নহয়৷ বিশেষকৈ র্ন্বিাচনৰ ক্ষেত্রত৷ কেতিয়াবা কোনোটো দলে নভ্বাকৈয়ে া আশা নকৰাকৈয়ে হু আসন লাভ কৰে৷ আকৌ কোনোবাটো দলে আশা কৰা মতে ফল নাপায়৷ পৰৱর্তী পর্যায়ত সেই দলটোৱে র্ন্বিাচন আয়োগ, ই ভি এম আদিক দোষাৰোপ কৰি মানসিক শান্তি লাভ কৰে৷ ২০১৯ চনৰ কা আন্দোলনৰ সময়ত ভ্বা হৈছিল বিজেপি আৰু মিত্রদল অসম গণ পৰিষদৰ ৰাজনীতি ২০২১ চনত অসমত ইতি পৰ্বি৷ এই দুয়োটা দলৰ পৰা টিকট বিচৰা প্রার্থীৰ অভাৱ হ’৷ কিন্তু আজি আমি ইয়াৰ এখন বিপৰীত ছবি প্রত্যক্ষ কৰিলোঁ৷ আচলতে যি ধৰণে কা আন্দোলন আগ্বঢ়াই ন্বি লাগিছিল, তেনেধৰণে আগ্বঢ়াই নিয়াত নেতৃবর্গ বিফল হ’ল৷ সকলোৱে নিজৰ নিজৰ উদ্দেশ্য সফল কৰাৰ দিশে ধাৱমান হ’ল৷ পৰৱর্তী সময়ত আন্দোলনকাৰীসকলৰ কিছুমানে ৰাজনৈতিক দল গঠন কৰাৰ বিপৰীতে আন কিছুমানে আচৰিত ধৰণে সকলোকে স্তম্ভিত কৰি বিজেপি দলত যোগদান কৰা দেখা গ’ল৷ কা আন্দোলনৰ ফলশ্রুতিত জন্ম পোৱা তিনিটা আঞ্চলিক ৰাজনৈতিক দল এইবাৰ র্ন্বিাচনত অৱতীর্ণ হ’৷ ইতিমধ্যে অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা নামৰ দলটো কংগ্রেছ, এ ইউ ডি এফৰ যৌথ প্রচেষ্টাত গঠন হোৱা মহাজোঁটৰ অংশীদাৰ হৈছে৷ কিন্তু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এতিয়াও মহাজেজাটৰ অংশীদাৰ হোৱা নাই৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এ আই ইউ ডি এফক আঁতৰালে মহাজোঁটত চামিল হ’ পাৰে লি চিঠি লিখাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কোনো কাৰণতে ৰাষ্ট্রীয় দলৰ লগত মিত্রতা নকৰে লি স্পষ্ট ইংগিত দিছে৷
ইফালে, অখিল গগৈৰ চিঠিৰ পিছতেই দ্ধিজীৱী ড০ হীৰেন গোহঁায়ে ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে৷ ইয়াৰ পৰাই অনুমান কৰ্বি পাৰি বিজেপিবিৰোধী শিবিৰ যেনেদৰে একত্রিত হ’ লাগিছিল তেনেধৰণে যেন একত্রিত হ’ পৰা নাই৷ আদর্শগতয়েই হওক া নীতিগত মিল নথকাৰ ােবই হওক, বিৰোধী দলেবাৰ একেখন মঞ্চত একেলগে থিয় হ’ পৰা নাই৷ যাৰ ফলত হুধা বিভক্ত হৈ পৰিছে বিৰোধী শিবিৰ৷ মহাজোঁটৰ অংশীদাৰ কংগ্রেছ, এ ইউ ডি এফ আৰু বি পি এফৰ গণভিত্তি থকাৰ বিপৰীতে আন দলেবাৰৰ গণভিত্তি নাই৷ এইখিনিতে উল্লেখ কৰা ভাল হ’ এ ইউ ডি এফ আৰু বি পি এফৰ গণভিত্তি কিছুমান নির্দিষ্ট এলেকাতহে আছে৷ আকৌ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এতিয়াও চালুকীয়া অৱস্থাতেই আছে৷ এনে এক পৰিস্থিতিত শাসকীয় বিজেপিৰ বিৰুদ্ধে কেনেধৰণে এইসকলে ভোট বিভাজন কৰি নিজৰ পক্ষত জনসাধাৰণক আকর্ষণ কৰ্বি পাৰ্বি তাৰ ওপৰতেই নির্ভৰ কৰ্বি বিজেপিৰ আসনৰ সংখ্যা৷ আকৌ যদি বিৰোধীৰ মাজত ভোটৰ বিভাজন হয়, তেনেহ’লে বিজেপিৰে লাভ হ’৷ এই মুহূর্তত র্ন্বিাচনৰ প্রচাৰৰ ক্ষেত্রত বিজেপি আৰু মিত্রদল যথেষ্ট আগ্বাঢ়ি আছে৷ নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দিন–ৰাতি একাকাৰ কৰি প্রচাৰত নামি পৰিছে৷ উদ্দেশ্য, আসনৰ সংখ্যা ১০+ লৈ দ্ধি কৰা৷ কিন্তু আমি জনাত অসমত আজিলৈকে কোনেও ১০০ আসন পোৱা নাই৷ গতিকে বিজেপি নেতৃত্বাধীন মিত্রজেজাটে ১০০ আসন পাব লি মনে নকয়৷ অৱশ্যে সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হোৱাটো প্রায় নিশ্চিত৷
প্রতি মুহূর্তে মুহূর্তে সলনি হৈ আছে ৰাজনৈতিক দৃশ্যপট৷ আৰু কেইদিনমান াকী র্ন্বিাচনলৈ৷ ইতিমধ্যে সাধাৰণ জণগণে কাক ভোট দ্বি থিৰাং কৰিছে৷ যদি কেন্বোকৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ১০০ পাৰ কৰ্বিলৈ সমর্থ হয়, সেয়া হ’ বিৰোধীৰ ঐক্যহীনতাৰ ফল৷