চৈত্রমাসে পকা বেল হেৰ’ কণা চকু মেল
চৈত্রমাসে পকা বেল
হেৰ’ কণা চকু মেল
উপৰিউক্ত প্র্বচনফাঁকিৰ অর্থ হ’ল, চ’ত মাহত পকা েবল খালে চকুৰ বিভিন্ন দৃষ্টিদোষ যেনে চকুত ছানি পৰা, চকু লাল হোৱা, চকু উখহা, দৃষ্টিক্ষীণতা Myopia), নেত্রপ্রদাহ, কনজাংটিভাইটিছ, চকুৰ পৰা পানী পৰা আদি ৰোগ নিৰাময় হোৱাৰ লগতে কুকুৰীকণা ৰোগ Nyctalopia)ত আক্রান্ত ক্তিয়ে হেৰুওৱা দৃষ্টিশক্তি ওভতাই পায়৷ েবল পক্বিলৈ প্রায় ১০ মাহ সময় লাগে৷ ফাগুন মাহত েবল পক্বিলৈ ধৰে আৰু চ’ত মাহত পৰিপক্ব হৈ খোৱাৰ উপযুক্ত হয়৷ াংলা প্র্বচনত আছে–
‘ফাল্গুন মাসে েবলগুলি পৰিপক্ব হয়
আৰ চৈত্রমাসে ফুটি দিয়ে ছৰ ছুটি নেয়৷৷’
চিকিৎসা গৱেষণাত পোৱা গৈছে যে সুমিষ্ট পকা েবলত প্রচুৰ পৰিমাণেBeta-Carotine, ফাইবাৰ, প্রটিন, কার্েবাহাইড্রেট, ভিটামিনB1 Thiamine), ভিটামিনB2 Riboflovin), ভিটামিনB3 Niacin), জিংক Zn), ভিটামিনC Ascorbic acid), কেলচিয়াম, কপাৰ, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ আৰু আয়ৰন আদি খনিজ লৱণ থাকে৷ আমাৰ চকুযুৰি সুস্থ ৰাখ্বিলৈ আৰু চকুৰ দৃষ্টিশক্তি অটুট ৰাখ্বিলৈ পকা েবলত উপলব্ধ উপৰিউক্ত ভিটামিন আৰু খনিজ লৱণসমূহ অতি দৰকাৰী৷Beta-carotine হৈছে ভিটামিনAৰ অগ্রদূত precursor)৷ ই এবিধ এণ্টিক্সিডেণ্ট৷ ই আমাৰ শৰীৰৰ ভিতৰত প্রৱেশ কৰাৰ পিছত ভিটামিনAলৈ ৰূপান্তৰিত হৈ আমাৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে৷ চকু বিশেষজ্ঞসকলে গৱেষণাত পাইছে যে ভিটামিনAৰ অভাৱত xeropthalmia’ নামৰ এবিধ চকুৰ অসুখ হয় যি কুকুৰীকণা Nyctalopia) ৰোগেৰে আৰম্ভ হয় আৰু শেষত আক্রান্ত ক্তিগৰাকী সম্পূর্ণৰূপে দৃষ্টিহীন হৈ পৰে৷ xeropthalmia’ গ্রীক শব্দ৷ xeros’ ৰ অর্থ হ’ল শুকান আৰু opthalmia’ৰ অর্থ হ’ল চকু৷ এইবিধ ৰোগত আক্রান্ত ক্তিৰ চকুৰ অশ্রু গ্রন্থিয়ে চকুৰ ােব প্রয়োজনীয় অশ্রুজল নির্গমন কৰ্বিলৈ অপাৰগ হয়, যাৰ ফলত চকুৰ আর্দ্রতা কমি আহে আৰু কর্নিয়া শুষ্ক হৈ পৰে আৰু শেষত আক্রান্ত ক্তিগৰাকীয়ে দৃষ্টিশক্তি হেৰুৱাই পেলায়৷ আমেৰিকাৰ Academy of Opthalmology’ৰ চিকিৎসা বিজ্ঞানীসকলে গৱেষণাত পাইছে যে ভিটামিনAৰ অভাৱত মানুহ কুকুৰীকণা ৰোগত আক্রান্ত হয়৷ এইটোও পোৱা গৈছে যে ভিটামিন A’ য়ে স্মৃতিভ্রংশ ৰোগ Dementia) প্রতিৰোধ কৰ্বি পাৰে৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ এদল চিকিৎসক গৱেষকে Archives of Internal Medicine’ নামৰ পত্রিকাখনত ২০০৭ চনৰ এক প্রতিেবদনত প্রকাশ কৰিছিল যেBeta-caroteneয়ে জ্ঞানীয় অৱক্ষয় cognitive decline) ৰোধ কৰ্বি পাৰে আৰু জ্ঞানীয় দক্ষতা cognitive skill) অটুট ৰাখে৷ Harvard Gazette’খনত এইটোও উল্লেখ কৰিছে যে যিেবাৰ ক্তিয়েBeta-carotene যুক্ত ফলমূল আৰু আহাৰ নিয়মিতভাৱে সেৱন কৰে, তেনে লোকসকলৰ জ্ঞানীয় দক্ষতা আৰু মৌখিক স্মৃতিBeta-carotene সমৃদ্ধ আহাৰ সেৱন নকৰা ক্তিসকলতকৈ হু েবছি উন্নত৷ ইয়াৰ উপৰি ভিটামিনA য়ে চকুত ছানি পৰা ৰোগ cataract) আৰু চকুৰAMD Age-related Macular Degenerationৰ ৰোগ প্রতিৰোধ কৰ্বি পাৰে৷ চকুৰ ৰেটিনাৰMacula নামৰ মুখ্য অংশটো যেতিয়া ক্ষতিগ্রস্ত হয়, তেতিয়া এইAMD ৰোগে আক্রমণ কৰে৷ এক সমীক্ষাত পোৱা গৈছে যে আমেৰিকাৰ ৮০ ছৰ য়সৰ ঊর্ধ্বৰ ১% ব্যক্তি এই ৰোগত আক্রান্ত হয় আৰু আক্রান্ত ক্তিগৰাকীৰ দৃষ্টিশক্তি লাহে লাহে কমি আহ্বিলৈ ধৰে৷ উন্নত দেশেবাৰত এইবিধ ৰোগ AMD) অন্ধতাৰ এক মুখ্য কাৰণ হিচাপে চিহ্ণিত হৈছে৷ আমেৰিকাৰ বিখ্যাত চকু বিশেষজ্ঞDr. Morgan Raifordয়ে হুবছৰ ধৰিcataractৰ ওপৰত গৱেষণা কৰি প্রমাণ পাইছে যে ভিটামিনA সমৃদ্ধ ফলমূল, শাক–পাচলি আৰু আহাৰে চকুৰ ছানি পৰা cataract) ৰোগ প্রতিৰোধ কৰ্বি পাৰে৷ পকা েবলত থকা ভিটামিনB1 Thiamine), ভিটামিনB2 Riboflovin)য়ে cataract প্রতিৰোধ কৰ্বি পাৰে৷ অষ্ট্রেলিয়াৰ এদল চিকিৎসা বিজ্ঞানীয়ে ২৯০০গৰাকী ক্তিৰ ওপৰত গৱেষণা কৰি প্রমাণ পাইছিল যে ভিটামিনB1 আৰু ভিটামিনB2 সমৃদ্ধ আহাৰ আৰু ফলমূল সেৱন কৰা ক্তিৰcataract হোৱাৰ সম্ভাৱনা ৪% কম হয়৷ আন এক চিকিৎসা গৱেষণাত দেখা গৈছে যে যিেবাৰ ক্তিয়ে নিয়মিতভাৱে ভিটামিনA, ভিটামিনB1, ভিটামিনB3 Niacin), ভিটামিনC Aseorbic Acid) আৰু প্রটিনযুক্ত ফলমূল আৰু আহাৰ খায়, তেনে লোকসকলৰ সাধাৰণতে cataract নহয়৷ পকা েবলত থকা ভিটামিনB3য়ে চকুৰGlaucoma ৰোগ হোৱাত াধা দিয়ে৷ গৱেষণাত পোৱা গৈছে যে যিেবাৰ ক্তিয়ে প্রতিদিন ফলমূল আৰু আহাৰৰ লগত ৪৯০ মিঃগ্রাম ভিটামিনC সেৱন কৰে তেনে লোকসকলৰcataract হোৱাৰ সম্ভাৱনা ৭% কমি যায়৷ পকা েবলত থকা কপাৰ copper) য়েAMD ৰোগৰ অগ্রগতিত াধা দি দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে৷ পকা েবলত থকা জিংকে চকুৰ অক্ষিপট Retina) সুস্থ কৰি ৰাখে আৰু ভিটামিনAক লিভাৰৰ পৰা অক্ষিপটলৈ যোৱাত সহায় কৰে, যাতে ভিটামিনA–ই আমাৰ শৰীৰৰ ােব প্রয়োজনীয়Melanin প্রস্তুত কৰ্বি পাৰে৷Melanin Pigment–এ আমাৰ চকুযুৰিক সূর্যৰ অতি েবঙুনীয়া ৰশ্মিৰ প্রকোপৰ পৰা ৰক্ষা কৰে আৰু দৃষ্টিশক্তিৰ তীক্ষ্ণতা Visual Acquity) হ্রাস পোৱাত ১%লৈকে াধা দ্বি পাৰে৷ তদুপৰি জিংকে চকুৰMacula সুস্থ ৰাখে৷ েবলত থকা মেগনেছিয়ামে চকুৰGlaucoma ৰোগ আৰোগ্য কৰাত সহায় কৰে, আমাৰ চকুৰconjunctiva আৰু কর্নিয়া আর্দ্র কৰি ৰাখি চকুৰ ৰোগ সংক্রমণত াধা দিয়ে৷ তেনেদৰে েবলত থকা আয়ৰনে চকুৰ কর্নিয়াৰ ভিতৰত বিভিন্ন কার্য সম্পন্ন কৰে৷ শৰীৰত আয়ৰনৰ অভাৱ হ’লে দৃষ্টিশক্তি হ্রাস হয় আৰু ৰেটিনাৰ ক্ষতি সাধন হয়৷ শৰীৰৰ ৰক্তহীনতা anaemia) দৃষ্টিশক্তি হেৰোৱাৰ আন এক মুখ্য কাৰণ৷
আমাৰ পঞ্চনেন্দ্রিয়ৰ ভিতৰত চকুৱেই হৈছে স্বাতোকৈ ধুনীয়া আৰু অতি সংেবদনশীল অংগ৷ কোৱা হয় ৮% জ্ঞান মানুহে চকুৰ দ্বাৰা লাভ কৰে৷ ক্ষণিক দৃষ্টিপাত কৰিয়েই চকুৱে যিকোনো এটা স্তুৰ আকাৰ, আকৃতি, স্তুটো দূৰত নে ওচৰত, স্থিতাৱস্থাত নে গতিশীল অৱস্থাত আছে সেই সমস্ত তথ্য মুহূর্ততে মস্তিষ্কলৈ প্রেৰণ কৰ্বি পাৰে৷ চকুৱে আমাৰ মস্তিষ্কলৈ যিমানখিনি তথ্য যোগান ধৰ্বি পাৰে, সিমানখিনি তথ্য শৰীৰৰ আন কোনো ইন্দ্রিয়ই নোৱাৰে৷ দর্শনেন্দ্রিয় অবিহনে মানৱ জাতিৰ অস্তিত্বই কল্পনা কৰ্বি নোৱাৰি৷ প্রকৃতিৰ নয়নাভিৰাম দৃশ্যাৱলী উপভোগ কৰ্বিলৈ সৃষ্টিকর্তাই মানুহক প্রদান কৰা সর্েবাৎকৃষ্ট উপহাৰ হৈছে দর্শনেন্দ্রিয়৷ বিখ্যাত আয়ুর্েবদ চিকিৎসক াগভট্টই আমাৰ দর্শনেন্দ্রিয় সর্ম্পকে কৈছিল–‘সর্েবন্দ্রিয়নম নয়নম প্রধানম৷’ অর্থাৎ মানুহৰ সকলোেবাৰ ইন্দ্রিয়ৰ ভিতৰত দর্শনেন্দ্রিয় অর্থাৎ চকুৱেই হৈছে স্বশ্রেষ্ঠ সংেবদনশীল অংগ৷ সেইকাৰণে স্মৰণাতীত কালৰে পৰা মানুহে চকুৰ যত্ন লৈ আহিছে৷ আয়ুর্েবদ চিকিৎসা শাস্ত্রত চকুৰ দৃষ্টিশক্তি অটুট ৰাখ্বিলৈ উপযুক্ত আহাৰৰ বিধান দিয়া হৈছে৷
ঋকেবদ আৰু যজুর্েবদত েবলৰ উল্লেখ আছে৷ ঋকেবদৰ শ্রীসুক্তমৰ ৬নং স্তৱকত পৱিত্র েবল গছৰ উল্লেখ আছে৷ বিখ্যাত অজন্তা গুহাৰ প্রাচীৰত েবল গছৰ ছবি অংকিত কৰা আছে৷ শাস্ত্রকাৰসকলৰ মতে েবলগছৰ ত্রিপত্র Trifoliate) শিৱৰ ত্রিশূলৰ প্রতীক৷ ভৱিষ্যপুৰাণৰ মতে সাগৰ মন্থনৰ পিছত ভাদৰ মাহৰ নৱম দিনাখন লক্ষ্মীদেৱী সমুদ্রৰ পৰা ওলাই আহি েবল গছত জিৰণি লৈছিল৷ সেইকাৰণে েবলগছ ভগৱান শিৱৰ অতি প্রিয়৷ শিৱ পুৰাণতো েবল গছৰ উল্লেখ আছে৷ কথিত আছে জৈন ধর্মৰ ২৩নং তীর্থংকৰ ভগৱান পাৰশনাথজীয়ে এই পৱিত্র েবল গছৰ তলতে র্ন্বিাণ লাভ কৰিছিল৷ হু ঔষধি গুণেৰে বিভূষিত েবল গছক আয়ুর্েবদ শাস্ত্রকাৰসকলে ‘মহাপ্রাকৃতিক আয়ুর্েবদিক ক্ষ’ লি অভিহিত কৰিছে৷ েবলগছৰ শিপাৰ পৰা পাতলৈকে গোটেই ক্ষজোপা বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ৷ ব্রিটিছ ৰাজত্বকালত ভাৰত্বর্ষতEconomics Botanyৰ সাংবাদিক হিচাপে কর্মৰত স্কটিছ চিকিৎসক তথা উদ্ভিদবিদGeorge Wattয়ে ১৮৮৯ চনত েবলগছৰ ঔষধি গুণ সম্পর্কে এনেদৰে লিপ্বিদ্ধ কৰি গৈছে–
No drug has been longer and better known nor more appreciated by the inhabitants of India than bael. Almost all parts of Bilva tree viz the fruits both ripe and unripe),root, bark, leaves, rind of the fruit,flowers are used for medicinal purposes.’ Dr. George Watt–য়ে েবল গছ সম্পর্কে কৈ যোৱা কথাষাৰ যে আখৰে আখৰে সঁচা সেয়া চিকিৎসা গৱেষণাত প্রমাণিত হৈছে৷ চিকিৎসাবিজ্ঞানীসকল্ গৱেষণা কৰি পাইছে যে েবল ফলে চকু সুস্থ ৰখাৰ াহিৰেও আমাৰ শৰীৰৰ নানাধৰণে উপকাৰ সাধন কৰে৷ পকা েবল গ্রহণী, কোষ্ঠকাঠিন্য, অজীর্ণ, অর্শ piles), অতিসাৰ, াতবিষ,Giardia, মধুমেহ,Gastric Ulcer, peptic ulcer আদি নানা ৰোগ নিৰাময় কৰ্বি পাৰে৷ েবলৰ নিয়মীয়া সেৱনেkidney পৰিষ্কাৰ কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদার্থ Toxins)সমূহ াহিৰ উলিয়াই দি তেজ পৰিষ্কাৰ কৰে, হজমশক্তি দ্ধি কৰে, পেট পৰিষ্কাৰ কৰে, হাড মজ্বুত কৰে, পেটৰ ক্রিমি আৰু অনিষ্টকাৰী বেীজাণু নাশ কৰে, হিমগ্ল’বিন দ্ধি কৰে আৰু ঘা শুকোৱাত সহায় কৰে৷ কথিত আছে– পর্তুগিজ অভিযাত্রী ভাস্কো ডা গামাৰ লগত ভাৰত্বর্ষলৈ অহা নাবিকসকল যেতিয়া ডিছেণ্টেৰী আৰু ডায়েৰীয়াত আক্রান্ত হৈছিল, তেতিয়া পকা েবল খাই তেওঁলোক আৰোগ্য হৈছিল৷ পকা েবল ডিছেণ্টেৰী আৰু অতিসাৰ Diarrhoea) ৰোগৰ মহৌষধ৷ পকা েবলৰ শাহৰ লগত দৈ মিহলাই খালে সঞ্চিত গ্রহণী chronic dysentery) ৰোগৰ পৰা সম্পূর্ণ আৰোগ্য লাভ কৰ্বি পাৰি৷ নেদাৰলেণ্ডৰ পৰা প্রকাশিত আন্তর্জাতিক পত্রিকা Industrial Crops and Products’ত প্রকাশিত এক গৱেষণা–পত্রত কোৱা হৈছে যে েবলৰ শাহত অতি শক্তিশালী এণ্টিক্সিডেণ্ট থাকে, যিয়ে প্রাকৃতিক জাণুনাশকৰ কাম কৰে৷ উক্ত গৱেষণা–পত্রত এইটোও কোৱা হৈছে যে পকা েবল খালে ২১বিধ অনিষ্টকাৰী েবক্টেৰীয়া ধবংস হয়৷ ছৌডি আৰবৰ পৰা প্রকাশিত আন এখন আন্তর্জাতিক পত্রিকা Saudia Journal of Gastroenterology’ত প্রকাশ কৰা এক গৱেষণা–পত্রত এইটো প্রমাণিত হৈছে যে দীর্ঘদিন ধৰিAspirin সেৱন কৰাৰ ফলতPeptic Ulcerত আক্রান্ত ক্তিয়ে পকা েবল খাইPeptic Ulcer নিৰাময় কৰ্বি পাৰে৷ গৱেষণাত এইটো প্রমাণিত হৈছে যে পকা েবলত থকা ভিটামিন–ড্র,Beta-carotene আৰু জিংক Zinc) Peptic Ulcer নিৰাময় কৰ্বি পাৰে৷ উক্ত গৱেষণা–পত্রত এইটোও কোৱা হৈছে যে পকা েবল সেৱনে ৯৩.৯%Peptic Ulcer নিৰাময় কৰ্বি পাৰে৷ ইয়াৰ বিপৰীতে আধুনিক এলোপেথিক দৰবSUCRALFATEয়ে ৮৯.% হেPeptic Ulcer নিৰাময় কৰ্বি পাৰে৷ এক সমীক্ষাত দেখা গৈছে যে প্রত্বিছৰে ভাৰতত ১ নিযুত মানুহPeptic Ulcerত আক্রান্ত হয়৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নৱপ্রজন্মৰ প্রায় ২% ক্তি (৩০ ছৰৰ তলৰ) এইবিধ ৰোগত আক্রান্ত৷ স্পেইনৰ ৬% লোক এইবিধ ৰোগত আক্রান্ত৷ সমগ্র বিশ্বৰ বিভিন্ন কেঞ্চাৰ ৰোগৰ তালিকাত ২য় স্থানত আছেGastric Cancer৷ চীন আৰু কলম্বিয়াতGastric Cancerত আক্রান্ত ৰোগীৰ সংখ্যা স্বাতোকৈ েবছি৷ চিকিৎসা গৱেষণাত পোৱা গৈছে যে আধাপকা েবলৰ পৰা পৃথক কৰাMethanol extractয়েGastric Ulcer ৯৩.% নিৰাময় কৰ্বি পাৰে৷ আমেৰিকাৰ পৰা প্রকাশিত Medical Chemistry Research’ নামৰ বিজ্ঞানভিত্তিক আন্তর্জাতিক পত্রিকাখনত প্রকাশিত এক গৱেষণামূলক প্র্বন্ধত এইটো প্রমাণিত হৈছে যে পকা েবল খালে পকা েবলত থকা ভিটামিনCয়ে যকৃতৰ বিভিন্ন সমস্যা দূৰ কৰি যকৃৎ সুস্থ ৰাখে৷ অতীজত আয়ুর্েবদ চিকিৎসকসকলে লিভাৰৰ বিভিন্ন ৰোগত েবল খাবলৈ পৰামর্শ দিছিল৷ েবল মধুমেহ ৰোগীৰ ােবও উপকাৰী৷ আমেৰিকাৰ Journal of Pharmacy and Pharmacology’ৰ ২০১৭ চনৰ এক প্রতিেবদনত প্রকাশ পাইছিল যে েবলত থকা Coumarin’ নামৰ দ্রব্যবিধে মধুমেহ ৰোগ প্রতিৰোধ কৰ্বি পাৰে৷ ইয়াৰ উপৰি নেদাৰলেণ্ডৰ Food Research International’ নামৰ পত্রিকাখনে প্রকাশ কৰা এক গৱেষণা–পত্রত উল্লেখ কৰিছিল যে েবলৰ মধুমেহ প্রতিৰোধ কৰা ক্ষমতা আছে৷ এইখিনিতে উল্লেখ কৰ্বি পাৰি যে ইংলেণ্ডৰ পৰা প্রকাশিত The food and chemical Toxology’ নামৰ পত্রিকাখনত প্রকাশিত আন এক প্রতিেবদনত কোৱা হৈছে যে েবলগছৰ ডাল আৰু পাতত থকা Feronia gum’ নামৰ দ্র্ব্যবিধে তেজত থকা শর্কৰা নিয়ন্ত্রণ কৰি মধুমেহ ৰোগীক সকাহ দ্বি পাৰে৷ েবল গছৰ শিপাৰ ৰস এসময়ত সর্পদংশনত হোৱা বিষ নিৰাময়ত ৱহাৰ হৈছিল৷ তদুপৰিUnani চিকিৎসা পদ্ধতিত েবলক হূদৰোগৰ টনিক হিচাপে ৱহাৰ কৰে৷ আন এক চিকিৎসা গৱেষণাত পোৱা গৈছে যে েবলৰ তেজষ্ক্রিয়তা বিকীৰণ প্রতিৰোধ ক্ষমতা আছে৷ েবল গছৰ আন এক বিশেষত্ব হ’ল ই খৰাং অঞ্চলতো জীয়াই থাক্বি পাৰে আৰু প্রচুৰ পৰিমাণে অক্সিজেন O2) এৰি দি ায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখে৷ ৰামায়ণত উল্লেখিত পঞ্চৱতী অৰণ্যৰ ৫ বিধ মুখ্য ক্ষৰ ভিতৰত বিল্ব ক্ষ অন্যতম৷
গৱেষণাত প্রমাণিত হৈছে যে প্রকৃতিৰ ঋতু পৰিৱর্তনৰ লগে লগে মানুহৰ খাদ্যাভ্যাসো সলনি হৈ থাকে৷ প্রকৃতিয়ে ঋতু অনুযায়ী মানুহৰ কল্যাণৰ কাৰণে বিভিন্ন ফলমূল আৰু শাক–পাচলি উৎপন্ন কৰে, যাতে সেইেবাৰ তৰ অনুসৰি সেৱন কৰি মানুহ সুস্থ আৰু নিৰোগী হৈ থাক্বি পাৰে৷ তৰৰ ফলমূল তৰত খালে আমাৰ শৰীৰৰ ােব প্রয়োজনীয় ভিটামিন, খনিজ লৱণ, ফাইবাৰ, এমিন’এচিড আৰু সূক্ষ্ম পৰিপোষক দ্র্ব্য phytonutrients)সমূহ লাভ কৰি আমি সুস্থ আৰু নিৰোগী হৈ থাক্বি পাৰোঁ৷ াংলা প্রবচনত আছে–
‘াৰো মাসে াৰো ফল
তাক নাখেলে যায় ৰসাতল৷৷’
সেইকাৰণে ঋতু অনুযায়ী তৰৰ ফল তৰত খাব লাগে, যাতে আমি স্ব্ব্যাধিমুক্ত দেহ লাভ কৰ্বি পাৰোঁ৷ দীঘলীয়া শীতকালৰ অন্তত আমাৰ শৰীৰে হানিকাৰক পদার্থসমূহ শৰীৰৰ পৰা াহিৰ কৰি শৰীৰ নির্মল কৰ্বি বিচাৰে আৰু আমাৰ শৰীৰত জমা হোৱা অতিৰিক্ত মেদ কমাব বিচাৰে৷ শীতকালত প্রকৃতিয়ে টেঙা জাতীয় ফলমূল আৰু শাক–পাচলি উপহাৰ দিয়ে৷ কাৰণ শীতকালত জ্বৰ, চর্দি, কাহ আদি এলার্জিজাতীয় ৰোগে আক্রমণ কৰি আমাৰ শৰীৰ াধিগ্রস্ত কৰে৷ টেঙা জাতীয় ফলমূল আৰু শাক–পাচলিত থকা ভিটামিনCয়ে এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰি আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি আমাক চর্দি, জ্বৰ, কাহ আদি ৰোগৰ পৰা ৰক্ষা কৰে৷British Nutrition Federationৰ প্রধান মুখপাত্র বিখ্যাত পুষ্টিবিজ্ঞানীSarah Stannerয়ে এক প্রতিেবদনত প্রকাশ কৰিছে যে প্রাকৃতিকভাৱে পৰিপক্ব তৰৰ সতেজ ফলমূল আৰু শাক–পাচলিসমূহৰ উপকাৰ আবতৰীয়া ফলমূল আৰু শাক–পাচলি আৰু ৈবজ্ঞানিকভাৱে সংৰক্ষিত ফলমূল আৰু শাক–পাচলিসমূহতক্ অপেক্ষাকৃতভাৱে হু েবছি৷ পুষ্টিবিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে দীর্ঘদিনৰ ােব সংৰক্ষিত ফলমূল আৰু শাক–পাচলিৰ পুষ্টিকাৰক দ্রব্যেবাৰ লাহে লাহে নষ্ট হ’লৈ ধৰে৷ বিশেষকৈ পানীত দ্র্বীভূত হোৱা ভিটামিনC আৰু ভিটামিনBৰ পুষ্টিগুণ হু পৰিমাণে কমি আহে৷ তদুপৰি দীর্ঘসময় ধৰি পৰ্বিহণ কৰিলেও ফলমূল আৰু শাক–পাচলিত থকা এনজাইম, ভিটামিনC ভিটামিনB আৰু ফাইটনিউড্রিয়েণ্টেবাৰ পুষ্টিগুণ হু পৰিমাণে হ্রাস পায়৷ লণ্ডনৰ খাদ্য, মীন আৰু কৃষি মন্ত্রালয়ে কৰা এক অধ্যয়নত পাইছে যে গ্রীষ্মকালত সংগ্রহ কৰা গৰুৰ গাখীৰৰ পুষ্টিগুণ শীতকালত সংগ্রহ কৰা গাখীৰৰ পুষ্টিগুণৰ মাজত তাৰতম্য আছে৷ ইয়াৰ কাৰণ হিচাপে পোৱা গৈছে যে শীতকালত গাইগৰুৰ খাদ্যত সতেজ ফলমূলৰ পৰিমাণ হু পৰিমাণে কমি যায়, যাৰ ফলত গাখীৰত থকা পুষ্টিগুণৰ তাৰতম্য ঘটে৷ এইখিনিতে উনুকিয়াব পাৰি যে কেলিফর্নিয়াৰ পশুচিকিৎসা বিশ্ববিদ্যালয় Davis–ত অৱস্থিত)ৰ আন এক গৱেষণাত পোৱা গৈছে যে পালেং শাক আৰু সেউজীয়া বিন Bean) চপোৱাৰ ১ সপ্তাহৰ ভিতৰত তাত থকা ভিটামিনCৰ পৰিমাণ দুই তৃতীয়াংশ কমি যায়৷