কি হ’ব এন আৰ চিৰ?
উচ্চতম ন্যায়ালয়ৰ তদাৰকত যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত খচৰাখনক লৈ ৰাজ্যৰ দল-সংগঠনসমূহ দ্বি-বিভক্ত হৈ থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাৰ মজিয়াত ২০ নবেম্ৱৰত ঘোষণা কৰিছে যে দেশজুৰি…