২৬ জানুৱাৰীত ১৮ ঘণ্টীয়া অসম বন্ধ আলফা স্বাধীনৰ
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ দেশৰ ৭১সংখ্যক গণৰাজ্য দিৱস বর্জনৰ আহ্বান জনাইছে আলফা (স্বাধীন)–এ৷ লগতে সংগঠনটোৱে অহা ২৬ জানুৱাৰীত ১৮ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে৷
অৱশ্যে এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বিপদকালীন বিভাগক৷ এই সন্দর্ভত কাকতলৈ প্রেৰণ…