আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ ছেপ্টেম্বৰ, ভাদ মাহৰ ২২ তাৰিখ
শনিবাৰঃ তিথি–কৃষ্ণা দশমী, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ নাই

মেষঃ বিদ্যার্থীৰ অনুকুল৷ মনত বল ৰাখক৷ ঘৰুৱা সমস্যা শাম কাটিব৷ আর্থিক মাধ্যম ক’ব পৰা যায়৷ প্রেমত মাধ্যম৷

বৃষঃ যান–বাহন চলোৱাত সাৱধান থাকিব৷ খাদ্য দ্রব্যৰ ব্যৱসায়ত ভাল দেখা যায়৷ প্রেম মোটামুটি৷

মিথুনঃ নিবনুৱাৰ ভাল–বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ চাকৰিয়ালৰ মজলীয়া৷ দাম্পত্য ভালেই ক’ব পাৰি৷ প্রেমত শুভ৷

কর্কটঃ শৰীৰ স্বাস্থ্য এক প্রকাশ ভাল দেখা নাযায়৷ দূৰ ভ্রমণ হ’ব পাৰে৷ ঘৰুৱাত শান্ত৷ প্রেমত অশুভ৷

সিংহঃ কর্মক্ষেত্রত ভাল তথাপিটো নিজৰ ভাবমূর্তি সন্মান ৰাখিবলৈ চেষ্টা হওক৷ ঘৰুৱা বিবাদৰ সমাধান বিচাৰি পাব৷

কন্যাঃ আর্থিকত সফলতা দেখা যায়৷ দিনটো মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ ৰাজনৈতিক ব্যস্ততা বৃদ্ধি৷ প্রেমত শান্তি৷

তুলাঃ সন্তানৰ স্বাস্থ্য ভালেই দেখা যায়৷ চুটি ভ্রমণ হ’ব পাৰে৷ ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভৱনা আছে৷ প্রেমত চিন্তা৷

বৃশ্চিকঃ ভাতৃৰ কর্মসূত্রে দূৰ স্থান গমন৷ প্রেমত বিয়া–বাৰুৰ কথা আগবাঢ়িব৷ মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায়৷ বিদ্যাত মাধ্যম৷

ধনুঃ সামাজিক কর্মতৰুসকলে সতর্ক থাকক৷ কাৰণ দুষ্ট লোকৰ চক্রান্তই কর্মত বাধা দিব৷ সন্তানৰ হানি কৰিব পাৰে৷ বিদ্যাত শুভ৷

মকৰঃ পতি–পত্নীৰ মাজত বিচ্ছেদ৷ দিনটো সাৱধানে পাৰ কৰিব৷ কর্মক্ষেত্রত সাৱধান৷

কুম্ভঃ ব্যৱসায়ীসকলে সাৱধান হোৱা ভাল৷ আর্থিকত ভাল দেখা নাযায়৷ ঘৰুৱা সমস্যা দেখা দিব৷

মীনঃ পিতৃৰ শুভ৷ প্রেমত শুভ যদিও সাৱধান৷ চাকৰিয়ালৰ মজলীয়া৷ শৰীৰৰ যত্ন লওক৷ বিদ্যাত শুভ৷

Featured