অচিনাকি মহিলাৰ হাতত এবছৰীয়া পুত্ৰ সন্তানক গতাই নিৰুদ্দেশ মাতৃ
ডিজিটেল ডেস্ক, ১৩ জুলাই : শিলচৰত নিজৰ সন্তানক অকলশৰে এৰি থৈ এগৰাকী মাতৃ উধাও হোৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বাথৰুমলৈ যোৱাৰ অজুহাত দেখুৱাই নিজৰ ১ বছৰীয়া নিষ্পাপ পুত্ৰ সন্তানক আন এগৰাকী মহিলাৰ জিম্মাত দি মাতৃগৰাকী অন্তৰ্ধান হোৱা কাৰ্যই…